আঞ্চলিক সংবাদ

March 16, 2025 8:58 PM

views 24

গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত পৰম্পৰাগতভাৱে সুৱেৰি উৎসৱ পালন

গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত আজি পৰম্পৰাগতভাৱে সুৱেৰি উৎসৱ পালন কৰা হয়। দৌল উৎসৱৰ অংশ হিচাপে আয়োজিত এই উৎসৱত পৰম্পৰা অনুসৰি বিভিন্ন স্থানৰ পৰা কলিয়া গোঁসাইসকলক একেটা স্থানত একত্ৰিত কৰি আশীষ লোৱা হয়। তদুপৰি সমবেত লোকসকলে পৰস্পৰৰ দেহত ফাকু সানি ৰঙৰ উৎসৱ পালন কৰে। জিলাখনৰ বগুৱান, টিলাপাৰা, বাপুজী...

March 16, 2025 8:54 PM

views 15

ডিমাচা কছাৰী বীৰ শম্ভুধন ফংলোৰ ১৭৫ সংখ্যক জয়ন্তী উপলক্ষে শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন

ডিমাচা কছাৰী বীৰ শম্ভুধন ফংলোৰ ১৭৫ সংখ্যক জয়ন্তী উপলক্ষে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে স্বাধীনতা সংগ্রামত সক্রিয় ভূমিকা গ্ৰহণ কৰিছিল। স্বাধীন...

March 16, 2025 8:43 PM

views 17

বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ সামৰণি

বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ আজি সন্ধিয়া সামৰণি পৰে। এই মহোৎসৱৰ সামৰণিৰ দিনা আজি সমগ্ৰ বৰপেটা ফাকুৱাৰ ৰঙেৰে ৰঙীন হৈ পৰে। বিয়লি কলিয়া গোঁসাই তথা দৌলগোবিন্দ মহাপ্রভুক ভকতসকলে শোভাযাত্রা কৰি কলবাৰী সত্ৰলৈ লৈ যায়। সত্ৰত প্ৰতীকী ৰূপত হেকেটা মাহ খুওৱা পৰ্ব সম্পন্ন কৰাৰ পাছত গোঁসাইক পুনৰ বৰপেটা সত্...

March 16, 2025 8:03 PM

views 37

আকাশবাণীৰ পাব্লিক স্পীকত সোমবাৰে জন্মতে দেখা দিয়া বিসংগতি আৰু আনুসংগিক সমস্যা সন্দৰ্ভত বিশেষ আলোচনা

 আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা ৯-৩০ বজাত জন্মতে দেখা দিয়া বিসংগতি তথা এই সম্পৰ্কীয় আনুসংগিক সমস্যা সন্দৰ্ভত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ শিশু শল্য চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ প্রবোধ গোৱেল আৰু নতুন দিল্লীৰ স্বামী দয়ানন্দ চিকিৎস...

March 16, 2025 7:31 PM

views 3

ধেমাজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত কৃষক মেলা ২০২৫ অনুষ্ঠিত

ধেমাজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে আজি কৃষক মেলা ২০২৫ অনুষ্ঠিত হয়। কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণ, এ টি এম এৰ সৌজন্যত আৰু জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক মেলাত আধুনিক কৃষি প্রযুক্তি প্ৰদৰ্শন হোৱাৰ লগতে কৃষি বিশেষজ্ঞই কৃষকসকলক বিভিন্ন পৰামৰ্শ আগবঢ়ায়। প্রায় ১৫ খন বি...

March 16, 2025 7:24 PM

views 16

চিলাপথাৰৰ দঞি-পঃল সাংস্কৃতিক ক্ষেত্ৰত নৱনিৰ্মিত অত্যাধুনিক প্রেক্ষাগৃহটো সাংসদ প্ৰদান বৰুৱাৰ উদ্বোধন

ধেমাজি জিলাৰ চিলাপথাৰৰ দঞি-পঃল সাংস্কৃতিক ক্ষেত্ৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মিছিং জনগোষ্ঠীৰ উৎসৱ গিনমুৰ পঃল দূৰ য়ুমদেং আৰু কেন্দ্ৰীয় আলি-আঃয়ে-লৃগাঙৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। আজিৰ অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, মিছিং স্বায়ত্তশ...

March 16, 2025 7:14 PM

views 10

যোদ্ধাৰ উদ্যোগত খুমটাইত হাফ মাৰাথান দৌৰ অনুষ্ঠিত

গোলাঘাট জিলাৰ সামাজিক বেচৰকাৰী অনুষ্ঠান যোদ্ধাৰ উদ্যোগত আজি খুমটাইত হাফ মাৰাথান দৌৰ অনুষ্ঠিত হয়। ৰাজ্যত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ ব্যৱহাৰ তথা গুটখা জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে সামাজিক সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই প্রতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাত খুমটাই সমষ্টিৰ বিধায়ক মৃন...

March 16, 2025 7:11 PM

views 20

লখিমপুৰ জিলাৰ আধুনিকীকৰণ কৰা গ্ৰন্থাগাৰ মুকলি

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত চি আই ডি এফ আঁচনিৰ অধীনত আজি অলপতে আধুনিকীকৰণ কৰা লখিমপুৰ জিলা গ্ৰন্থাগাৰ মুকলি কৰা হয়। গৃহ আৰু নগৰ পৰিক্ৰমা তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গ্ৰন্থাগাৰটো মুকলি কৰি কয় যে এই পদক্ষেপৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণ উপকৃত হ'ব। এই পুথিভৰাঁলটোত ব...

March 16, 2025 6:58 PM

views 59

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ, উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিঙৰ তামুলপুৰ জিলাৰ কেইবাটাও ক্ষুদ্র উদ্যোগ পৰিদৰ্শন

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী ৰৱনীত সিঙে আজি তামুলপুৰ জিলাৰ কেইবাটাও ক্ষুদ্র উদ্যোগ পৰিদৰ্শন কৰি আত্মসহায়ক গোটৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষুদ্র উদ্যোগ উদ্যোগীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা পূর্ণ সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে মৌ-...

March 16, 2025 6:49 PM

views 18

অসম আৰক্ষীৰ কনিষ্টবল আৰু অন্যান্য পদৰ বাবে লিখিত পৰীক্ষা ২৩ মাৰ্চৰ পৰিৱৰ্তে ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব

অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে লিখিত পৰীক্ষা ২৩ মাৰ্চৰ পৰিৱৰ্তে ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে আজি এখন জাননীযোগে এই কথা ঘোষণা কৰিছে। প্ৰশাসনিক কাৰণত পৰীক্ষাৰ দিন সলনি কৰা হৈছে বুলি পৰিষদে জানিবলৈ দিছে। লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।