আঞ্চলিক সংবাদ

December 15, 2024 12:21 PM December 15, 2024 12:21 PM

views 6

তিনিচুকীয়াত সংঘটিত ধৰ্ষণৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত দুজন অভিযুক্তক আৰক্ষীৰ গ্ৰেপ্তাৰ

তিনিচুকীয়াত অলপতে সংঘটিত হোৱা এটা ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন অভিযুক্তক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আটক কৰা অভিযুক্ত দুজনৰ নাম হৈছে। বাপী ক’ৰ আৰু জিন্টু দাস। তিনিচুকীয়া সদৰ পকচ’ আইনৰ অধীনত দুয়োজনকে গ্ৰেপ্তাৰ কৰিছে।

December 15, 2024 12:18 PM December 15, 2024 12:18 PM

views 3

মঙলদৈ জিলা পুথিভঁৰালত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে গ্ৰহণ কৰা আঁচনি সম্পৰ্কে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ  সজাগতা অনুষ্ঠান

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে গ্ৰহণ কৰা আঁচনি সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দৰং জিলা আইন সেৱা প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত নৱ দৃষ্টি নামৰ নেত্ৰদান প্রকল্প এটা শুভাৰম্ভ কৰা ...

December 15, 2024 12:15 PM December 15, 2024 12:15 PM

views 5

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত অধিক স্থানীয় বাতৰি প্ৰচাৰ কৰা উচিত বুলি বিভিন্ন শ্রোতাৰ মত প্রকাশ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত অধিক স্থানীয় বাতৰি প্ৰচাৰ কৰা উচিত বুলি বিভিন্ন শ্রোতাই মত প্রকাশ কৰিছে। যোৱা নিশা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও শ্রোতাই এই মত প্ৰকাশ কৰি কয়, যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি প্ৰচাৰৰ বাবে যিহেতু ৩ খন বাতৰি বুলেটিন আছে সেই হেতুকে আঞ্চলিক বাতৰি বুল...

December 15, 2024 12:12 PM December 15, 2024 12:12 PM

views 7

চৰকাৰে ব্ৰহ্মপুত্ৰৰ জলপথেৰে ৰাজ্যৰ সাতটা ধর্মীয় স্থানক সংযোগ কৰাৰ পৰিকল্পনা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ জলপথেৰে ৰাজ্যৰ সাতটা ধর্মীয় স্থানক সংযোগ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্য চৰকাৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰ্যালয়ৰ অনুমোদনৰ পাছত এই কাম আৰম্ভ কৰাৰ বাবে সাজু হৈছে। এই প্ৰকল্পৰ বাবদ ৬৪৫ কোটি ৫৬ লাখ টকা ব্যয় হ'ব বুলি অনুমান কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপ...

December 15, 2024 12:07 PM December 15, 2024 12:07 PM

views 14

ৰাজ্যৰ অৰ্থনীতিয়ে শক্তিশালী, গতিশীল অর্থনীতিৰ দিশলৈ অগ্ৰসৰ হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অৰ্থনীতিয়ে শক্তিশালী, গতিশীল অর্থনীতিৰ দিশলৈ অগ্ৰসৰ হোৱা বুলি দাবী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি কয়, যে ২০২৪- ২৫ বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৬ লাখ ৪৩ হাজাৰ কোটি টকা হোৱাৰ দিশে গতি কৰিছে। ২০১৩-১৪ বৰ্ষত এই পৰি...

December 15, 2024 12:05 PM December 15, 2024 12:05 PM

views 14

দুখন টোল গেটৰ মাজত কমেও ১০০ কিলোমিটাৰ ব্যৱধান ৰাখিবলৈ  সাংসদ দিলীপ শ‍ইকীয়াইৰ দাবী

বিজেপিৰ সাংসদ দিলীপ শ‍ইকীয়াই টোল কৰ হ্ৰাস কৰিবলৈ আৰু দুখন টোল গেটৰ মাজত কমেও ১০০ কিলোমিটাৰ ব্যৱধান ৰাখিবলৈ দাবী জনাইছে। দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ শ‍ইকীয়াই শুকুৰবাৰে লোকসভাত কয়, যে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান ৯৮৩ খন টোলগেট আছে। এই টোলগেটসমূহত বাহন চালকসকলে বুজন পৰিমাণৰ শুল্ক আদায় দিবলগীয়া হয...

December 15, 2024 12:00 PM December 15, 2024 12:00 PM

views 2

বিত্ত বিভাগৰ উদ্যোগত অৰুণোদয় পষেক আঁচনিৰ অধীনত আজিৰে পৰা ২৮ ডিচেম্বৰলৈ যোগ্য বিবেচিত পৰিয়ালসমূহক বিত্তীয় সাহায্য প্ৰদানৰ ব্যৱস্থা

অসম চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত অৰুণোদয় পষেক আঁচনিৰ অধীনত আজিৰে পৰা ২৮ ডিচেম্বৰলৈ নিৰপেক্ষ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে যোগ্য বিবেচিত পৰিয়ালসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। বিত্তীয় সাহায্যৰ বাবে যোগ্য হিতাধিকাৰী বাছনিৰ উদ্দেশ্যে এই দুসপ্তাহজোৰা অৰুণোদয় পষেক আঁচনি গ্রহণ কৰা হৈছে। এই আঁচনিৰ হিতাধ...

December 14, 2024 9:11 PM December 14, 2024 9:11 PM

views 5

লোকসভাত সংবিধানৰ ৭৫ বছৰজোৰা গৌৰৱময় যাত্রা সম্পর্কে বিশেষ আলোচনা

লোকসভাত সংবিধানৰ ৭৫ বছৰজোৰা গৌৰৱময় যাত্রা সম্পর্কে অনুষ্ঠিত বিশেষ আলোচনাত অংশ লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই ৭৫ বছৰীয়া যাত্ৰা অতুলনীয় বুলি মন্তব্য কৰে। তেওঁ সংবিধানৰ প্ৰণেতাসকলৰ লগতে সুদীৰ্ঘ সময়জুৰি সংবিধানৰ প্ৰতিটো নীতি-আদৰ্শ শ্ৰদ্ধাৰে অনুসৰণ কৰি অহা দেশৰ জনসাধাৰণক শ্রদ্ধা জ্ঞাপন কৰে।...

December 14, 2024 9:02 PM December 14, 2024 9:02 PM

views 3

ব্ৰীছবেনত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্টৰ প্ৰথম দিনৰ খেল বৰষুণৰ বাবে স্থগিত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰীছবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্রথমদিনৰ খেল বৰষুণৰ বাবে বিঘ্নিত হয়। আজি প্ৰথমদিনা ১৩ অভাৰ আৰু দুটা বল খেলা অৱস্থাত বৰষুণ অহাত খেল স্থগিত ৰখা হয়। আম্পায়ৰদ্বয়ে ভোজন বিৰতিৰ পাছত খেলপথাৰ নিৰীক্ষণ কৰি আজিৰ দিনটোৰ খেল স্থগিত ঘোষণা কৰে। সেই সময...

December 14, 2024 8:19 PM December 14, 2024 8:19 PM

views 4

ৰাজ্যৰ কেইবাখনো জিলাত ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচী; গোলাঘাটত ঋণগ্ৰস্তক ঋণ ৰেহাই প্ৰমাণপত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশস্বৰূপে কেইবাখনো জিলাত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ লগতে কেইবাখনো আঁচনিৰ সাহায্য তথা অনুদান বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাত উপস্থিত থাকি অসম মাইক্ৰ' ফাইনেন্স উদ্গণি আৰু সকাহ আঁচনিৰ অধীনত তৃতীয় বৰ্গৰ ৫ হাজাৰ ১১৯ গৰাকী ঋণগ্ৰস্তক...