November 27, 2024 7:21 PM November 27, 2024 7:21 PM
5
অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীৰ পাৰদৰ্শিতা আৰু সফলতাৰ বাবে আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ অভিনন্দন
অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীয়ে যোৱা বছৰৰ মাৰ্চ মাহৰ পৰা চলোৱা ১৫০টা অভিযানত দেখুওৱা অনুকৰণীয় পাৰদৰ্শিতা আৰু সফলতাৰ বাবে আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে বাহিনীটোক অভিনন্দন জনাইছে। এই সময়ছোৱাত আৰক্ষীৰ দলে ৫০ লাখৰো অধিক টকাৰ জালনোট জব্দ কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰে। তদুপৰি ৮ লাখ ২০ হা...