December 26, 2024 12:35 PM December 26, 2024 12:35 PM
10
সু-প্রশাসন সপ্তাহৰ সামৰণি উপলক্ষে তিনিচুকীয়া জিলাত বিশেষ কৰ্মশালাৰ অনুষ্ঠিত
১৯ ডিচেম্বৰৰ পৰা চলি থকা সু-প্রশাসন সপ্তাহৰ সামৰণি উপলক্ষে কালি তিনিচুকীয়া জিলাত এখন বিশেষ কৰ্মশালাৰ অনুষ্ঠিত হয়। কর্মশালাত উপস্থিত থাকি জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাসে কয়, যে কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনক ৰাইজৰ অধিক ওচৰ চপাই নিয়াৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ এই কাৰ্যসূচীৰ মূল বিষয...