November 25, 2024 8:14 PM November 25, 2024 8:14 PM
12
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী আজি ঘোষণা কৰিছে। এই পৰীক্ষা ৩ মাৰ্চলৈকে চলিব। পৰিষদে ঘোষণা কৰা অনুসৰি ব্যৱহাৰিক পৰীক্ষাসমূহ ২১ আৰু ২২ জানুৱাৰীত অনুষ্ঠিত হ'ব। ইপিনে, পৰিষদে অহা বছৰ হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ ...