December 28, 2024 7:56 PM December 28, 2024 7:56 PM
12
অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান
৬ গৰাকী খেলুৱৈক এন আৰ এল-অইল বঁটা প্ৰদান ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিগত বছৰবোৰৰ দৰে আজি বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে৷ আজি ৰুদ্ৰ সিংহ ক্ৰীড়া প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এনআৰএল-অইল বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যৰ ৬ গৰাকী প্ৰচুৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈক ...