January 14, 2025 8:59 PM January 14, 2025 8:59 PM
4
অসম আৰক্ষীৰ আমিনগাঁৱত এখন বাহনৰ পৰা প্ৰায় ৯ কোটি টকাৰ অধিক হেৰ’ইন জব্দ
অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ অধীনত আজি বিশেষ কার্যবাহিনীৰ এটা দলে অভিযান চলাই কামৰূপ জিলাৰ আমিনগাঁৱত এখন বাহনৰ পৰা প্ৰায় ৯ কোটি টকাৰ এক কেজিৰো অধিক হেৰ'ইন জব্দ কৰে। এই হেৰ'ইনখিনি ৯৪টা চাবোনৰ বাকচত লৈ যোৱা হৈছিল। আৰক্ষীয়ে ঘটনা সংক্রান্তত নুৰুল হুছেইন আৰু বিতুল আলী নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক ...