December 16, 2024 12:36 PM December 16, 2024 12:36 PM
29
গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ অহা ২৪ ঘণ্টাত আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব, পুৱা-নিশা ডাঠ কুঁৱলীৰ সম্ভাৱনা
অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত শীতৰ প্ৰকোপ পৰিলক্ষিত হৈছে। কাইলৈৰ পৰা ৰাজ্যত পুহ মাহ আৰম্ভ হ'ব। সেয়েহে গুৱাহাটীত কালি তাপমাত্রা ১২ ডিগ্রী চেলছিয়াছলৈ নিম্নগামী হয়। অহা কেইদিনত এই তাপমান আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহ...