আঞ্চলিক সংবাদ

October 8, 2024 12:23 PM October 8, 2024 12:23 PM

views 8

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এনে অভিযানৰ অংশ হিচাপে কাছাৰ আৰক্ষীয়ে শিলচৰ আৰু ৰামনগৰত বিশেষ অভিযান চলাই ৫৭২ গ্রাম হেৰইন আৰু ৭ কোটি টাকা মূল্যৰ ১০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰিছে। এই ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে । ইপিনে বিশ্বনাথ আৰক্ষীয়ে ১৫ নম্ব...

October 8, 2024 11:49 AM October 8, 2024 11:49 AM

views 8

আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পীৰ বাবে অফলাইন আবেদনৰ ব্যৱস্থা মুকলি

আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আবেদনৰ ব্যৱস্থা মুকলি কৰা হৈছে। অসমীয়া আধুনীক গীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত, বৰগীত ভজন, গজল, খেয়াল, ৰবীন্দ্ৰ সংগীত, বাদ্যসংগীত আৰু লোক বাদ্য সংগীত শিতানৰ একক শাখাত আৰু দলীয় শাখাত জিকিৰ-জাৰী, বিহুগীত, টোকাৰী গীত, দিহা নামত ...

October 8, 2024 11:47 AM October 8, 2024 11:47 AM

views 4

২ অক্টোবৰৰ পৰা চলি থকা বন্যপ্রাণী সপ্তাহৰ আজি সামৰণি

যোৱা ২ অক্টোবৰৰ পৰা চলি থকা বন্যপ্রাণী সপ্তাহৰ আজি সামৰণি পৰিব। আজিৰ বিষয়বস্তু হৈছে- সহাৱস্থানৰ জৰিয়তে মানৱ-সৰ্পৰ সংঘাত প্রশমন। প্রাকৃতিক স্থানলৈ মানুহৰ বসতি সম্প্ৰসাৰিত হোৱাৰ ফলত সাপৰ সৈতে মুখামুখিৰ ঘটনা বৃদ্ধি পাইছে। সাপে কীট-পতংগ নিয়ন্ত্ৰণ কৰি ভাৰসাম্য বজাই ৰাখি পৰিৱেশতন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমি...

October 8, 2024 11:41 AM October 8, 2024 11:41 AM

views 9

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে এলানি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতৰ পৰীক্ষাৰ বাবে অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে এলানি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। এই অনুসৰি প্ৰাৰ্থীসকলে আজিৰ পৰা ২২ অক্টোবৰ পৰ্যন্ত তেওঁলোকৰ অ' এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ অফ...

October 8, 2024 11:37 AM October 8, 2024 11:37 AM

views 14

অসম কলেজ শিক্ষক সন্থাৰ প্ৰতিনিধিৰ সৈতে শিক্ষামন্ত্রীৰ বৈঠক অনুষ্ঠিত

 শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি জনতা ভৱনত অসম কলেজ শিক্ষক সন্থাৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয়। সভাত কলেজ শিক্ষকসকলৰ পদোন্নতি, দৰমহা সুৰক্ষা আৰু আন কেইবাটাও আনুসংগিক বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাৰ সময়ত কলেজ শিক্ষক সন্থাৰ প্ৰতিনিধিৰ দলটোৱে তেওঁলোকে বিগত সময়ত সন্মুখীন হৈ অহা বিভিন্...

October 8, 2024 11:35 AM October 8, 2024 11:35 AM

views 15

গোলাঘাটত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পর্যালোচনা সভা অনুষ্ঠিত

গোলাঘাট জিলাৰ জিলা আয়ুক্তৰ সভাগৃহত কালি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত জিলাখনত ৰেচন কাৰ্ডৰ প্ৰ-পত্ৰ সংগ্ৰহ আৰু ডিজিটাইজেশ্বন সম্পর্কে এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত হোৱা পৰ্যালোচনা সভাত জিলাখনৰ প্ৰতেক্যটো বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰ-পত্ৰ সংগ্ৰহৰ খতিয়ান লোৱাৰ লগতে ...

October 8, 2024 11:34 AM October 8, 2024 11:34 AM

views 6

যোৰহাটত দুদিনীয়া ৰবটিক্স আৰু এৰ’ম’ডেলিং শীৰ্ষক কর্মশালাৰ আয়োজন

উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত কাইলৈ আৰু পৰহিলৈ আঞ্চলিকৰ অন্তর্গত শাখা মইনা পাৰিজাতসমূহৰ মইনাসকলৰ অংশগ্রহণেৰে দুদিনীয়া ৰবটিক্স আৰু এৰ'ম'ডেলিং শীৰ্ষক এখন কর্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত প্রায় ৬০ গৰাকী মইনাই অংশগ্ৰহণ কৰে। সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষৰ বিভিন্ন ...

October 8, 2024 11:32 AM October 8, 2024 11:32 AM

views 13

ৰাজ্যজুৰি শাৰদীয় দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যত ব্যাপক উলহ-মালহৰ পৰিবেশে বিৰাজ কৰিছে। যোৱা দুটা দিনত বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পূজা সমিতিসমূহে বিভিন্ন বিষয়বস্তুক আধাৰ হিচাপে লৈ পূজা মণ্ডপসমূহ আটকধুনীয়া...

October 7, 2024 9:14 PM October 7, 2024 9:14 PM

views 7

বিজ্ঞানী ভিক্টৰ এম্বোজ আৰু গেৰী ৰুভকুনলৈ ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা

মাইক্র’ আৰ এন এৰ আৱিষ্কাৰ আৰু পোষ্ট ট্ৰেন্সক্রিপচনেল জিন নিয়ন্ত্ৰণত ইয়াৰ ভূমিকা সন্দৰ্ভত কৰা গৱেষণাৰ বাবে বিজ্ঞানী ভিক্টৰ এম্বোজ আৰু গেৰী ৰুভকুনলৈ ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে, মাইক্র’ আৰ এন এ হৈছে জিনৰ কাৰ্যক্ষমতা নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় এটা প্রাথমিক স...

October 7, 2024 9:13 PM October 7, 2024 9:13 PM

views 4

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলে ৮-২২ অক্টোবৰলৈ অ’ এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতৰ পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে এলানি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। এই অনুসৰি প্ৰাৰ্থীসকলে ৮ অক্টোবৰৰ পৰা ২২ অক্টোবৰ পৰ্যন্ত তেওঁলোকৰ অ' এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ অফিচিয...