আঞ্চলিক সংবাদ

November 28, 2024 6:17 PM November 28, 2024 6:17 PM

views 11

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ পুৰণি টেলিফোন নম্বৰ ২৬৬০৪২৬ পুনৰ বাহাল কৰা হৈছে

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ পুৰণি টেলিফোন নম্বৰ ২৬৬০৪২৬ পুনৰ বাহাল কৰা হৈছে। দীৰ্ঘদিন ধৰি এই টেলিফোন নম্বৰটো বিকল হৈ থকাৰ বাবে বাতৰি বিভাগ, আমাৰ সংবাদদাতাসকল আৰু আমাৰ শ্ৰোতাসকল যথেষ্ট আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছিল। ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বি এছ এন এলৰ অধীনৰ এই টেলিফোন নম্বৰলৈ ম...

November 28, 2024 6:14 PM November 28, 2024 6:14 PM

views 7

অসম বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম চিনিয়ৰ আন্তঃজিলা বক্সিং প্রতিযোগিতা

অসম বক্সিং সন্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম চিনিয়ৰ আন্তঃজিলা বক্সিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ খেলসমূহ কাইলৈ আৰম্ভ হ'ব যদিও পৰহিলৈ বিয়লি ৩ বজাত এই প্রতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। পুৰুষ আৰু মহিলাৰ উভয় শাখাৰ ১০টা ওজন শাখাৰ খেল অনুষ্ঠিত হ'বলগীয়া এই প্ৰতি...

November 28, 2024 12:07 PM November 28, 2024 12:07 PM

views 5

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিড’ৰৰ নিৰ্মাণ কাৰ্য অহা ৪-৫ মাহৰ ভিতৰতে আৰম্ভ কৰা হ’বঃ মুখ্যমন্ত্ৰী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিড’ৰৰ নিৰ্মাণ কাৰ্য অহা চাৰি-পাঁচ মাহৰ ভিতৰতে আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি কাজিৰঙা আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলাত অংশ লৈ এই কথা প্ৰকাশ কৰে। প্ৰকল্পৰ চূড়ান্ত অনুমোদনৰ বাবে শীঘ্ৰে মন্ত্ৰী সভাত প্ৰস্তাৱ দাখিল কৰা হ'ব। পর্যটন মেলাত কেন্দ্ৰীয় ...

November 28, 2024 12:04 PM November 28, 2024 12:04 PM

views 4

ৰাজ্যৰ বিদ্যালয়সমূহত নতুনকৈ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ নকৰাৰ সিদ্ধান্ত চৰকাৰৰ

ৰাজ্য চৰকাৰে শেহতীয়াভাৱে অনুষ্ঠিত কৰা প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ পাছত বিদ্যালয়সমূহত নতুনকৈ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পৰিৱৰ্তে এই শ্ৰেণীৰ পদৰ বাবে ব্যক্তিগত নিযুক্তি সংস্থাৰ জৰিয়তে এম টি এছ অর্থাৎ মাল্টি টাস্কিং ষ্টাফ নিয়োগ কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণ...

November 28, 2024 12:02 PM November 28, 2024 12:02 PM

views 6

গোৱা অনুষ্ঠিত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি অন্তিম দিন

গোৱাৰ ৰাজধানী পানাজীত চলি থকা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰিব৷ আজি অন্তিম দিনা যুৱপ্ৰজন্ম আৰু চিনেমা বিষয়ত কলা একাডেমীত এখন আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ লগতে চেক-ইংৰাজী আৰু জাৰ্মান ভাষাত নিৰ্মিত বহদান শ্লামাই পৰিচালনা কৰা ড্রাই চিজন শীর্ষক চিনেমাখন সামৰণি চিনেমা হিচাপে প্ৰদৰ্শ...

November 28, 2024 12:01 PM November 28, 2024 12:01 PM

views 4

মাজুলীক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় মন্ত্রী গজেন্দ্র সিং শেখাৱটক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মাজুলীক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে। কাজিৰঙাত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ কালিৰ উদ্বোধনী অনুষ্ঠানত পৰ্যটন আৰু সাংস্কৃতিক দপ্তৰৰ ৰাজ্য মন্ত্রী গজেন্দ্র সিং শেখাৱটক তেওঁ এই আহ্বান জনায়। অসমৰ ঘৰুৱা পৰ...

November 28, 2024 11:56 AM November 28, 2024 11:56 AM

views 2

গুৱাহাটীৰ সমীপৰ সোণাপুৰত নির্মীয়মাণ বিজ্ঞান নগৰী অহা বছৰৰ অক্টোবৰৰ ভিতৰত মুকলিৰ নিৰ্দেশ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্র সিং শ্বেখাৱাটৰ

গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ টেপেচিয়াত নির্মীয়মাণ বিজ্ঞান নগৰী অহা বছৰৰ অক্টোবৰৰ ভিতৰত মুকলি কৰাৰ বাবে কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্র সিং শ্বেখাৱাটে নির্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ সৈতে নির্মীয়মাণ বিজ্ঞান নগৰীৰ কাম-কাজ পৰিদৰ্শন কৰাৰ পাছ...

November 28, 2024 11:52 AM November 28, 2024 11:52 AM

views 5

নতুন দিল্লীত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত বিষয়ভিত্তিক উপস্থাপনত অসমৰ ব্ৰঞ্জৰ পদক লাভ

নতুন দিল্লীত অনুষ্ঠিত ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা চমুকৈ আই আই টি এফ ২০২৪ত বিষয়ভিত্তিক উপস্থাপনত অসমে প্ৰদৰ্শনৰ উৎকৃষ্টতাৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছে। এই মেলাত অসম পেভিলিয়নে হস্তশিল্প, কৃষি, বস্ত্ৰ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ সামগ্ৰীৰ জৰিয়তে ৰাজহ সৃষ্টি আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক...

November 27, 2024 9:10 PM November 27, 2024 9:10 PM

views 6

সোণাপুৰত নিৰ্মীয়মাণ বিজ্ঞান নগৰী পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তসহ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ

কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ সৈতে আজি বিয়লি গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ টেপেছিয়াত নিৰ্মীয়মাণ 'গুৱাহাটী বিজ্ঞান নগৰী' (ছায়েন্স চিটি) প্ৰকল্পথলী পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতি বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনক...

November 27, 2024 9:07 PM November 27, 2024 9:07 PM

views 5

বাক্সাৰ একলব্য আদর্শ আৱাসিক বিদ্যালয়ৰ পৰা ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ

বিটিচিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে আজি বাক্সাৰ দলাবাৰীত থকা একলব্য আদর্শ আৱাসিক বিদ্যালয়ৰ পৰা ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা পথৰ আধাৰশিলা স্থাপন কৰে। পথটোৰ আধাৰশিলা স্থাপনৰ অন্তত সমৱেত লোকক উদ্দেশ্যি মুখ্য কাৰ্যবাহীগৰাকীয়ে কয়, যে এই পথছোৱাই বাক্সা জিলাৰ যোগাযোগ ব্যৱস্থা তথা আন্তঃগাঁথনিৰ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।