February 25, 2025 7:31 PM February 25, 2025 7:31 PM
15
এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যখনৰ বিনিয়োগ ক্ষেত্ৰত ১ লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ
এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যখনৰ বিনিয়োগ ক্ষেত্ৰত ১ লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰত অনুমোদন জনোৱা হৈছে। অন্যান্য জিলাতো আয়ুক্তসকলে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। কোকৰাঝাৰ জিলাত আজি এডভান্টেজ আছাম সন্মিলনৰ অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হয় ৷ জিলাখনৰ বিজ্ঞান মহাবিদ্যা...