আঞ্চলিক সংবাদ

January 21, 2025 6:58 PM

views 15

মাজুলী জিলা সাংবাদিক সন্থাৰ দত্তদেৱ গোস্বামী সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটাৰ বাবে আবেদন আহ্বান

মাজুলী জিলা সাংবাদিক সন্থাৰ দ্বাৰা প্ৰৱৰ্তিত দত্তদেৱ গোস্বামী সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটাৰ বাবে আবেদন আহ্বান কৰা হৈছে। অসমভিত্তিক এই বঁটাৰ বাবে আগ্রহী সাংবাদিকসকলে ২০২৪ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত মানসম্পন্ন বুলি গণ্য কৰা ৩ টা বাতৰিৰ মূল কপিসহ ৩টাকৈ মুঠ ৯ টা প্রতিলিপি গাঁঠি...

January 21, 2025 6:55 PM

views 22

শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ ব্যাপক প্রস্তুতি

শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় বৃহৎ সাংগঠনিক কার্যসূচী সাধাৰণ সভাৰ ব্যাপক প্রস্তুতি চলিছে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শিৱসাগৰবাসীৰ সহযোগত জিলাখনত চলিত মাহৰ ২৭ আৰু ২৮ তাৰিখে এই সাধাৰণ সভা অনুষ্ঠিত হ'ব। সভাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিনিধি আৰু অতিথিসকলক অসমীয়া জলপানৰ সোৱাদ দিয়াৰ...

January 21, 2025 12:08 PM

views 19

দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ প্রজেক্ট স্বাৱলম্বন শীৰ্ষক অভিলাষী প্রকল্পৰ সফলতা

তিনিচুকীয়া জিলাৰ দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডে প্রজেক্ট স্বাৱলম্বন শীৰ্ষক অভিলাষী প্রকল্পৰ জৰিয়তে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীৰ কৰ্মসংস্থাপন নিশ্চিত কৰিছে। বিশেষকৈ প্ৰতিষ্ঠানটোৰ এই সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে যোগ্য প্রা...

January 21, 2025 12:05 PM

views 27

চলিত বছৰৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়নৰ প্ৰথমটো দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন

চলিত বছৰৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়নৰ প্ৰথমটো দিনৰ কাৰ্যসূচী কালি সফলতাৰে সম্পন্ন হয়। কালি ১৩ খন জিলাৰ ৫ হাজাৰ ৩৭১ খন বিদ্যালয়ৰ ৫ লাখ ১২ হাজাৰৰো অধিক শিক্ষার্থীৰ মূল্যায়ন কৰা হয়। এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি ...

January 21, 2025 11:59 AM

views 20

ৰাজ্যখনত বিদ্যুৎ মাছুল বৃদ্ধিৰ সম্প্ৰতি কোনো প্ৰাসংগিকতা নাই : প্ৰশান্ত ফুকন

ৰাজ্যখনত বিদ্যুৎ মাছুল বৃদ্ধিৰ সম্প্ৰতি কোনো প্ৰাসংগিকতা নাই আৰু বিদ্যুৎ মাছুলৰ পৰা ৰাজ্যৰ ৬০০ কোটি টকা ৰাহি হৈছে বুলি শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে প্ৰকাশ কৰিছে। কালি চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধনাগাৰ চৌহদত উপস্থিত হোৱাৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে বিভিন্ন প্ৰকাৰে বিদ্যুৎ...

January 21, 2025 11:56 AM

views 18

ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত মাহেকীয়া পর্যালোচনা বৈঠক

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত কালি আয়ুক্ত আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে কল্যাণমুখী পদক্ষেপসমূহৰ অগ্ৰগতি পর্যালোচনা কৰিবলৈ মাহেকীয়া পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাসমূহত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰা ...

January 20, 2025 9:22 PM

views 22

গুৱাহাটীত অপৰাধমূলক কার্যকলাপ ৰোধ কৰা তথা এনে কাৰ্যত জড়িতৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান

গুৱাহাটী মহানগৰত অপৰাধমূলক কার্যকলাপ ৰোধ কৰা তথা এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। গুৱাহাটীত আজি এখন সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰি আৰক্ষী আয়ুক্ত ড০ পার্থসাৰথি মহন্তই কয়, যে মহানগৰৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে আৰু বিভিন্...

January 20, 2025 9:21 PM

views 13

মৰিগাঁও জিলাৰ চৰাইবাহীৰ আৰ্যমিত্ৰ নাথলৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ পদক

ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী (এন চি চি)ৰ প্ৰতি দেখুওৱা নিষ্ঠা আৰু পৰ্বতাৰোহণৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অসাধাৰণ কৃতিত্বৰ বাবে মৰিগাঁও জিলাৰ চৰাইবাহীৰ আৰ্যমিত্ৰ নাথক প্ৰতিৰক্ষা মন্ত্ৰীৰ পদকেৰে সন্মানিত কৰা হৈছে। পর্বতাৰোহণৰ প্ৰশিক্ষক তথা অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সদস্য হিচাপে আর্যমিত্রই ...

January 20, 2025 9:20 PM

views 31

২০১৭-১৮ চনত স্থাপিত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক পদসমূহ প্ৰাদেশিকীকৰণৰ আওতালৈ আনিবলৈ চৰকাৰক শিক্ষক-কর্মচাৰী সংস্থাৰ আহ্বান

সদৌ অসম অপ্রাদেশীকৃত শিক্ষক-কর্মচাৰী সংস্থাই ২০১৭-১৮ চনত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক পদসমূহ প্ৰাদেশিকীকৰণৰ আওতালৈ অনাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। গুৱাহাটীৰ শিলপুখুৰী দুর্গামন্দিৰ প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক-কর্মচাৰী সংস্থাৰ সাধাৰণ সভাত আজি সংস্থাটোৱে প্ৰাদেশিকীকৰণৰ বিষয়টো কাৰ...

January 20, 2025 8:20 PM

views 20

দক্ষিণ কোৰিয়াত এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; ১৪০গৰাকীৰো অধিক উদ্যোগপতিৰে মতবিনিময়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চে আয়োজন কৰা এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰি ১৪০ গৰাকীৰো অধিক উদ্যোগপতিৰ সৈতে মতবিনিময় কৰে। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।