আঞ্চলিক সংবাদ

January 19, 2026 12:43 PM

views 14

পৰীক্ষা পে’ চর্চা শীর্ষক কাৰ্যসূচীৰ বাবে নলবাৰী জিলাৰ বৰক্ষেত্ৰী আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ মৃদুমলয় বর্মন নির্বাচিত

প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে' চর্চা শীর্ষক কাৰ্যসূচীৰ বাবে নলবাৰী জিলাৰ বৰক্ষেত্ৰী আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ মৃদুমলয় বর্মনক নির্বাচিত কৰা হৈছে। তেওঁ প্রধানমন্ত্রীৰ সৈতে প্রত্যক্ষভাৱে প্রশ্নোত্তৰ শিতানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। ছাত্ৰগৰাকীয়ে এই কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে আজি নতুন দিল্ল...

January 19, 2026 12:41 PM

views 29

অসম ক্রিকেট সন্থাৰ উদ্যোগত নাহৰকটীয়াত অষ্টম বার্ষিক আছাম প্রিমিয়াম ক্লাব চেম্পিয়নশ্বিপ আৰম্ভ

অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু নাহৰকটীয়া ক্রিকেট সন্থাৰ সহযোগত আজিৰ পৰা ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অৱস্থিত অসম ক্রিকেট সন্থাৰ খেলপথাৰত অষ্টম বার্ষিক আছাম প্রিমিয়াম ক্লাব চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। আজি দুলীয়াজান কলেজ ক্রিকেট ক্লাব আৰু নামৰূপ ক্রিকেট একাডেমীৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখন বিধায়ক তথা অসম ...

January 19, 2026 12:40 PM

views 34

মাজুলীত কালিৰে পৰা সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত

মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগমঞ্চত কালিৰে পৰা সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। ১১ দিনীয়াকৈ আয়োজন কৰা এই ভাওনা সমাৰোহ অহা ২৮ জানুৱাৰীত অন্ত পৰিব। এইবাৰ সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২০ খন নির্বাচিত প্রতিযোগিতামূলক আৰু ৩ খন প্রদর্শনীমূলক ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। প্রভাতী কীৰ্তনৰ পাছতেই ...

January 19, 2026 12:33 PM

views 14

দুলীয়াজানত ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ সপ্তদশ সংস্কৰণ আৰম্ভ

 দুলীয়াজানত ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ সপ্তদশ সংস্কৰণ কালি আৰম্ভ হৈছে। অহা ২৪ জানুৱাৰীলৈ হ'বলগীয়া এই গ্রন্থমেলা দুলীয়াজান সাহিত্য সভাৰ সভাপতি তথা গ্রন্থমেলা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ড০ অজিত শইকীয়াই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে। উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ মুকুল চন্দ্র বৰাই গ্ৰন্থমেলা...

January 19, 2026 12:25 PM

views 13

আজিৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ শীর্ষক অনুষ্ঠানৰ আয়োজন

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ধ্যালয়ে আজিৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ শীর্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। এই অনুষ্ঠানত উত্তৰ পূৰ্বা...

January 19, 2026 12:23 PM

views 23

বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ মৃত্যুত মুখ্যমন্ত্রী গভীৰ শোক প্ৰকাশ

সংগীত নাটক একাডেমী বঁটাপ্রাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ আজি নৱগ্রহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব। যশস্বী শিল্পী খাউণ্ডৰ মৃত্যুত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয়, যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বেহেলা বাদনেৰে অসমক প্রতিনিধিত্ব কৰি শিল্পীগৰাকীয়ে ৰাজ্যখন...

January 19, 2026 12:22 PM

views 16

আৰক্ষী কনিষ্টবল পদৰ আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়সৰ উচ্চ সীমা ২৬ বছৰলৈ বৃদ্ধি ৰাজ্য চৰকাৰৰ

 ৰাজ্য চৰকাৰে আৰক্ষী কনিষ্টবল পদৰ আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়সৰ উচ্চ সীমা বৰ্তমানৰ ২৫ বছৰৰ পৰা ২৬ বছৰলৈ বৃদ্ধি কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰাৰ লগতে আবেদনৰ সময়সীমাও ১৫ দিন বৃদ্ধি কৰা হৈছে বুলি প্রকাশ কৰিছে। একেদৰে এ ডি আৰ ইৰ জৰিয়তে চাকৰিত যোগদান কৰা ...

January 19, 2026 12:19 PM

views 14

আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ হ’বলগীয়া বৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলনত ড০ হিমন্ত বিশ্ব শর্মাৰ অংশগ্ৰহণ

ছুইজাৰলেণ্ডৰ ডাভ'ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ হ'বলগীয়া বৰ্ল্ড ইক'ন'মিক ফ'ৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দেশখনলৈ ইতিমধ্যে ৰাওনা হৈছে। অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্রী ড০ শর্মাই অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে। কালি ছুইজাৰলেণ্ডলৈ যাত...

January 19, 2026 12:13 PM

views 12

কাজিৰঙাক দেশৰ জৈৱ বৈচিত্র্যৰ অমূল্য অংগ হিচাপে অভিহিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ

প্রকৃতি আৰু ঐতিহ্য সুৰক্ষিত ৰাখি উন্নয়নৰ যাত্রা অব্যাহত ৰখাটো যে সম্ভৱ সেই কথা অসমে প্ৰমাণ কৰিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কাজিৰঙাক দেশৰ জৈৱ বৈচিত্র্যৰ অমূল্য অংগ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ বন্যপ্ৰাণীক ৰক্ষা কৰি অসমৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাটো চৰকাৰৰ...

January 19, 2026 12:00 PM

views 22

আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ দাখিল

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ'ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটার্ণিং বিষয়া কে. লক্ষ্মণে প্রকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্রসমূহ দাখিল কৰিব পৰা যাব। নতুন দিল্লীত থকা দলৰ মুখ্য কার্যালয়ত সমগ্র নির্বাচনী প্রক্রিয়া পৰিচালিত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।