আঞ্চলিক সংবাদ

December 26, 2024 8:09 PM December 26, 2024 8:09 PM

views 7

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিলৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিলৈ এই বছৰৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে। ‘ধাৰ আৰু অন্যান্য গল্প' পুথিৰ বাবে ঠংছিয়ে এই বঁটা লাভ কৰিছে। আজি অসম গ্ৰন্থমেলাৰ অস্থায়ী কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ উপস্থিতিত উপাধ্যক্ষ সুমন্ত চলিহাই এই কথা ঘোষণা ক...

December 26, 2024 8:07 PM December 26, 2024 8:07 PM

views 9

বৰ্ণিল কাৰ্যসূচীৰে কাইলৈৰ পৰা ১২ দিনীয়া অসম গ্রন্থমেলা-২০২৪

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত ১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অসম গ্রন্থমেলা-২০২৪ অনুষ্ঠিত হ'ব। চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰিৱৰ্তে এইবেলি খানাপাৰালৈ এই গ্রন্থমেলা স্...

December 26, 2024 8:03 PM December 26, 2024 8:03 PM

views 9

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বীৰ শিশু দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বীৰ শিশু দিৱস পালন কৰা হয়। এই উপলক্ষে বিভিন্ন বিদ্যালয়, শিশু যতন কেন্দ্ৰ আৰু অংগনবাড়ী কেন্দ্ৰসমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মাই গভ আৰু মাই ভাৰত পোৰ্টেলৰ জৰিয়তে অনলাইন কুইজ, গল্প কথন, সৃষ্টিশীল ৰচনা, পোষ্টাৰ আদিৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ ছাৰাবভা...

December 26, 2024 1:15 PM December 26, 2024 1:15 PM

views 8

কাইলৈৰ পৰা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবার্ষিক অধিৱেশন

পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবার্ষিক অধিৱেশন কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। মৰিয়নিৰ চেলেংহাটৰ ডামচাও তিলক গগৈ ক্ষেত্ৰত হ'বলগীয়া অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অধিৱেশনস্থলীত গ্ৰন্থমেলা, খাদ্যমেলা আৰু আহোম যুগৰ ঐতিহাসিক সামগ্ৰীসমূহৰ প্ৰদৰ্শনীস্থলী থাকিব।...

December 26, 2024 1:14 PM December 26, 2024 1:14 PM

views 4

সমগ্ৰ দেশজুৰি আজি বীৰ শিশু দিৱস উদযাপন

আজি বীৰ শিশু দিৱস। শিখসকলৰ ধৰ্মগুৰু গোবিন্দ সিঙৰ দুই বীৰ ছহিদ পুত্র বাবা ফার্টেই সিং আৰু জোৰাৱৰ সিঙৰ সোঁৱৰণত সমগ্ৰ দেশজুৰি এই দিৱস উদযাপন কৰা হৈছে। দেশৰ আন প্ৰান্তৰ লগতে অসমতো এই দিৱস পালন কৰা হৈছে। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাস্থিত আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বীৰ শি...

December 26, 2024 1:13 PM December 26, 2024 1:13 PM

views 9

কাইলৈৰ পৰা খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত অসম গ্রন্থমেলা

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত অসম গ্রন্থমেলা-২০২৪ অনুষ্ঠিত হ'ব। চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰিৱৰ্তে এইবেলি খানাপাৰালৈ এই গ্ৰন্থমেলা স্থানান্তৰিত কৰা হৈছে। আজি গুৱাহ...

December 26, 2024 1:11 PM December 26, 2024 1:11 PM

views 11

২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি অহা ২৮ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত সমাজৰ নিঃস্ব, আতৰ্জন আৰু অমাতৰ হৈ নীৰৱে কাম কৰি যোৱা তিনিগৰাকী ব্যক্তিৰ বছৰটোৰ সামৰণিৰ উপলব্ধি প্ৰচাৰ কৰা হ'ব। ৩১ ডিচেম্বৰ...

December 26, 2024 1:08 PM December 26, 2024 1:08 PM

views 9

অহা ৩১ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ পঞ্চম বার্ষিক পর্যটন উৎসৱৰ আয়োজন

ডিগবৈৰ সমীপৰ দিহিং বনাঞ্চলৰ কাষত নাজিৰাটিং তামুলীগাঁৱত অহা ৩১ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ পঞ্চম বার্ষিক পর্যটন উৎসৱৰ আয়োজন কৰা হৈছে। গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই পৰ্যটন উৎসৱত এশটা আত্মসহায়ক গোটৰ এহেজাৰ মহিলাই থলুৱা সামগ্ৰীৰ বিপণী মুকলি কৰিব। উৎসৱত লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়ো...

December 26, 2024 12:39 PM December 26, 2024 12:39 PM

views 13

উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা

বতৰৰ বতৰা– বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰিব যদিও দিনৰ ভাগত বতৰ ফৰকাল হৈ থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৪.৯ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা আছিল ১৩ দশমিক ২ ডিগ্ৰী ছেলছিয়াছ। আজি গু...

December 26, 2024 12:37 PM December 26, 2024 12:37 PM

views 14

TET নিযুক্তি পৰীক্ষাত দশম শ্ৰেণী পৰ্যায়ৰ ১৫ নম্বৰৰ গণিতৰ প্ৰশ্ন অন্তৰ্ভুক্ত

TET নিযুক্তি পৰীক্ষাত দশম শ্ৰেণী পৰ্যায়ৰ ১৫ নম্বৰৰ গণিতৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হ'ব। TET নিযুক্তি পৰীক্ষাত আন প্ৰশ্নৰ লগতে গণিতৰ প্ৰশ্নও অন্তৰ্ভুক্ত কৰা হ'ব বুলি নতুন পাঠ্যক্ৰম প্ৰকাশ কৰাৰ পাছতে প্ৰাৰ্থীসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ উত্তৰত কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এইদৰে প্ৰকাশ কৰে ।...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।