আঞ্চলিক সংবাদ

December 4, 2024 8:37 PM December 4, 2024 8:37 PM

views 17

লোকসভাত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে আহ্বান

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত আহ্বান জনাইছে। ২০১৯ বৰ্ষৰে পৰা ৰাজ্যৰ মৰাণ, মটক, টাই-আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে দাবী উত্থাপিত হৈ আহিছে যদিও আজিও এই দাবী বাস্তৱত পৰিণত নহ'ল বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয়, য...

December 4, 2024 8:32 PM December 4, 2024 8:32 PM

views 5

অভিনেত্রী সীমা বিশ্বাসলৈ ২০২৪ বৰ্ষৰ আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক ২০২৪ বৰ্ষৰ আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰা হ'ব। সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী আইদেউ সন্দিকৈৰ অহা ১৭ ডিচেম্বৰত মৃত্যু তিথি উপলক্ষে তেওঁৰ সোঁৱৰণত এই বঁটা প্ৰদান কৰিব । গোলা...

December 4, 2024 8:29 PM December 4, 2024 8:29 PM

views 8

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ নগাঁও জিলা ভ্ৰমণ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি নগাঁও জিলাত উপস্থিত হৈ বিভিন্ন উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে। ভৱনৰ প্ৰথম পৰ্যায়ত ৰাজ্যপালগৰাকীয়ে ৰহা ৰাজহ চক্ৰৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনি পৰিদৰ্শন কৰে। ইয়াৰ পাছতে তেওঁ ৰহাৰ বগলাজানত উপস্থিত হৈ ৰহা-কামপুৰ পথৰ কপিলী নৈৰ খহনীয়া পৰিদৰ্শন কৰে । উল্লেখয...

December 4, 2024 8:24 PM December 4, 2024 8:24 PM

views 7

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীক সাক্ষাৎ কৰি ৰাজ্যৰ হাইড্ৰ'কাৰ্বন উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰক শক্তিশালী কৰি তোলাৰ বাবে কেন্দ্ৰৰ সহযোগৰ বাবে অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীপুৰীক অহা ফেব্ৰুৱাৰী মাহত ৰাজ্যত হ'বলগীয়া এডভান্ট...

December 4, 2024 12:31 PM December 4, 2024 12:31 PM

views 3

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত কাইলৈ অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে সাক্ষাৎকাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে কাইলৈ দিনৰ ১০ বজাৰ পৰা বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকল কাইলৈ পুৱা চাৰে ৯ বজাৰ ভিতৰত আকাশবাণী গুৱাহাটীৰ বাতৰি কক্ষত উপস্থিত হ'ব লাগিব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্ৰাৰ্থী...

December 4, 2024 12:26 PM December 4, 2024 12:26 PM

views 12

অহা ৮ পৰা ১০ ডিচেম্বৰলৈ সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰতিষেধক কার্যসূচী ৰূপায়ণ

অহা ৮ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰতিষেধক কার্যসূচী ৰূপায়ণ কৰা হ'ব। দেশৰ ২৩৪খন জিলাত ৰূপায়ণ হ'বলগীয়া এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত অসমৰ ২৭খন জিলাক সামৰি লোৱা হৈছে। এই তিনিদিনীয়া অভিযান কালত পূৰ্বৰ পাচ পোলিঅ' অভিযান কালত বাদ পৰি যোৱা ৫ বছৰৰ তলৰ সকলো শিশুকে পোলিঅ' প্র...

December 4, 2024 12:24 PM December 4, 2024 12:24 PM

views 19

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানত আয়োজিত দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ সামৰণি

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান অর্থাৎ আই আই টিত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ কালি সামৰণি পৰে। সামৰণি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই ভাষণ দিয়ে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, যে এই মহোৎসৱ...

December 4, 2024 12:22 PM December 4, 2024 12:22 PM

views 139

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি অন্তিম দিন

 অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি অন্তিম দিনা বিভিন্ন শাখা সাহিত্য সভাত ব্যস্ততা অব্যাহত আছে। যোৱা ২১ নৱেম্বৰৰ পৰা চলা ভোটদান প্রক্রিয়া শেষ হোৱাৰ পাছত কাইলৈ পুৱা ১০ বজাত বেলট বাকচ বন্ধ কৰা হ'ব। সভাৰ সভাপতি ডº সূর্যকান্ত হাজৰিকাই জানিবলৈ দিয়া অনুসৰি বেলট বাকচসমূহ ব...

December 4, 2024 12:41 PM December 4, 2024 12:41 PM

views 14

গুৱাহাটী ৰিং ৰোড, কাজিৰঙা কৰিডৰ আৰু গহপুৰ-নুমলীগড়ৰ সংযোগী সুৰগ পথৰ ভূমি অধিগ্ৰহণ শীঘ্ৰে আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৰূপায়ণ কৰিবলৈ লোৱা গুৱাহাটী ৰিং ৰোড, কাজিৰঙা এলিভেটেড কৰিড'ৰ আৰু গহপুৰ-নুমলীগড়ৰ পানীৰ তলৰ সুৰঙ্গ পথ নিৰ্মাণৰ বাবে শীঘ্ৰেই ভূমি অধিগ্ৰহণ আৰু যাৱতীয় কামসমূহ সম্পূৰ্ণ কৰা হ'ব। কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে অনুষ...

December 4, 2024 12:18 PM December 4, 2024 12:18 PM

views 8

ডিব্ৰুগড় টাউন ৰে’ল ষ্টেচনটো উঠাই দিয়াৰ পৰিকল্পনা সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষৰ বৈঠক

অসমৰ প্ৰাচীনতম ৰে'ল ষ্টেচন – ডিব্ৰুগড় টাউন ৰে'ল ষ্টেচনটো উঠাই দিয়াৰ পৰিকল্পনা সন্দৰ্ভত কালি উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই ডিব্ৰুগড়ত এখন বৈঠকৰ আয়োজন কৰে। ডিব্ৰুগড় জিলা প্ৰশাসন, ডিব্ৰুগড় পৌৰ নিগম আৰু ডিব্ৰুগড়ৰ কেইবাগৰাকীও নেতৃস্থানীয় লোকে অংশগ্ৰহণ কৰা এই বৈঠকত ৰে'ল কৰ্তৃপক্ষই ডিব্ৰুগড়ৰ বা...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।