আঞ্চলিক সংবাদ

January 16, 2026 7:47 PM

views 11

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। প্রধানমন্ত্ৰীগৰাকীয়ে বিয়লি ৬ বজাত গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত প্ৰায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। বাগৰুম্বা নৃত্যৰ চূড়ান্ত আখৰাৰ বাবে ইতিমধ্যে সৰুসজাই ষ্টেডিয...

January 16, 2026 12:55 PM

views 17

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ দেহাৱসান

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ আজি নিচেই পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী কেন্দ্ৰসমূহৰ প্ৰথমগৰাকী ইংৰাজী ভাষাৰ ঘোষিকা হিচাপে নিযুক্তি লাভ কৰা ফৌজিয়া ৰহমান বিশেষকৈ উজনি অসমৰ শ্ৰোতাসকলৰ মাজত ...

January 16, 2026 12:52 PM

views 27

অহা ১৮ ৰ পৰা ২৮ জানুৱাৰীলৈ মাজুলীৰ আউনীআটি সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত অসম ভাওনা সমাৰোহ

অহা ১৮ ৰ পৰা ২৮ জানুৱাৰীলৈ মাজুলীৰ আউনীআটি সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত অসম ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব। দহদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই ভাওনা সমাৰোহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। এই ভাওনা সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২০ খন নির্বাচিত প্রতিযোগিতামূলক আৰু তিনিখন প্রদর্শনীমূলক ভাওনা প্রদর্শন...

January 16, 2026 12:33 PM

views 12

ক্রীড়া আৰু যুৱ কল্যাণ বিভাগে আৰু ইনস্পায়াৰৰ সহযোগত গুৱাহাটীত অত্যাধুনিক ছেটেলাইট ক্রীড়া কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা

ক্রীড়া আৰু যুৱ কল্যাণ বিভাগে অলিম্পিক খেলুৱৈসকলক প্রশিক্ষণ দিয়া দেশৰ বিখ্যাত সংস্থা ইনস্পায়াৰ ক্রীড়া প্ৰতিষ্ঠানৰ সহযোগত গুৱাহাটীত এটা অত্যাধুনিক ছেটেলাইট ক্রীড়া কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰিছে। ৰাজ্যৰ প্ৰতিভাবান যুৱ খেলুৱৈসকলক উন্নত তথা আধুনিক ক্রীড়া প্রশিক্ষণ প্ৰদানৰ উদ্দেশ্যে এই পদক্ষেপ লোৱ...

January 16, 2026 12:32 PM

views 4

ঢেকীয়াখোৱা বৰ নামঘৰত সদৌ অসম ভিত্তিত কালিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ভাওনা প্রতিযোগিতা অনুষ্ঠিত

যোৰহাট জিলাৰ ঢেকীয়াখোৱা বৰ নামঘৰত সদৌ অসম ভিত্তিত কালিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ভাওনা প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই প্রতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ১০ খন ভাওনা অনুষ্ঠিত হ'ব। অহা ১৯ জানুৱাৰীত সামৰণি পৰিবলগীয়া এই প্রতিযোগিতাৰ কালি প্ৰথমখন ভাওনা মৎস্য বিজয় গোলাঘাট জিলাৰ বৰখেৰীয়াৰ অনন্ত বিজয় শিল্...

January 16, 2026 12:30 PM

views 34

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ শিল্পী দিৱস উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন অর্থাৎ শিল্পী দিৱস উপলক্ষে কাইলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰি...

January 16, 2026 12:29 PM

views 12

তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ জিলাৰ মঘাই ওজা বিহুতলীত শ্রীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ পঞ্চাদশ ৰাজ্যিক অধিবেশন

 আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ জিলাৰ মঘাই ওজা বিহুতলীত শ্রীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ পঞ্চাদশ ৰাজ্যিক অধিবেশন আৰম্ভ হৈছে। এই অধিৱেশনৰ বাবে কালি গুৰুআসন প্রতিষ্ঠা কৰা হয়। অধিবেশনত প্রতিদিনেই ২২ হাজাৰ ভকত-বৈষ্ণৱে অংশগ্রহণ কৰিব বুলি আদৰণি সমিতিয়ে জানিবলৈ দিছে। অধিৱেশন সূচাৰুৰূপে অনুষ্ঠিত কৰ...

January 16, 2026 12:28 PM

views 21

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ প্রতীকপটত ধুবুৰীৰ পোৰা মাটিৰ শিল্প প্ৰদৰ্শন

অহা ২৬ জানুৱাৰীত নতুন দিল্লীৰ কৰ্তব্যপথত হ'বলগীয়া ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত ভাগ ল'বলগীয়া অসমৰ প্রতীকপটযোগে ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁৱৰ পোৰা মাটিৰ শিল্প প্ৰদৰ্শন কৰা হ'ব। চৰকাৰী সুত্ৰই প্ৰকাশ কৰা মতে আত্মনিৰ্ভৰ ভাৰত বিষয়বস্তুৰে সাজি উলিওৱা এই প্রতীকপটৰ জৰিয়তে আশাৰীকান্দি শিল্পীসকলৰ দৈনন্দি...

January 16, 2026 12:27 PM

views 14

অসমত ৪০ লাখ শিক্ষার্থীৰ দক্ষতা বিকাশৰ উদ্দেশ্যে তিনিটা প্রকল্পত বিশ্ব বেংকৰ অনুমোদন

 বিশ্ব বেংকে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ উন্নয়ন, সকলো বতৰৰ অনুকূল আন্তঃগাঁথনি নির্মাণ আৰু সেৱা প্রদান প্ৰক্ৰিয়া সুচল কৰি তোলাৰ লগতে ৪০ লাখ শিক্ষার্থীৰ দক্ষতা বিকাশৰ উদ্দেশ্যে তিনিটা প্রকল্পত অনুমোদন জনাইছে। ভাৰতৰ বাবে থকা বিশ্ব বেংকৰ কাৰ্যবাহী সঞ্চালক প'ল প্রছিয়ে প্রকাশ কৰা মতে ৩৫ কোটি ডলাৰেৰে ৰূপায়ণ ক...

January 15, 2026 8:45 PM

views 29

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ প্রতীকপট হিচাপে ধুবুৰী জিলাৰ পোৰা মাটিৰ শিল্প প্ৰদৰ্শন কৰা হ’ব

অহা ২৬ জানুৱাৰীত নতুন দিল্লীৰ কৰ্তব্যপথত হ'বলগীয়া ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত ভাগ ল'বলগীয়া অসমৰ প্রতীকপটযোগে ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁৱৰ পোৰা মাটিৰ শিল্প প্ৰদৰ্শন কৰা হ'ব। চৰকাৰী সূত্ৰৰ পৰা প্ৰকাশ কৰা মতে আত্মনিৰ্ভৰ ভাৰত বিষয়বস্তুৰে সাজি উলিওৱা এই প্রতীকপটৰ জৰিয়তে আশাৰীকান্দি শিল্পীসকলৰ দৈন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।