আঞ্চলিক সংবাদ

March 7, 2025 11:03 AM

views 36

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল যোৱানিশা ঘোষণা

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল কালি নিশা ১২ বজাৰ পাছতে ঘোষণা কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in যো...

March 7, 2025 10:58 AM

views 14

মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলঙৰ উদ্বোধন কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ৰাধা গোবিন্দ বৰুৱা পথ আৰু ড° ভূপেন হাজৰিকা পথত মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলঙৰ উদ্বোধন কৰিব। উন্নত যোগাযোগ ব্যৱস্থাৰে সবল ভৱিষ্যত নিৰ্মাণৰ লক্ষ্যৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত দলংখন নিৰ্মাণ কৰা হৈছে। ১৫ কোটি টকা ব...

March 7, 2025 10:54 AM

views 39

নামৰূপ সাৰ কাৰখানাত নতুন গোট স্থাপনৰ পাছত সাৰৰ নাটনি দূৰ হ’ব : মন্ত্ৰী অতুল বৰা

নামৰূপ সাৰ কাৰখানাত ১২ হাজাৰ ৬০০ কোটি টকা বিনিয়োগেৰে নতুন গোট স্থাপন কৰাৰ পাছত ৰাজ্যত সাৰৰ নাটনি দূৰ হ'ব বুলি কৃষিমন্ত্ৰী অতুল বৰাই কালি বিধানসভাত প্ৰকাশ কৰিছে। এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ৰাজ্যত সাৰৰ কৃত্ৰিম নাটনি তথা কৃষকে উচ্চ দামত সাৰ কিনিবলৈ অক্ষম হোৱা সন্দৰ্ভত কৰা এটা প্ৰশ্নৰ উত্তৰত ...

March 7, 2025 10:49 AM

views 15

১০৫ খন পৌৰ নিগম নিকায়ৰ ১০৪৪ গৰাকী কৰ্মচাৰীক অৱসৰ পৰ্যন্ত চৰকাৰে দৰমহা প্ৰদান কৰিব : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ৰাজ্যৰ ১০৫ খন পৌৰ নিগম নিকায়ৰ ১০৪৪ গৰাকী কৰ্মচাৰীক অৱসৰ পৰ্যন্ত চৰকাৰে দৰমহা প্ৰদান কৰিব। ২০১৩ চনৰ ৪ ছেপ্তেম্বৰৰ ভিতৰত নিযুক্তি লাভ কৰাসকলে এই সুবিধা লাভ কৰিব। অসম বিধানসভাত কালি ৰাজ্যৰ পৌৰ নিগম নিকায়সমূহত কৰ্মৰত কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকীকৰণ বিধেয়ক গৃহীত হোৱাৰ পাছতে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন ম...

March 6, 2025 8:37 PM

views 36

আজিৰে পৰা অৰুণাচল প্ৰদেশ বিধানসভাৰ বাজেট অধিৱেশন

অৰুণাচল প্ৰদেশ বিধানসভাৰ বাজেট অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। এয়া হৈছে অষ্টম বিধানসভাৰ চতুর্থ সংখ্যক অধিৱেশন। এই অধিৱেশনত ৫খন বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল কে টি পাটনায়কৰ ভাষণেৰে আজি সদনৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপালে তেওঁৰ ভাষণত কয়, যে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটে অহ...

March 6, 2025 7:58 PM

views 28

যোৰহাটত কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ১৮৭৭ চনত ইংৰাজৰ আমোলত আৰম্ভ হোৱা এই আকর্ষণীয় প্ৰতিযোগিতাখনৰ ১৪২ সংখ্যক সংস্কৰণৰ লগত সংগতি ৰাখি টেনিছ, গল্ফ আদি খেলো অনুষ্ঠিত কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। যোৰহাট জিমখানা ক্লাবৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজিত এই প্রতিযোগি...

March 6, 2025 7:56 PM

views 27

সর্বাঙ্গীন বিকাশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ধেমাজি জিলাৰ ১৫৮খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ক বঁটা প্ৰদান

ধেমাজি জিলাৰ ১৫৮খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ক আজি সমগ্র শিক্ষা ধেমাজিয়ে সর্বাঙ্গীন বিকাশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বঁটা প্ৰদান কৰে। ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ একোখনকৈ প্ৰাথমিক বিদ্যালয়ক শ্রেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু শ্ৰেষ্ঠ মাতৃ গোটৰ বঁটা প্ৰ...

March 6, 2025 7:55 PM

views 37

বিশ্বনাথ জিলা কৃষি বিভাগ তথা কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত কৃষক মেলাৰ আয়োজন

বিশ্বনাথ জিলা কৃষি বিভাগ তথা কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত কৃষি বিষয়াৰ কাৰ্যালয়ৰ চৌহদত আজিৰে পৰা দুদিনীয়াকৈ কৃষক মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত কৃষকসকলে নিজৰ পথাৰত উৎপাদিত সামগ্ৰী বিক্ৰীৰ লগতে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। আজি জিলা আয়ুক্ত মুনিন্দ্র নাথ ঙাটে...

March 6, 2025 7:54 PM

views 36

৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি হোজাইত বিশেষ কাৰ্যসূচীৰ আয়োজন

৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি হোজাই জিলাত জিলা প্ৰশাসন আৰু নাবাৰ্ডৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ২ নম্বৰ কাকী অঞ্চলৰ নৱনিৰ্মিত জিলা পৰিষদৰ কাৰ্যালয়ত আজি বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত ১০গৰাকী মহিলাক সম্বৰ্দ্ধনা জনোৱা হয়। সেই স্থানতে কেইবাটাও মহিল...

March 6, 2025 7:51 PM

views 27

মঙলদৈ বিধানসভা সমষ্টিত ৩১ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত

দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিত আজি সর্বমুঠ ৩১ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৩০টাতকৈ অধিক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰে ভিতৰত মুঠ ২৫ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে মঙলদৈৰ নৈৰ ওপৰত দলং আৰু পকীপথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানত ২৫ কোটিৰো অধিক টকা ব্যয় সাপ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।