আঞ্চলিক সংবাদ

March 4, 2025 7:51 PM

views 28

বিধানসভাত লালদুহমাৰ ৰাজ্যখনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন

মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহমাই আজি ৰাজ্য বিধানসভাত ৰাজ্যখনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰে। বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী লালদুহমাই উত্থাপন কৰা এই বাজেটত মুঠ ১৫ হাজাৰ ১৯৮ কোটি টকাৰ ব্যয় ধাৰ্য কৰা হৈছে। ইয়াৰ ভিতৰত ১২ হাজাৰ ৫৪০ কোটি ২০ লাখ টকাৰ ৰাজহ ব্যয় শিতানত ধাৰ্য্য কৰা হৈছে...

March 4, 2025 7:48 PM

views 27

প্ৰাক্তন আই আই টিয়ানৰ সহযোগত অসমত ১০ টা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-আই আই টিৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সৰ্বভাৰতীয় সংগঠনৰ সহযোগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ তত্বাৱধানত অসমত যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ বাবে ১০ টা দক্ষতা কেন্দ্ৰ স্থাপন কৰা হ'ব। ৯০ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পৰ ১০ শতাংশ ৰাজ্য চৰকাৰে আৰু বাকী অংশ আই আই টিৰ প্ৰাক্তন ছ...

March 4, 2025 7:44 PM

views 41

ৰাজ্যত বৰ্তমানলৈকে ২৭, ৯৩১ খন নলযোগে পানীযোগান আঁচনি ৰূপায়ণৰ বাবে গ্ৰহণ কৰা হৈছে বুলি জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ

ৰাজ্যত বৰ্তমানলৈকে ২৭ হাজাৰ ৯৩১ খন নলযোগে পানীযোগান আঁচনি ৰূপায়ণৰ বাবে গ্ৰহণ কৰা হৈছে আৰু ইয়াৰে ১৭ হাজাৰ ৩১৫ খন আঁচনিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিধানসভাত আজি এটা প্ৰশ্নৰ উত্তৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই কথা প্ৰকাশ কৰি কয়, যে এতিয়ালৈকে অসম্পূৰ্ণ হৈ থকা ১০ হাজাৰ ৬১...

March 4, 2025 7:39 PM

views 24

ৰাজ্যখনে গ্ৰহণ কৰা সৰ্বমুঠ ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত ২৪ শতাংশৰ ভিতৰত ৰাখিবলৈ সমৰ্থ হৈছে বুলি বিত্ত মন্ত্রীৰ প্ৰকাশ

অসম চৰকাৰে ৰাজ্যখনে গ্ৰহণ কৰা সৰ্বমুঠ ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত ২৪ শতাংশৰ ভিতৰত ৰাখিবলৈ সমৰ্থ হৈছে বুলি আজি বিত্ত মন্ত্রী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আশ্রাফুল হুছেইনৰ ঋণৰ উৎস সম্পর্কে উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থা...

March 4, 2025 7:26 PM

views 30

এটা বিশেষ সম্প্রদায়ক লৈ অশোক সিংহলে দিয়া মন্তব্যক লৈ আজি অসম বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীয়ে এটা সম্প্ৰদায়ৰ প্ৰতি অসন্মানজনক মন্তব্য কৰা বুলি অভিযোগ কৰি বিৰোধী এ আই ইউ ডি এফে তেওঁৰ পদত্যাগৰ দাবী জনোৱাৰ লগতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপনৰ দাবী অধ্যক্ষই প্রত্যাক্ষান কৰাক লৈ আজি অসম বিধানসভাত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। আজি সদনত প্রশ্...

March 4, 2025 1:26 PM

views 35

অসম বিধানসভাৰ বাজেট অধিবেশনত বিৰোধী ৫ বিধায়কক সদনৰ পৰা বহিষ্কাৰ

■ অসম বিধানসভাত আজি বিত্তীয় বিধেয়ককে ধৰি অন্যান্য বিষয়ত আলোচনা অনুষ্ঠিত হৈছে। এই বিষয়ত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ আব্দুল কালাম ৰছিদ আলম, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু এ আই ইউ ডি এফৰ আশ্রাফুল হকক সদনৰ পৰা বহিষ্কাৰ কৰা হয়। প্রশ্নোত্তৰ কালৰ পাছত কংগ্ৰেছ আৰু এ আই ইউ...

March 4, 2025 10:52 AM

views 33

৫৬ সংখ্যক ডিব্ৰুগড় বিশ্ববিদ্যালয় সপ্তাহত প্ৰখ্যাত এথলিট পি টি ঊষা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

● ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫৬ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ অনুষ্ঠানত কালি প্ৰখ্যাত এথলিট তথা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি ঊষা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত এথলিটগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সৃষ্টি কৰা ক্ৰীড়াৰ পৰিৱেশে আন্তঃৰাষ্ট্ৰীয় পৰ...

March 4, 2025 10:40 AM

views 23

দেশৰ ৮ ৰাজ্যৰ ২৮ খন নদীত চলোৱা জৰীপত মুঠ ৬,৩২৭ টা শিহুৰ অৱস্থিতি

■ দেশৰ ৮খন ৰাজ্যৰ মাজেৰে যোৱা ২৮ খন নদীত চলোৱা এটা জৰীপ অনুসৰি মুঠ ৬,৩২৭ টা শিহুৰ অৱস্থিতিৰ তথ্য পোৱা গৈছে। ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰকে ধৰি নদীসমূহত ৬৩৫ টা শিহুৰ অৱস্থিতিৰে অসমে দেশৰ ভিতৰত চতুর্থ স্থান লাভ কৰিছে। ২০২০ চনত এই জৰীপ আৰম্ভ কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ গীৰ ৰাষ্ট্ৰ...

March 4, 2025 10:28 AM

views 35

ডিগবৈত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ

■ ডিগবৈ সংৰক্ষিত বনাঞ্চলৰ ডিব্ৰু নৈৰ সমীপত কালি সেনা বাহিনী আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰে। অভিযানকাৰী দলটোৱে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এজন আত্মসমৰ্পণকাৰী সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত এই সামগ্ৰীসমূহ জব্দ কৰে। উল্লেখযোগ্য যে,...

March 4, 2025 10:24 AM

views 30

ৰাষ্ট্ৰপতি ভৱনৰ প্ৰসিদ্ধ অমৃত উদ্যানত ‘অসমৰ চাহ’ৰ বিপনী স্থাপনৰ বাবে প্ৰাঞ্জন কুমাৰ ৰয়ক আমন্ত্রণ

● ৰাষ্ট্ৰপতি ভৱনৰ প্ৰসিদ্ধ অমৃত উদ্যানত ‘অসমৰ চাহ’ৰ এখন বিপনী স্থাপনৰ বাবে ৰাষ্ট্ৰপতিৰ সচিবালয়ে সৰভোগৰ বাসিন্দা প্ৰাঞ্জন কুমাৰ ৰয়ক আমন্ত্রণ জনাইছে। সমগ্র দেশকে ‘অসমৰ চাহ’ৰ প্ৰকৃত সোৱাদ দিয়াৰ উদ্দেশ্যেৰে যুৱ উদ্যমী প্ৰাঞ্জন কুমাৰ ৰয়ে ‘ৰিভাৰ বেঁকী টি কোম্পানী'ৰ জৰিয়তে প্ৰচেষ্টা চলাই আহিছে। অভিযন্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।