আঞ্চলিক সংবাদ

November 30, 2024 7:18 PM November 30, 2024 7:18 PM

views 9

ৰাজ্যৰ বিভিন্ন জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত

ৰাজ্যৰ বিভিন্ন জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ'ব। এই উৎসৱৰ সময়ছোৱাত জিলাসমূহৰ চিকিৎসালয়, স্বাস্থ্য কেন্দ্ৰ আদিৰ চিকিৎসা সেৱা আৰু আন্তঃগাথনি মূল্যায়ন কৰা হ'ব। কামৰূপ মহানগৰ জিলাৰ ৫৬ টা স্বাস্থ্য কেন্দ্ৰত এই কাৰ্যসূচী অনুষ্ঠিত হব। আজি কামৰূপ মহানগৰ জিল...

November 30, 2024 7:10 PM November 30, 2024 7:10 PM

views 18

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত বিশেষজ্ঞসকলৰ পৰা যিমান সম্ভৱ সিমান শিকিবলৈ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্রীৰ আহ্বান

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত বিশেষজ্ঞসকলৰ পৰা যিমান সম্ভৱ সিমান শিকিবলৈ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মহোৎসৱখনক শিকাৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু ঔদ্যোগিক গ...

November 30, 2024 6:15 PM November 30, 2024 6:15 PM

views 17

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্রার্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, আকাশবা...

November 30, 2024 12:53 PM November 30, 2024 12:53 PM

views 7

ব্ৰহ্মপুত্ৰ, বৰাক নদীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ১,০১০ কোটি টকা বিনিয়োগ

ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰ্যালয়ে এহেজাৰ ১০ কোটি টকা বিনিয়োগ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংসদৰ চলিত শীতকালীন অধিৱেশনত এই কথা প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাগৰমালা আঁচনিৰ অধীনত ৯৬ কোটি ৬০ লাখ টকা বিনিয়োগেৰে ...

November 30, 2024 12:51 PM November 30, 2024 12:51 PM

views 5

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰ পৰা অসমী ছৰছ মেলা

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰ পৰা অসমী ছৰছ মেলাৰ আয়োজন কৰা হৈছে। অহা ১৫ ডিচেম্বৰত সামৰণি পৰিবলগীয়া এই মেলা প্রতিদিনে দিনৰ ১০ বজাৰ পৰা নিশা ৯ বজালৈ খোলা থাকিব। এই মেলাৰ জৰিয়তে জনসাধাৰণে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে দেশৰ ভিন ভিন জনগোষ্ঠীৰ ...

November 30, 2024 12:49 PM November 30, 2024 12:49 PM

views 3

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ পুৰণি টেলিফোন নম্বৰ ২৬৬০৪২৬ পুনৰ মুকলি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ পুৰণি টেলিফোন নম্বৰ ২৬৬০৪২৬ পুনৰ বাহাল কৰা হৈছে। দীৰ্ঘদিন ধৰি এই টেলিফোন নম্বৰটো বিকল হৈ থকাৰ বাবে বাতৰি বিভাগ, আমাৰ সংবাদদাতাসকল আৰু আমাৰ শ্ৰোতাসকল যথেষ্ট আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছিল। ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বি এছ এন এলৰ অধীনৰ এই টেলিফোন নম্বৰলৈ ম...

November 30, 2024 12:48 PM November 30, 2024 12:48 PM

views 7

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্টৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্ৰাৰ্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, আকাশবা...

November 30, 2024 12:47 PM November 30, 2024 12:47 PM

views 3

বাংলাদেশত ইস্কনৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি, চিন্ময় কৃষ্ণসহ ১৬জন লোকৰ বেংক একাউণ্ট বন্ধ

বাংলাদেশত ইস্কনৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক মিছা অভিযোগত গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত দেশখনত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। দেশখনত মহম্মদ ইউনুছ চৰকাৰৰ হিন্দু বিৰোধী কাৰ্যকলাপে অধিক ভয়ংকৰ ৰূপ লোৱাৰ সময়তে কালি চৰকাৰে চিন্ময় কৃষ্ণ দাসৰ বেংক একাউণ্টো বন্ধ কৰে। চিন্ময় কৃষ্ণৰ লগতে আন ১৬ জন হিন্দু লোকৰ...

November 30, 2024 12:46 PM November 30, 2024 12:46 PM

views 4

ৰাজ্যত বৰ্তমানলৈ প্ৰায় ১৫জন জিলা আয়ুক্তৰ এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্রহণ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জানিবলৈ দিছে, যে বৰ্তমানলৈ প্ৰায় ১৫জন জিলা আয়ুক্তই এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্রহণ কৰিছে। কামৰূপ মহানগৰ, ডিব্ৰুগড়, মাজুলী, চৰাইদেউ, গোলাঘাট, ধুবুৰী, হাইলাকান্দি, দৰং আৰু ধেমাজিৰ জিলা আয়ুক্তই নিজৰ এলেকাত এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্...

November 30, 2024 12:45 PM November 30, 2024 12:45 PM

views 5

তিনিচুকীয়াৰ মাকুমত অগ্নিকাণ্ড, ৩খন ক্ষুদ্র ব্যৱসায়িক প্রতিষ্ঠান ভস্মীভূত

তিনিচুকীয়া জিলাৰ মাকুমৰ দ্বিতীয় অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সমীপত কালি সংঘটিত অগ্নিকাণ্ডত তিনিখন ক্ষুদ্র ব্যৱসায়িক প্রতিষ্ঠান ভস্মীভূত হোৱাৰ লগতে আন দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সামান্য ক্ষয়-ক্ষতি হয়। ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ সমীপত জ্বলি থকা শুকান জাৱৰৰ দ’মৰ পৰা এই অগ্নিকাণ্ডৰ সূত্রপা...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।