আঞ্চলিক সংবাদ

March 9, 2025 7:23 PM

views 24

গোলাঘাটৰ বৰপথাৰত চাওতাল জনগোষ্ঠীসকলৰ বাহা সন্মিলনৰ লাইখুঁটা স্থাপন

গোলাঘাটৰ সৰুপথাৰ সমজিলাৰ বৰপথাৰত দুদিনীয়াকৈ আয়োজন কৰা চাওতাল জনগোষ্ঠীসকলৰ বাহা সন্মিলনৰ আজি লাইখুঁটা স্থাপন কৰা হয়। বৰপথাৰ চাওতাল সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত অহা ১ আৰু ২ এপ্ৰিলত এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত চাওতাল জনগোষ্ঠীৰ বিভিন্ন উপগোষ্ঠীৰ উপস্থিতিত পৰম্পৰাগত নৃত্য-গীত, চিত্রাংকন,...

March 9, 2025 7:20 PM

views 19

বিশ্বনাথ জিলাৰ কাজিৰঙাৰ প’ল’কটা টাপুত বন বিভাগৰ এটা বাঘৰ মৃতদেহ উদ্ধাৰ

বিশ্বনাথ জিলাৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ প'ল'কটা টাপুত বন বিভাগে আজি এটা বাঘৰ মৃতদেহ উদ্ধাৰ কৰে। বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ ফেৰেংগাদাও কেম্পৰ বনকৰ্মীয়ে প্ৰথমে মৃত বাঘটো প্ৰত্যক্ষ কৰে আৰু পৰৱৰ্তী সময়ত পশু চিকিৎসকৰ দল উপস্থিত হৈ বাঘটোৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰে। বাঘটোৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন হোৱা...

March 9, 2025 7:18 PM

views 23

হোজাই জিলাৰ লংকাৰ শ্ৰীশ্ৰীশংকৰদেৱ হাইস্কুলৰ সোণালী জয়ন্তী উৎসৱৰ লাইখুটা স্থাপন

হোজাই জিলাৰ লংকাৰ নিকটৱৰ্তী ২ নম্বৰ পিপল পুখুৰী অঞ্চলত অৱস্থিত শ্ৰীশ্ৰীশংকৰদেৱ হাইস্কুলৰ সোণালী জয়ন্তী উৎসৱৰ আজি লাইখুটা স্থাপন কৰা হয়। লংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্রকৃতিপ্রেমী জয়বাবু সিংহই লাইখুটা স্থাপন কৰা অনুষ্ঠানত হোজাই জিলাৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ আৰু বিদ্যা...

March 9, 2025 12:15 PM

views 27

মণিপুৰৰ কাংপোক্‌পি জিলাত কুকি প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰীৰ প্ৰাণহানি

মণিপুৰৰ কাংপোক্‌পি জিলাৰ বিভিন্ন অংশত কালি কুকি প্ৰদৰ্শনকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱায় আৰু অন্য ২৫ জন আহত হয়। নিহত লোকজনক লাল গৌথা সিংগছিত বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত বাতৰি মতে কেইথেলমান্বিত হোৱা সংঘৰ্ষত এই ৩০ বছৰীয়া লোকজন গুলীবিদ্ধ হয় আৰু চিকিৎসা...

March 9, 2025 12:13 PM

views 28

ডুমডুমাত চাহ বাগিচাৰ মজুৰি ক্ষতিপূৰণ আঁচনি আৰু টীকাকৰণ সম্পৰ্কীয় কর্মশালা অনুষ্ঠিত

শ্রমিক কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ অধ্যক্ষতাত কালি ডুমডুমাত চাহ বাগিচাৰ মজুৰি ক্ষতিপূৰণ আঁচনি আৰু টীকাকৰণ সম্পৰ্কীয় এখন কর্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত তিনিচুকীয়া জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ জয়ন্ত ভট্টাচার্য, তিনিচুকীয়াৰ সহকাৰী আয়ুক্ত মঞ্জ...

March 9, 2025 12:06 PM

views 17

কোকৰাঝাৰৰ চহৰৰ বডোফা সাংস্কৃতিক প্রকল্পত আয়োজিত অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলৰ অংশগ্ৰহণ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে কালি কোকৰাঝাৰৰ চহৰৰ বডোফা সাংস্কৃতিক প্রকল্পত আয়োজিত এটা অনুষ্ঠানত ৫৯০ গৰাকী প্রাক্তন উগ্ৰপন্থী সদস্যলৈ ৪ লাখ টকাকৈ ম্যাদি জমাৰ প্ৰমাণ পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত বিটিআবৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে এন ডি এফ বিব প্রাক্তন সদস্যসকলক সাহায্যৰ প্ৰম...

March 9, 2025 11:56 AM

views 22

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ১৪ মাৰ্চত তিনিদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ১৪ মাৰ্চত তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হ'ব। শ্ৰী শ্বাহে ১৫ মাৰ্চত ডেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। পাছত তেওঁ ডেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব। গৃহমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ পৰা পোনে পোনে গুৱাহাটীত উপস্থিত হ'ব আৰু সন্ধিয়া গুৱাহাটীত উত্তৰ...

March 9, 2025 11:53 AM

views 35

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজিত লোক আদালতৰ জৰিয়তে ২৯ হাজাৰৰো অধিক গোচৰ নিষ্পত্তি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজিত লোক আদালতৰ জৰিয়তে কালি ২৯ হাজাৰৰো অধিক গোচৰ নিষ্পত্তি কৰা হয়। দেশৰ বাকী অংশৰ লগতে অসমতো আয়োজন কৰা এই লোক আদালতত প্ৰাৱম্ভিক পৰ্যায়ত মোকদমা আৰু বিচাৰাধীন দুই লাখৰো অধিক গোচৰ লোৱা হয়। ইয়াৰে ভিতৰত ২৯ হাজাৰ ২১ টা গোচৰ সমিল মিলেৰে নিষ্পত্তি কৰা হয় আৰু জৰিমনা আদিৰ বাব...

March 9, 2025 11:47 AM

views 28

অসম বিধানসভাত কাইলৈ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন

বিত্ত মন্ত্রী অজন্তা নেওগে কাইলৈ দিনৰ ১১-৩০ বজাত বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। এইখনে হ'ব ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালৰ অন্তিমখন পূর্ণাংগ বাজেট। বিত্তমন্ত্রী অজন্তা নেওগে কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে চৰকাৰে এখন ভাল বাজে...

March 8, 2025 7:44 PM

views 8

চৰাইদেউত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ কৃষক মেলা আয়োজন

চৰাইদেউ কৃষি বিভাগৰ অন্তৰ্গত কৃষি ব্যৱস্থাপনা প্রযুক্তি সংস্থাৰ উদ্যোগত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ কৃষক মেলা আয়োজন কৰা হৈছে। জিলাখনৰ জঁজলি পাঁচআলিৰ দিচাংপানী গাঁও পঞ্চায়ত ৰাজহুৱা খেলপথাৰত আয়োজিত এই কৃষক মেলাখন জিলা আয়ুক্ত ডাঃ নেহা যাদবে মুকলি কৰে। থলুৱা কৃষকসকলক এখন বজাৰ দিয়াৰ উদ্দে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।