আঞ্চলিক সংবাদ

December 18, 2024 10:33 AM December 18, 2024 10:33 AM

views 14

ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ভূটান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম আৰু ভূটানৰ মাজৰ ঐতিহ্যপূৰ্ণ সম্পৰ্ক অধিক সূদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ভূটানৰ প্ৰধানমন্ত্ৰী দাছ’ চেৰিং টবগেৰ সৈতে দুয়োখন ৰাষ্ট্ৰৰ পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয়ৰ লগতে বা...

December 18, 2024 10:22 AM December 18, 2024 10:22 AM

views 9

২ দিনীয়াকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিভিন্ন আঁচনি, উন্নয়নমূলক প্রকল্পৰ পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই দুদিনীয়া কাৰ্যসূচীৰে জিলাখনত উপস্থিত হৈ বিভিন্ন চৰকাৰী আঁচনি, উন্নয়নমূলক প্রকল্প আদিৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কার্যালয়ত কালি প্রশাসন আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। আজি জিলাখনত হ'বলগীয়া ড০ ...

December 18, 2024 10:15 AM December 18, 2024 10:15 AM

views 4

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কেইবাখনো জিলাত বিভিন্ন আঁচনি ৰূপায়ণ হ’ব

ৰাজ্য চৰকাৰে আৰম্ভ কৰা বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলাত বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ'ব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ধুবুৰী জিলাত ১,২০৮গৰাকী, কাৰ্বি আংলং জিলাত ৫১৭গৰাকী, শিৱসাগৰ জিলাত ১,৭...

December 18, 2024 10:09 AM December 18, 2024 10:09 AM

views 14

এদিনৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিবেশন

অসম বিধানসভাৰ বাজেট অধিবেশন এইবাৰ এদিনৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'ব। বি টি চিৰ বিধানসভা ভৱনত বাজেট অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অহা ফেব্ৰুৱাৰীত এদিনৰ বাবে হ'বলগীয়া এই বাজেট অধিবেশন ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব। বাজেট অধিবেশনৰ বাকী দিনকেইটাৰ কাৰ্যসূচী অসম বিধানসভাৰ নতুন ভৱনত অনুষ্ঠি...

December 18, 2024 10:05 AM December 18, 2024 10:05 AM

views 16

পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ ধন ব্যয়ৰ সীমা বৃদ্ধি কৰি ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা জাৰি

পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ ধন ব্যয়ৰ সীমা বৃদ্ধি কৰি ৰাজ্যিক নিৰ্বাচন আয়োগে কালি এটা নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ২০১২ চনৰ নিৰ্বাচনৰ তুলনাত এইবাৰ ডেৰশ শতাংশ ব্যয় বৃদ্ধিত আয়োগে অনুমোদন জনাইছে। নির্বাচনী ফলাফল ঘোষণা দুমাহৰ ভিতৰতে ব্যয়ৰ হিচাপ জিলা আয়ুক্তৰ জৰিয়তে আয়োগক দাখিল নকৰিলে পৰৱৰ্তী ...

December 17, 2024 8:27 PM December 17, 2024 8:27 PM

views 14

বঙাইগাওঁৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন ৰণজিৎ কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বঙাইগাওঁৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে। এই বনাঞ্চলখনত বিগত বছৰত ৯ টা আৰু চলিত বছৰত ৭ টা সোণালী বান্দৰ দুৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যু হোৱা বিষয়টো লৈ মন্ত্ৰী শ্ৰীদাসে দুখ প্ৰকাশ কৰে৷ প্ৰায় ৪০০ সোণালী বান্দৰ থকা বঙাইগাওঁ জি...

December 17, 2024 8:26 PM December 17, 2024 8:26 PM

views 20

আন্দাৰ দ্য শাল ট্রী শীর্ষক নাট মহোৎসৱৰ সামৰণি

গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত আন্দাৰ দ্য শাল ট্রী শীর্ষক নাট মহোৎসৱৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত বিভিন্ন ৰাভা লোককৃষ্টি প্ৰদৰ্শন আৰু বাদুংদুপ্পাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি কাৰ্যসূচী হিচাপে এখন মুকলি সভা অনুষ্ঠিত হয়। এই নাট মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্ত...

December 17, 2024 8:25 PM December 17, 2024 8:25 PM

views 6

আজিৰে পৰা নগাঁও গ্ৰন্থমেলা আৰম্ভ

নগাঁও চহৰৰ নেহৰুৱালিত আজিৰে পৰা নগাঁও গ্ৰন্থমেলা আৰম্ভ হৈছে। বিশিষ্ট সাহিত্যিক অৰুপ কুমাৰ দত্তই উদ্বোধন কৰা গ্ৰন্থমেলাখনৰ উদ্বোধনী অনুষ্ঠানত সাহিত্যিক তিলক মজুমদাৰ, শিৱানন্দ কাকতি, ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ...

December 17, 2024 8:22 PM December 17, 2024 8:22 PM

views 10

জনতা ভৱনত আৱকাৰী বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে অতুল বৰাৰ বৈঠক

আৱকাৰী মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জিলা ভিত্তিক ৰাজহ সংগ্ৰহৰ স্থিতি পর্যালোচনা কৰাৰ লগতে বিভাগটোৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ সবিশেষ পৰ্যালোচনা কৰা হয়। ৰাজ্যৰ ৰাজহ আহৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৱকাৰী বিভাগৰ ৰাজহ সংগ্ৰহ বৃ...

December 17, 2024 8:20 PM December 17, 2024 8:20 PM

views 12

ম’হ যুঁজ আৰু বুলবুলি চৰাই যুঁজ সন্দৰ্ভত ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশাৱলী বাতিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

পেটা ইণ্ডিয়াই দাখিল কৰা এখন আবেদনৰ প্ৰতি সঁহাৰি জনাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰে ম'হ যুঁজ আৰু বুলবুলি চৰাই যুঁজৰ অনুমতি দি ২০২৩ চনৰ ২৭ ডিচেম্বৰত জাৰি কৰা নিৰ্দেশাৱলী বাতিল কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি ন্যায়াধীশ দেৱাশীস বৰুৱাৰ বিচাৰপীঠত পেটা ইণ্ডিয়াৰ হৈ জ্যেষ্ঠ অধিবক্তা দিগন্ত...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।