আঞ্চলিক সংবাদ

April 2, 2025 1:40 PM April 2, 2025 1:40 PM

views 3

আজি পুৱাৰে পৰা ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত

ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩ টা সমষ্টিত ভোটগ্রহণ চলি আছে। কামৰূপ জিলাৰ অন্তর্গত ১৪ টা পৰিষদীয় সমষ্টিত দিনৰ এঘাৰ বজালৈকে প্ৰায় ৪৯ শতাংশ ভোটগ্রহণ হোৱা বুলি ৰাজ্যিক নির্বাচন আয়োগৰ সূত্ৰই জনাইছে। গোৱৰ্ধন সমষ্টিত সর্বাধিক ৫৬ দশমিক ১-৫ শতাংশ আৰু জাৰিহাট সমষ্টিত সর্বনিম্ন ৪১ দশমিক ৯-২ শতাংশ ভোটদা...

April 2, 2025 12:25 PM April 2, 2025 12:25 PM

views 12

আজিৰে পৰা খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতা অনুষ্ঠিত

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতা আজিৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত জিলা পৰ্যায়ত অনুষ্ঠিত খেলসমূহত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত খেলুৱৈসকলে ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাৰ একাধিক শাখাত অংশগ্ৰহণ কৰিব। সৰুসজাই ক্রীড়া প্রকল্প, নেহৰু ...

April 2, 2025 11:55 AM April 2, 2025 11:55 AM

views 10

ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোৰহাটত কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি যোৰহাটত প্ৰায় ১১১ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ৫৮১ মিটাৰ দৈৰ্ঘ্যৰ কমাৰবন্ধা আলি ৰে'লৱে উৰণ সেতু, সম্পূর্ণ স্বয়ংক্রিয় পৰীক্ষা আৰু অত্যাধুনিক সা-সঁজুলি সম্পন্ন স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্...

April 1, 2025 7:31 PM April 1, 2025 7:31 PM

views 1

ৰাজ্যত আজিৰেপৰা বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ পইচাৰ পৰা এটকালৈকে হ্ৰাস

ৰাজ্যত আজিৰেপৰা বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ পইচাৰ পৰা এটকালৈকে হ্ৰাস কৰা হৈছে। ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত এটকাকৈ আৰু উদ্যোগ, কাৰখানা, কৃষি ইত্যাদি বাণিজ্যিক সংযোগ থকা গ্ৰাহকসকলৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ২৫ পইচাকৈ মাচুল হ্ৰাস পাইছে। অৱশ্যে গ্ৰাহকসকলে মে' মাহৰ মাচুলতহে ইয়াৰ প্ৰতিফলন দেখা পাব। অসম...

April 1, 2025 7:26 PM April 1, 2025 7:26 PM

views 2

দেশত আজিৰে পৰা প্ৰায় ৯০০ বিধ ঔষধৰ মূল্যবৃদ্ধি কার্যকৰী

দেশত আজিৰে পৰা প্ৰায় ৯০০ বিধ ঔষধৰ মূল্যবৃদ্ধি কার্যকৰী হৈছে। এই ঔষধসমূহৰ মূল্য ১ দশমিক ৭ ৪ শতাংশ বৃদ্ধি পাইছে। মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ, সংক্ৰমণৰ চিকিৎ‍সাজনিত ঔষধকে ধৰি ভালেসংখ্যক লোকৰ ঔষধৰ মূল্য আজিৰেপৰা বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় ভেষজ মূল্য নিয়ন্ত্ৰণ প্ৰাধিকৰণে পাইকাৰী মূল্য সূচকৰ ওপৰত নিৰ্ভৰ ...

April 1, 2025 7:04 PM April 1, 2025 7:04 PM

views 3

ডিব্ৰুগড়ৰ কেইবাটাও ধৰ্মীয় স্থানলৈ প্ৰথম কিস্তি হিচাপে ডেৰ লাখ টকাৰ অনুদান

ৰাজ্য চৰকাৰৰ অসম দর্শন আঁচনিৰ অধীনত আজি মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ৰ কেইবাটাও ধৰ্মীয় স্থানলৈ প্ৰথম কিস্তি হিচাপে ডেৰ লাখ টকাৰ অনুদানৰ চেক বিতৰণ কৰে। ডিব্ৰুগড় বিধানসভা সমষ্টিত ২০৪টা নামঘৰ, মন্দিৰ আৰু থানলৈ ৩ লাখ টকাকৈ এই আঁচনিৰ অনুদান আগবঢ়োৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

April 1, 2025 6:59 PM April 1, 2025 6:59 PM

views 7

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত স্বাস্থ্য আৰু কল্যাণ শিবিৰ মুকলি

ৰাজ্যজুৰি স্বাস্থ্যসেৱা সুলভ আৰু ইয়াৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে অসম মন্ত্রীসভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা স্বাস্থ্য সমিতিসমূহৰ উদ্যোগত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিশ্বনাথত ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ ...

April 1, 2025 6:50 PM April 1, 2025 6:50 PM

views 12

কোকৰাঝাৰৰ তিতাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য শিবিৰৰ আয়োজন

কোকৰাঝাৰ জিলাৰ তিতাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। জিলাৰ স্বাস্থ্য সমিতিয়ে আয়োজন কৰা এই শিবিৰ বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জীত বসুমতাৰীয়ে মুকলি কৰে। জনসাধাৰণৰ মাজত স্বাস্থ্য সজাগতা আৰু বিভিন্ন চৰকাৰী আঁচনিৰ সন্দৰ্ভত অৱগত কৰাৰ বাবে এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ ...

April 1, 2025 6:47 PM April 1, 2025 6:47 PM

views 10

বাক্সাত ১৪টা আদর্শ অংগনৱাড়ী কেন্দ্র উদ্বোধন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি বাক্সা জিলাত ১৪টা আদর্শ অংগনৱাড়ী কেন্দ্র উদ্বোধন কৰে। জিলাখনৰ নাওশালী, ভেবলা কেওঁটচুপা, জালাহ বড়োপাৰা, শিলবাৰী, অঞ্চলী, ৰাবাংগুৰি, শিমলা বড়োপাৰা, লাউখাতা দেউলগুৰি, পূব লাউখাতা, ডুবা কুমাৰী, তাৰাবা...

April 1, 2025 6:39 PM April 1, 2025 6:39 PM

views 7

কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আৰু নুৰুল হুদাক জাননী জাৰি বিশেষাধিকাৰ সমিতিৰ

অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক অপদস্থ কৰাৰ অভিযোগত ১২ জনীয়া সদস্যৰে গঠিত বিশেষাধিকাৰ সমিতিয়ে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আৰু নুৰুল হুদাক জাননী জাৰি কৰিছে। বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যৰ নেতৃত্বত এই সমিতিৰ আজি দিছপুৰত অনুষ্ঠিত বৈঠকত সিদ্ধান্তমর্মে বিধায়ক দুয়োজনলৈ বিশেষাধিকাৰ ভংগৰ জাননী জ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।