আঞ্চলিক সংবাদ

December 22, 2024 8:56 PM December 22, 2024 8:56 PM

views 3

মৰিগাঁৱত শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ ৩৮৬ সংখ্যক তিৰোভাৱ তিথি পালন

অসমীয়া গদ্য সাহিত্যৰ জনক শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ ৩৮৬ সংখ্যক তিৰোভাৱ তিথি আজি শ্ৰী দেৱদামোদৰ সংঘৰ উদ্যোগত মৰিগাঁৱত গদ্য সাহিত্য দিৱস হিচাপে পালন কৰা হয়। সংঘৰ মৰিগাঁও জিলাৰ সংঘাধিকাৰ পোৱাল চন্দ্ৰ গোস্বামীয়ে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পাছত শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ...

December 22, 2024 8:52 PM December 22, 2024 8:52 PM

views 9

কলিয়াবৰ চাহ বাগিছাৰ সীমাত বাঘৰ আক্ৰমণত নিহত এজন লোকৰ  চিন্ন মুণ্ড উদ্ধাৰ

নগাঁও জিলাৰ কলিয়াবৰ চাহ বাগিছাৰ ১৩ নম্বৰ বাগানৰ সীমাত ঢেকিয়াপতিয়াৰ আক্ৰমণত নিহত এজন লোকৰ আজি চিন্ন মুণ্ড উদ্ধাৰ কৰা হয়। মৃত লোকজন কলিয়াবৰ বাগিছাৰ বৰলাইনৰ বাসুদেৱ কৰ্মকাৰ বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছত শিলঘাট তহলদাৰী আৰক্ষী চকীৰ সন্মুখত অঞ্চলটোৰ একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক কাৰ্য...

December 22, 2024 8:50 PM December 22, 2024 8:50 PM

views 5

শোণিতপুৰৰ সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা দাঁতিকাষৰীয়া অঞ্চলসমূহত বন্যহস্তীৰ সন্ত্ৰাস

শীতকালত খাদ্যৰ অভাৱত পৰি শোণিতপুৰৰ সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা দাঁতিকাষৰীয়া অঞ্চলসমূহত সোমাই পৰা বন্যহস্তীৰ দলে জনসাধাৰণৰ মাজক সন্ত্ৰাসৰ সৃষ্টি কৰিছে। শালিধানৰ খেতিপথাৰ নষ্ট কৰাৰ লগতে জিলাখনৰ মিছামাৰী অঞ্চলত দলৰ পৰা ফালৰি কাটি অহা এটা দঁতাল হাতীৰ ভয়ত ৰাইজে উজাগৰী নিশা কটাবলৈ বাধ্য হৈছে। একেদৰে গোলা...

December 22, 2024 8:48 PM December 22, 2024 8:48 PM

views 4

সমাজকর্মী তথা মাইতি নেপালৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী অনুৰাধা কৈৰালাক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ২০২৪ প্ৰদান

সমাজকর্মী তথা মাইতি নেপালৰ প্ৰতিষ্ঠাপক, ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত অনুৰাধা কৈৰালাক আজি উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ২০২৪ প্ৰদান কৰা হয়। কোকৰাঝাৰ জিলাৰ চান্দমাৰীত অৱস্থিত বডোফা সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপেন্দ্রনাথ ব্রহ্ম ন্যাস আৰু সদৌ বড়ো ছাত্ৰ স...

December 22, 2024 8:41 PM December 22, 2024 8:41 PM

views 6

বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাক শিৱসাগৰত ২০২৪ বৰ্ষৰ বাক্য সাহিত্য বঁটা প্ৰদান

সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাক আজি শিৱসাগৰত ২০২৪ বৰ্ষৰ বাক্য সাহিত্য বঁটা প্ৰদান কৰা হয়। শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজিত এটা অনুষ্ঠানত অগ্ৰণী প্ৰকাশন প্রতিষ্ঠান বাক্যই আগবঢ়োৱা এই বঁটা লোকসংস্কৃতিৰ গৱেষক ড০ অনিল শ‍ইকীয়াই ঔপন্যাসিকগৰাকীক প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠান...

December 22, 2024 8:38 PM December 22, 2024 8:38 PM

views 35

নিৰক্ষৰতা নিৰ্মূল কৰিলেহে সমাজৰ সামগ্রিক কল্যাণ সম্ভৱপৰ হ’বঃ জ্যেষ্ঠ শিক্ষা উপদেষ্টা কুলদ্বীপ কুমাৰ

নৱভাৰত সাক্ষৰতা অভিযানৰ অধীনত উল্লাস আঁচনিৰ বুনিয়াদী সাক্ষৰতা আৰু গাণনিক অৰ্হতা প্রাপ্তিৰ মূল্যায়ন আজি মৰিগাঁও জিলাত সম্পন্ন হয়। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ শিক্ষা উপদেষ্টা কুলদ্বীপ কুমাৰে জিলাখনৰ কাৰাগাৰ শিক্ষা কেন্দ্ৰ, পশ্চিম কোমোৰাগুৰি আৰু জালুগুটিৰ লোচোনাবাৰী পৰীক্ষা কেন্দ্ৰত মূল...

December 22, 2024 7:54 PM December 22, 2024 7:54 PM

views 6

ত্ৰিপুৰাত ৬৬৮ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষ ১৩ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি ত্ৰিপুৰাত ৬৬৮ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষ ১৩ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। সেই উপলক্ষে ঢলাই জিলাৰ মাছুৰাইপাৰাত আয়োজিত এখন জনসভাত দিয়া ভাষণত শ্ৰী শ্বাহে ব্রু জনগোষ্ঠীৰ লোকসকলক সংস্থাপনৰ বিষয়টো নিষ্পত্তি নকৰাৰ বাবে পূৰ্বৰ কমিউনিষ্ট দলৰ চৰকাৰখনক সমালোচনা ক...

December 22, 2024 6:58 PM December 22, 2024 6:58 PM

views 77

ৰাজধানী দিল্লীত বায়ুৰ গুণগত মান অতি নিম্নমুখী

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি বায়ুৰ গুণগত মান অতি নিম্নমুখী হৈ পৰিছে। পুৱাৰ ভাগত গড় বায়ুৰ গুণাগুণ সূচাংক এ কিউ আই আছিল ৩৯৫। ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্রণ বোৰ্ডৰ তথ্য মতে ৰাজধানীখনৰ মুন্দকা অঞ্চলত এ কিউ আই ৪৩৮, ৱাজিপুৰত ৪৪১, আনন্দ বিহাৰ অঞ্চলত ৪৩৪, আলীপুৰত ৪১৬, পি কে পুৰামত ৪১৫, দ্বাৰকা চেক্টৰত ৪...

December 22, 2024 6:27 PM December 22, 2024 6:27 PM

views 5

নতুন বিধানসভা সমষ্টিৰ ভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ

নতুন বিধানসভা সমষ্টিৰ ভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। এই উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ বিধান সভা সমষ্টিৰ চকুলিভৰীয়াত ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। আনহাতে ধেমাজিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পে...

December 22, 2024 6:23 PM December 22, 2024 6:23 PM

views 8

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লখিমপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি লখিমপুৰ আৰু ওদালগুৰি জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত বঁটা প্ৰদান কৰাৰ লগতে আর্থিক সাহায্য প্রদান কৰা হয়। এই কাৰ্যসূচীৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লখিমপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।