December 12, 2024 8:11 PM December 12, 2024 8:11 PM
9
ধর্মীয় উপাসনা স্থান আইনৰ অধীনত নতুনকৈ আবেদন আদালতত গ্রহণ নকৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
উচ্চতম ন্যায়ালয়ে ধর্মীয় উপাসনা স্থান আইনৰ অধীনত নতুনকৈ কোনো আবেদন আদালতত গ্রহণ নকৰিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি বৰ্তমান বিচাৰাধীন হৈ থকা কোনো আবেদনৰ ক্ষেত্ৰতো উচ্চতম ন্যায়ালয়ৰ আদেশ অবিহনে অন্য আদালতে কোনো নিৰ্দেশ দিব নোৱা...