March 21, 2025 10:50 AM March 21, 2025 10:50 AM
4
গুৱাহাটী, তেজপুৰ আৰু শিলচৰত তিনিটা তথ্য আৰু কৃত্রিম বুদ্ধিমত্তা প্রয়োগশালা স্থাপন কৰা হ’ব
গুৱাহাটী, তেজপুৰ আৰু শিলচৰত অচিৰেই ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান ভাৰতীয় এ আই মিছনৰ অধীনত তিনিটা তথ্য আৰু কৃত্রিম বুদ্ধিমত্তা প্রয়োগশালা স্থাপন কৰা হ'ব। ৰাজ্যত শিক্ষাৰ মান উন্নীতকৰণ, কৃত্রিম বুদ্ধিমত্তা বিষয়ক গৱেষণা, বতৰৰ আগজাননী আদি কামত ব্যৱহাৰ কৰাৰ উপৰি এই প্রয়োগশালাকেইটাৰ জৰিয়তে...