November 5, 2025 8:00 PM
45
অসম জাতীয় পৰিষদত প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ আনুষ্ঠানিকভাৱে যোগদান
প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে আজি অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। আজি দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন কক্ষত আয়োজিত এটা অনুষ্ঠানত শ্ৰী গোহাঁয়ে দলটোত যোগদান কৰে। এই অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্রবীণ ৰাজনীতিকগৰাকীক আঞ্চলিক দলটোলৈ আদৰণি জনায় আৰ...