আঞ্চলিক সংবাদ

July 23, 2025 12:30 PM July 23, 2025 12:30 PM

views 3

ভাৰতৰ বহনক্ষম ফেশ্বন বিপ্লৱৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত উত্তৰ-পূবৰ অপৰিসীম সম্ভাৱনা আছেঃ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া

ভাৰতৰ বহনক্ষম ফেশ্বন বিপ্লৱৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত উত্তৰ-পূবৰ অপৰিসীম সম্ভাৱনা আছে। উত্তৰ পূৱৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডক শক্তিশালী কৰাৰ বাবে আয়োজন কৰা উচ্চ পৰ্যায়ৰ টাস্ক ফ'ৰ্চৰ বৈঠকত ভার্চুৱেলি অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় যোগাযোগ আৰু উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি...

July 23, 2025 12:20 PM July 23, 2025 12:20 PM

views 13

মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ দেহাৱসান

মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ আজি পুৱতি নিশা ইম্ফলৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। ভাৰতীয় নাট্য সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়োৱা নাট্যকাৰগৰাকীয়ে সমসাময়িক প্রেক্ষাপটত প্রাচীন ভাৰতীয় ঐতিহ্যক আধাৰ হিচাপে লৈ ...

July 22, 2025 8:38 PM July 22, 2025 8:38 PM

views 5

হাউলীত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ নতুন ভৱনৰ লাইখুঁটা স্থাপন

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বৰপেটা জিলাৰ হাউলীস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ নতুন ভৱনৰ লাইখুঁটা স্থাপন কৰে। এই উপলক্ষে প্রতিষ্ঠানখনৰ চৌহদত আয়োজিত এটা অনুষ্ঠানত মন্ত্রী শ্রীদাসে কয়, যে অসম চৰকাৰে ৰাজ্যখনৰ সৰ্বদিশৰ আন্তঃগাঁথনি শক্তিশালী কৰাত চৰকাৰ গঠনৰ পৰাই গ...

July 22, 2025 8:32 PM July 22, 2025 8:32 PM

views 6

ধেমাজি ধৰ্ষণৰ গোচৰত এজন অভিযুক্তক পক্‌ছ’ আইনৰ অধীনত ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড

ধেমাজি জিলাৰ বিশেষ পক্‌ছ' আদালতে আজি এগৰাকী নাবালিকা ধৰ্ষণৰ গোচৰত এজন অভিযুক্তক পক্‌ছ’ আইনৰ অধীনত ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিয়ে। ২০২১ চনত গোগামুখ থানাৰ অন্তৰ্গত সোণাপুৰত এগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগত মাণিক আলী নামৰ এই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ বিৰুদ্ধে পক্‌ছ’ আইনৰ সংশ্লিষ্ট ধাৰা...

July 22, 2025 8:29 PM July 22, 2025 8:29 PM

views 13

দিছপুৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পথ সমন্বয় প’ৰ্টেল মুকলি

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি দিছপুৰত পথ সমন্বয় প'ৰ্টেল মুকলি কৰে। পথ নিৰ্মাণৰ লগত জড়িত বিভাগসমূহৰ মাজত সমন্বয় স্থাপন কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰি উলিওৱা প'ৰ্টেলটোৱে উন্নয়নমূলক কাম-কাজৰ ক্ষেত্ৰত বিভাগসমূহক সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে ক...

July 22, 2025 8:24 PM July 22, 2025 8:24 PM

views 17

আকাশবাণীৰ সঞ্চালক প্ৰধান ড° প্রজ্ঞা পালিৱাল গৌড় শ্বিলঙত উপস্থিত

অসম আৰু মেঘালয়ত পাঁচদিনীয়া ভ্ৰমণসূচীৰে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° প্রজ্ঞা পালিৱাল গৌড় আজি শ্বিলঙত উপস্থিত হয়। শ্বিলঙলৈ যোৱাৰ পথত সঞ্চালকপ্ৰধানগৰাকীক আজি আকাশবাণীৰ উত্তৰ-পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালকপ্ৰধান আশীষ ভাটনাগৰ, উপ-সঞ্চালকপ্ৰধান ৰবীন চন্দ্র বড়ো, আকাশবাণী গুৱাহাটীৰ উপ-সঞ্চালকপ্রধান ৱালিউল্...

July 22, 2025 8:14 PM July 22, 2025 8:14 PM

views 6

ব্যক্তিগত এফ এম চেনেলৰ অনুজ্ঞাপত্ৰৰ বাবদ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ১৯৬.২৮ কোটি টকা উপাৰ্জন

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দেশৰ ব্যক্তিগত এফ এম চেনেলৰ অনুজ্ঞাপত্ৰৰ বাবদ ২০২৪-২৫ বিত্তীয় বৰ্ষত মুঠ ১৯৬ কোটি ২৮ লাখ টকা উপাৰ্জন কৰে। এই পৰিমাণ যোৱাটো বিত্তীয় বছৰৰ তুলনাত প্ৰায় ১০ কোটি টকা অধিক। ইয়াৰ বিপৰীতে মন্ত্ৰালয়ে ডি টি এইছ অর্থাৎ‍ ডাইৰেক্ট টু হোম টেলিভিছন সেৱাৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষ...

July 22, 2025 8:07 PM July 22, 2025 8:07 PM

views 5

ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰালত সংৰক্ষণ তথা প্ৰদৰ্শনৰ বাবে পাঁচখন প্রাচীন সাঁচিপতীয়া পুথি প্ৰদান

অসমীয়া ভাষাৰ ধ্ৰুপদী মর্যাদাক অধিক গৰিমামণ্ডিত কৰি তোলাৰ লক্ষ্যৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সৌজন্যত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেই অনুসৰি কলাক্ষেত্ৰৰ উদ্যোগত ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰালত সংৰক্ষণ তথা প্ৰদৰ্শনৰ বাবে পাঁচখন প্রাচীন সাঁচিপতীয়া পুথি প্ৰদান কৰা হয়। এই পদক্ষেপৰ জৰিয়তে অস...

July 22, 2025 7:55 PM July 22, 2025 7:55 PM

views 4

ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

উৰণ সেতু নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ পৰা স্থানান্তৰ কৰা গছসমূহ বন বিভাগৰ এছ অ’ পি অনুসৰি স্থানান্তৰ কৰা হৈছেনে নাই সেইবিষয়ে আদালতত জনাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। উৰণ সেতু নির্মাণৰ নামত গছ কেইজোপা স্থানান্তৰ কৰাৰ বিৰুদ্ধে গুৱাহাটীৰ এজন ব্যক্তিয়ে দাখিল কৰা ৰাজহুৱা স...

July 22, 2025 7:51 PM July 22, 2025 7:51 PM

views 9

সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে আজি চিৰাঙৰ পাঁচটা পৰিষদীয় সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। খচৰা ভোটাৰ তালিকাৰ আপত্তি আৰু সংশোধনৰ অন্তিম সময়সীমা ৫ আগষ্ট ধাৰ্য কৰা হৈছে। আমাৰ সংবাদদাতাসকলে জনোৱামতে কাজলগাঁৱৰ ...