আঞ্চলিক সংবাদ

August 20, 2025 11:37 AM

views 54

বিটিচি নির্বাচনত জয়লাভৰ সম্ভাৱনা থকাসকলক প্রার্থিত্ব দিয়াৰ প্ৰস্তাৱ অসম গণ পৰিষদৰ

জয়লাভৰ সম্ভাৱনা থকা প্রার্থীক বি টি চি নির্বাচনত প্রার্থিত্ব দিয়াৰ বাবে অসম গণ পৰিষদে প্ৰস্তাৱ গ্ৰহণ কৰে। গুৱাহাটীৰ আমবাৰীত কালি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন বিষয়ববীয়া সভা অনুষ্ঠিত হয়। দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অহা ১৪ অক্টোবৰৰ পৰা দুদিনীয়াকৈ দলৰ প্ৰতিষ্ঠা দিৱস অনু...

August 20, 2025 11:35 AM

views 19

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধী INDI মিত্রজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী

উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে বিৰোধীৰ INDI মিত্রজোঁটে অন্ধ্রপ্রদেশৰ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থীৰূপে মনোনীত কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ নাম কালি কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেই ঘোষণা কৰে। বিৰোধীৰ INDI মিত্রজোঁটে বৈঠকৰ অন্তত প্ৰাক্তন ন্যায়াধীশগৰাকীক উপ-ৰা...

August 19, 2025 8:25 PM

views 4

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সভাকক্ষত অস্ত্ৰোপচাৰবিহীন বিষ নিৰাময় সম্পর্কত ডাঃ ভৱেন চন্দ্ৰ বড়োৰ ব্যাখ্যা

বিশিষ্ট বিষ নিৰাময় বিশেষজ্ঞ তথা গুৱাহাটীৰ এখন আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ভৱেন চন্দ্ৰ বড়োৱে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সভাকক্ষত অস্ত্ৰোপচাৰবিহীন বিষ নিৰাময় সম্পর্কত ব্যাখ্যা আগবঢ়ায়। তেওঁ কয়, যে অত্যাধুনিক ৰেডিঅ' ইণ্টাৰভেনছন পদ্ধতিৰ জৰিয়তে বর্তমান মানৱ শৰীৰত বিষৰ উৎসৰ...

August 19, 2025 8:24 PM

views 14

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত

বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী অনুষ্ঠিত হয়। ১৮৩৭ চনত ফ্ৰান্সৰ আলোকচিত্র শিল্পী লুই ডাগেৰে বিকশিত কৰা ডাগে'ৰ' টাইপ ফটোগ্ৰাফী উদ্ভাৱনৰ স্মৃতিত প্ৰতিবছৰে আজিৰ দিনটো আলোকচিত্ৰ দিৱস হিচাপে উদযাপন কৰা হয়। এই দিৱসৰ লক্ষ্য হৈছে প্ৰকাশ আৰু সৃষ্টিশীলতাৰ মাধ্যম হিচাপে ফটোগ...

August 19, 2025 8:17 PM

views 17

ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আজি ৫ দিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

গুৱাহাটীৰ খানাপাৰাৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আজি ৰাজ্যখনৰ ২৭খন জিলা পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি আৰু সভানেত্ৰীসকলৰ ৫ দিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে এই প্ৰশিক্ষণৰ শুভাৰম্ভ কৰি নৱ নিৰ্বাচিত সভাপতি তথা সভানেত্রীসকলক সততা, ...

August 19, 2025 8:16 PM

views 30

নগাঁৱৰ দখলীকৃত ভূমিত শীঘ্ৰে উচ্ছেদ অভিযান চলিব বুলি কৃষ্ণেন্দু পালৰ ঘোষণা

নগাঁৱৰ দখলীকৃত ভূমিত শীঘ্ৰে উচ্ছেদ অভিযান চলিব বুলি জিলাখনত অভিভাৱক মন্ত্রী কৃষ্ণেন্দু পালে ঘোষণা কৰিছে। জিলাখনত ১৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হ'ব বুলি ইতিমধ্যে জাননী জাৰি কৰা হৈছে । আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি সংবাদমাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। জিলাখনত ...

August 19, 2025 8:14 PM

views 19

গুৱাহাটীত আই আই এম স্থাপনৰ বাবে লোকসভাত বিধেয়ক গৃহীত

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কালি লোকসভাত উত্থাপন কৰা ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান সংশোধনী বিধেয়ক ২০২৫ আজি লোকসভাত গৃহীত হয়। ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান অর্থাৎ আই আই এম গুৱাহাটীক ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ সূচীত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে এই বিধেয়কখন উত্থ...

August 19, 2025 7:09 PM

views 23

তিনিচুকীয়া গুইজান নিবাসী সাংবাদিক উত্তম দেৱৰ দেহাৱসান

তিনিচুকীয়া গুইজান নিবাসী সাংবাদিক উত্তম দেৱৰ আজি মৃত্যু হয়। কেইবাটাও ব্যক্তিগত সংবাদ প্রতিষ্ঠানত স্থানীয় সংবাদদাতা হিচাপে কৰ্মৰত প্ৰয়াত দেৱ যোৱা ফেব্ৰুৱাৰীৰ মাহৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। অঞ্চলটোৰ একমাত্ৰ সাংবাদিক হোৱাৰ লগতে গুইজান সমবায় সমিতিৰ হিচাপ পৰীক্ষক হিচাপে কৰ্মৰত সৰবৰহী ব্যক্তিজ...

August 19, 2025 7:06 PM

views 11

পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি জ্যোতিপ্রসাদ-সংগ্রামী জ্যোতিশিখা শীর্ষক নাটখন মঞ্চস্থ

 স্বাধীনতা সংগ্ৰামৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্য্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি জ্যোতিপ্রসাদ-সংগ্রামী জ্যোতিশিখা শীর্ষক নাট...

August 19, 2025 7:04 PM

views 17

নগাঁৱত ৰাজ্যত শিক্ষক নিযুক্তিৰ সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ তদন্ত

ৰাজ্যত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত একাংশ প্ৰাৰ্থীয়ে ভূৱা প্ৰমাণ পত্ৰ দাখিল কৰি চাকৰি লাভ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ সন্দৰ্ভত আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ এটা দলে নগাঁৱত তদন্ত কৰে। নগাওঁ সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হৈ তদন্তকাৰী দলটোৱে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।