December 15, 2024 7:45 PM December 15, 2024 7:45 PM
9
এখন দেশ এটা নির্বাচন বিধেয়কৰ জৰিয়তে সকলো উপকৃত হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন দেশ এটা নির্বাচন বিধেয়কৰ জৰিয়তে সকলো উপকৃত হ'ব বুলি মত প্ৰকাশ কৰিছে। এই বিধেয়কখন আইনত পৰিণত হ'লে দেশত নির্বাচন সম্পৰ্কীয় ব্যয় হ্রাস হ'ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে নিৰ্বাচনী প্ৰচাৰ একে সময়তে হ'লে সকলো পক্ষ উপকৃত হ'ব। সংসদত এই বিধেয়ক সন্দৰ্ভত চৰ্চা ...