আঞ্চলিক সংবাদ

October 8, 2024 11:34 AM October 8, 2024 11:34 AM

views 6

যোৰহাটত দুদিনীয়া ৰবটিক্স আৰু এৰ’ম’ডেলিং শীৰ্ষক কর্মশালাৰ আয়োজন

উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত কাইলৈ আৰু পৰহিলৈ আঞ্চলিকৰ অন্তর্গত শাখা মইনা পাৰিজাতসমূহৰ মইনাসকলৰ অংশগ্রহণেৰে দুদিনীয়া ৰবটিক্স আৰু এৰ'ম'ডেলিং শীৰ্ষক এখন কর্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত প্রায় ৬০ গৰাকী মইনাই অংশগ্ৰহণ কৰে। সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষৰ বিভিন্ন ...

October 8, 2024 11:32 AM October 8, 2024 11:32 AM

views 13

ৰাজ্যজুৰি শাৰদীয় দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যত ব্যাপক উলহ-মালহৰ পৰিবেশে বিৰাজ কৰিছে। যোৱা দুটা দিনত বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পূজা সমিতিসমূহে বিভিন্ন বিষয়বস্তুক আধাৰ হিচাপে লৈ পূজা মণ্ডপসমূহ আটকধুনীয়া...

October 7, 2024 9:14 PM October 7, 2024 9:14 PM

views 7

বিজ্ঞানী ভিক্টৰ এম্বোজ আৰু গেৰী ৰুভকুনলৈ ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা

মাইক্র’ আৰ এন এৰ আৱিষ্কাৰ আৰু পোষ্ট ট্ৰেন্সক্রিপচনেল জিন নিয়ন্ত্ৰণত ইয়াৰ ভূমিকা সন্দৰ্ভত কৰা গৱেষণাৰ বাবে বিজ্ঞানী ভিক্টৰ এম্বোজ আৰু গেৰী ৰুভকুনলৈ ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে, মাইক্র’ আৰ এন এ হৈছে জিনৰ কাৰ্যক্ষমতা নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় এটা প্রাথমিক স...

October 7, 2024 9:13 PM October 7, 2024 9:13 PM

views 4

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলে ৮-২২ অক্টোবৰলৈ অ’ এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতৰ পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে এলানি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। এই অনুসৰি প্ৰাৰ্থীসকলে ৮ অক্টোবৰৰ পৰা ২২ অক্টোবৰ পৰ্যন্ত তেওঁলোকৰ অ' এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ অফিচিয...

October 7, 2024 9:11 PM October 7, 2024 9:11 PM

views 3

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটা ছাত্রাৱাস খালী কৰিবলৈ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ

গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই বিশ্ববিদ্যালয়ৰ দুটা ছাত্রাৱাস খালী কৰিবলৈ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে। নির্বাচনকেন্দ্ৰিক সংঘাতৰ পাছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰ চি চি ১ নম্বৰ আৰু ২ নম্বৰ ছাত্ৰাৱাস খালী কৰিবলৈ নিৰ্দেশ দিছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই নিৰ্দেশনাৰ পাছতে আৱাসীসকলে প্ৰতিবাদ স...

October 7, 2024 9:10 PM October 7, 2024 9:10 PM

views 3

বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ নৱ-নৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণ

বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ নৱ-নৰ্বাচিত সদস্যসকলে আজি শপতগ্ৰহণ কৰে। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাসে ডেকা সত্ৰীয়া গৌতম পাঠকৰ উপস্থিতিত সত্ৰ পৰিচালনা সমিতিৰ নিৰ্বাচিত ২৮ গৰাকী সদস্যক সত্ৰখনৰ মঠৰ চোতালত শপতবাক্য পাঠ কৰোৱায়। উল্লেখযোগ্য যে যোৱা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত ব...

October 7, 2024 9:08 PM October 7, 2024 9:08 PM

views 3

ৰাজ্য চৰকাৰে মুকলি কৰা সেৱা সেতু প’ৰ্টেললৈ জনতাৰ ব্যাপক সঁহাৰি, ১.৪৬ কোটি আৱেদন লাভ

নাগৰিককেন্দ্ৰিক সেৱা বিতৰণ প্ৰক্ৰিয়া অধিক সুষম আৰু সহজসাধ্য কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে মুকলি কৰা সেৱা সেতু প'ৰ্টেলে জনতাৰ ব্যাপক সঁহাৰি লাভ কৰিছে। মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা অনুসৰি প'ৰ্টেলটোত বৰ্তমানলৈ ৰাজ্য চৰকাৰৰ প্ৰায়বোৰ বিভাগ, সংস্থা আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত পৰিষদসমূহৰ ৬৩৬টা সে...

October 7, 2024 9:06 PM October 7, 2024 9:06 PM

views 5

ভুৱনেশ্বৰত অনুষ্ঠিত পূব মণ্ডল ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাৰ প্ৰথম‌ দিনা অসমৰ ৮টা পদক অৰ্জন

ওড়িশাৰ ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত পূব মণ্ডল জুনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত অসম দলে প্ৰথম দিনটোত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। আজি অসমে ২টা সোণ, ১টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক সহিতে সৰ্বমুঠ ৮টা পদক অৰ্জন কৰে। ছোৱালীৰ ২০ বছৰ অনূৰ্ধ্ব শাখাৰ ৫০০০ মিটাৰ দৌৰত ছাংমিৰ টেৰণপি আৰু ছোৱালীৰ ১৫০০...

October 7, 2024 8:57 PM October 7, 2024 8:57 PM

views 8

আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আৱেদনৰ ব্যৱস্থা

আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আবেদনৰ ব্যৱস্থা মুকলি কৰা হৈছে। অসমীয়া আধুনীক গীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত, বৰগীত ভজন, গজল, খেয়াল, ৰবীন্দ্ৰ সংগীত, বাদ্যসংগীত আৰু লোক বাদ্য সংগীত শিতানৰ একক শাখাত আৰু দলীয় শাখাত জিকিৰ-জাৰী, বিহুগীত, টোকাৰী গীত, দিহানামত ই...

October 7, 2024 6:49 PM October 7, 2024 6:49 PM

views 5

ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৩৮৫গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৰ উপস্থিতিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত আজি ৩৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। ইয়াৰে শিক্ষা বিভাগত ২৮৪ গৰাকী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১০১ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। উল্লেখয...