আঞ্চলিক সংবাদ

December 26, 2024 12:29 PM December 26, 2024 12:29 PM

views 11

গোলাঘাট জিলাৰ বন সংমণ্ডলৰ ব্যতিক্রমী প্রচেষ্টা

গোলাঘাট জিলাৰ বন সংমণ্ডলে বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্রস্ত লোকক সহজে ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে ব্যতিক্রমী প্রচেষ্টা হাতত লৈছে । ইয়াৰ অংশ হিচাপে ক্ষতিগ্রস্ত লোকসকলৰ বাবে মুকলি আবেদন গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট জিলা বন বিষয়া সুশীল কমাৰ ঠাকুৰীয়া আৰু ৰাজহ চক্ৰ বিষয়া তন্ময় ভৰদ্বাজে জিলাখনৰ ভিত...

December 26, 2024 12:27 PM December 26, 2024 12:27 PM

views 14

মুখ্যমন্ত্ৰী নিৰ্দেশক্ৰমে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ

পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে নৱবৰ্ষৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে ৰাজ্যৰ প্ৰান্তে প্রান্তে আৰক্ষী তথা পৰিবহন বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। কালি নিশা পৰিবহন মন্ত্ৰী যোগন মহনে গুৱাহাটীৰ জিএছ ৰোডত উপস্থিত হৈ নিজে এই অভিযানৰ তদাৰক কৰে। তিনিচুকীয...

December 26, 2024 12:25 PM December 26, 2024 12:25 PM

views 6

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা

ৰাজ্যত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ বিষয়টো লৈ ৰাজ্য চৰকাৰ চিন্তিত হোৱাৰ লগতে এই দিশত যথোচিত ব্যৱস্থাও গ্ৰহণ কৰিছে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জনোৱা অনুসৰি ইতিমধ্যে ৰাজ্য চৰকাৰে যিকেইখন জিলাত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে সেয়...

December 26, 2024 12:11 PM December 26, 2024 12:11 PM

views 15

শেহতীয়াকৈ অসমলৈ ভালেসংখ্যক বাংলাদেশীৰ প্ৰৱেশ ঘটিছে বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

বাংলাদেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে শেহতীয়াকৈ অসমলৈ ভালেসংখ্যক বাংলাদেশীৰ প্ৰৱেশ ঘটিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে বাংলাদেশৰ অৰ্থনীতিৰ অৱনতি আৰু দেশখনৰ বস্ত্ৰ উদ্যোগসমূহ বন্ধ হৈ পৰাৰ ফলত ভাৰতত বাং...

December 25, 2024 7:49 PM December 25, 2024 7:49 PM

views 5

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ নিৰ্মীয়মান দলঙৰ সমীপত বাঘৰ আক্ৰমণত এজন যুৱক আহত

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ নিৰ্মীয়মান দলঙৰ সমীপত আজি পুৱা বাঘৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাবে আহত হয়। সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন হৈ থকা যুৱকজন ভৰলুমুখৰ উদয় ঘোষ বুলি জানিব পৰা গৈছে ।

December 25, 2024 7:44 PM December 25, 2024 7:44 PM

views 4

বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে গোলাঘাট জিলাৰ বন সংমণ্ডলৰ ব্যতিক্ৰমী প্ৰচেষ্টা

গোলাঘাট জিলাৰ বন সংমণ্ডলে বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক সহজে ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে ৷ ইয়াৰ অংশ হিচাপে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে মুকলি আবেদন গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট জিলা বন বিষয়া সুশীল কুমাৰ ঠাকুৰীয়া আৰু ৰাজহ চক্ৰ বিষয়া ৰনন্ময় ভদ্বাজে জিলাখনৰ ভি...

December 25, 2024 7:39 PM December 25, 2024 7:39 PM

views 15

কংগ্ৰেছে অকল ৰাজনৈতিক মুনাফাৰ বাবে বি আৰ আম্বেদকাৰৰ নাম ব্যৱহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ

কংগ্ৰেছে অকল ৰাজনৈতিক মুনাফাৰ বাবে বি আৰ আম্বেদকাৰৰ নাম ব্যৱহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে শাসনত থকা সময়ছোৱাত নেহৰু গান্ধী পৰিয়ালৰ নামত ভালেমান প্ৰতিষ্ঠানৰ নামকৰণ কৰিছে যদিও দলটোৱে আম্ব...

December 25, 2024 7:28 PM December 25, 2024 7:28 PM

views 16

নলবাৰী বিধানসভা সমষ্টি অধীনৰ খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দ্বাৰা উদ্বোধন

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি নলবাৰীৰ চৰকাৰী গৰ্ডন বিদ্যালয় খেলপথাৰত নলবাৰী বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধন কৰে। এই প্ৰতিযোগিতা নলবাৰী সমষ্টিৰ ডেৰ হাজাৰতকৈ অধিক ক্রীড়া প্রতিভাই অংশগ্ৰহণ কৰিছে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰ...

December 25, 2024 7:04 PM December 25, 2024 7:04 PM

views 4

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো বৰদিন পালন

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি খ্রীষ্টধর্মী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন ধৰ্মীয় ৰীতি- নীতি আৰু পৰম্পৰাৰ মাজেৰে উদযাপন কৰা হৈছে। এই উপলক্ষে গীৰ্জাঘৰসমূহ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰলৰ ধ্বনিৰে মুখৰিত হৈ উঠিছে। গুৱাহাটীৰ পাণবজাৰত থকা খ্ৰীষ্ট চার্চ, ব্যাপ্তিষ্ট চাৰ্চ, কাহিলীপাৰা, চানমাৰি, খানাপাৰা...

December 25, 2024 6:46 PM December 25, 2024 6:46 PM

views 4

অসম আৰক্ষীৰ প্রঘাট অভিযানৰ অধীনত দুজন জেহাদীক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে আজি দুজন জেহাদীক গ্ৰেপ্তাৰ কৰি সন্ত্ৰাসবাদী কার্যকলাপ ব্যৰ্থ কৰাৰ লগতে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্রী জব্দ কৰে। অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি এটা গোপন সূত্ৰৰ ভিত্তিত বিশেষ কার্যবাহিনীয়ে প্রঘাট অভিযানৰ অধীনত যোৱানিশা কোকৰ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।