আঞ্চলিক সংবাদ

January 20, 2026 11:51 AM

views 44

কোকৰাঝাৰৰ কাৰিগাঁৱত গৰু চোৰৰ সন্দেহত ৫ জন লোকক গণপ্ৰহাৰ

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত কালি নিশা গৰু চোৰৰ সন্দেহত ৫ জন লোকক গণপ্ৰহাৰৰ ঘটনা সংঘটিত হয়। এই আক্রমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৪ জন লোক গুৰুতৰভাবে আহত হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি জিলাখনৰ আওদাং অঞ্চলত পথ নিৰ্মাণৰ কামত জড়িত থকা শ্রমিককেইজন কোকৰাঝাৰলৈ এখন চাৰিচকীয়া বাহনেৰে উভতি যোৱাৰ স...

January 20, 2026 11:46 AM

views 19

গোৱালপাৰাত দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্র ৰাজ্য মন্ত্রী জয়ন্ত চৌধাৰী

দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্র ৰাজ্য মন্ত্রী জয়ন্ত চৌধাৰীয়ে কালি গোৱালপাৰা জিলাত উপস্থিত হৈ অভিলাষী জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়। তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এখন পর্যালোচনা বৈঠকত জিলাখনৰ চৰকাৰী বিভাগসমূহৰ উন্নয়নমূলক কামৰ খতিয়ান লয়। মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ বাপুজী নগৰত থকা ...

January 20, 2026 11:42 AM

views 28

ছুইজাৰলেণ্ডৰ ডাভ’ছত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলন

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দেশখনলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি জুৰিখত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান চন্মুগৰত্নমক সাক্ষাৎ কৰি মত বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীক জুৰিখ বিমানবন্দৰত দেশখনত থকা প্ৰবাসী ভাৰতীয়সকলে আদৰণি জনায়। ড০ শৰ্মাৰ...

January 19, 2026 7:50 PM

views 62

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীনৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিল

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি সন্ধিয়া সামৰণি পৰে। বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীনে ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰীকে ধৰি বিজেপিৰ অ...

January 19, 2026 7:36 PM

views 34

গুৱাহাটী বিশ্ববিদ্যালয়ত আজি উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৫-২৬

দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত আজি উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৫-২৬ উদ্বোধন কৰে। এই প্ৰতিযোগিতাৰ জৰিয়তে দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বা...

January 19, 2026 7:30 PM

views 26

ধেমাজি জিলাত কেইবাটাও অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গোগামুখৰ ম‍ইনাপাৰাত আয়োজিত এটা অনুষ্ঠানত লোক নির্মাণ বিভাগে নিৰ্মাণ কৰা চাৰিটা পথ ৰাইজলৈ উৎসৰ্গা কৰে। মুখ্যমন্ত্রী পকী পথ নির্মাণ আঁচনিৰ অধীনত চাৰি কোটিৰো ...

January 19, 2026 7:24 PM

views 25

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক অসম বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক সমাৱৰ্তনত ডি-লিট সন্মান প্ৰদান

ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তথা গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক আজি অসম বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক সমাৱৰ্তনত ডি-লিট সন্মান প্ৰদান কৰা হয়। ১৯৯৯ বেছৰ আই পি এছ বিষয়া শ্ৰীমহন্ত এই সন্মান লাভ কৰা প্ৰথমগৰাকী আৰক্ষী বিষয়া হিচাপে পৰিগণিত হৈছে। বেলুৰ মঠৰ ৰামকৃষ্ণ মিচন বিবেকানন্দ এ...

January 19, 2026 7:21 PM

views 20

অন্যতম ৰেডিঅ’ শ্ৰোতা সংঘ- অনাতাঁৰ মৰম আকলুৱা পৰিয়ালে আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা কৰিব

ৰাজ্যখনৰ অন্যতম ৰেডিঅ' শ্ৰোতা সংঘ- অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা কৰবী হাজৰিকা, ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা ৰীতা গগৈ বৰা, যোৰহাট কেন্দ্ৰৰ ঘোষক দি...

January 19, 2026 7:19 PM

views 18

বজালীৰ বেলনাত ৯৬ লাখ টকা ব্যয় সাপেক্ষে নির্মিত এটা পথ মন্ত্ৰী বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুকলি কৰে

বজালী জিলাৰ বেলনাত ৯৬ লাখ টকা ব্যয় সাপেক্ষে নির্মিত এটা পথ আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা পাটাচাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুকলি কৰে। জিলাখনৰ বেলনা তিনিআলি চ'কৰ পৰা বেংজুলি মছজিদলৈ পথটো নিৰ্মাণ কৰা হৈছে। পথটো মুকলি কৰাৰ ফলত অঞ্চলবাসী ৰাইজ উপকৃত হ'ব বুলি মন্ত্রী শ্রীদাসে আশা ...

January 19, 2026 7:14 PM

views 18

কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ

বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ টিপকাইত বীৰ চিলাগং বসুমতাৰী স্মাৰক ষ্টেডিয়াম, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম প্ৰেক্ষাগৃহ, পৰ্বঝৰাত পলিটেকনিক আৰু বৃত্তিমুখী প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু কোকৰাঝাৰত ৫০ খন বিচনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।