আঞ্চলিক সংবাদ

January 20, 2026 8:14 PM

views 13

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শব্দৰাম ৰাভাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শব্দৰাম ৰাভাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৭ বছৰ। ৰাভাৰ মৃত্যুত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জনজাতীয় সমাজখনৰ উত্তৰ...

January 20, 2026 6:39 PM

views 14

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত ভাৰত পেভেলিয়নৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ছুইজাৰলেণ্ডৰ ডাভ'ছত অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ'ৰামত ভাৰত পেভেলিয়নৰ উদ্বোধনী অনুষ্ঠানত অংশ লয়। এই মঞ্চই বিশ্বৰ সন্মুখত ভাৰতে আগবঢ়োৱা সর্বোত্তম সুযোগ সুবিধাসমুহ প্ৰদৰ্শন কৰি দেশৰ সন্মান বৃদ্ধি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই আজি গোলকীয় ...

January 20, 2026 6:37 PM

views 24

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছে। দলৰ ৰিটাৰ্ণিং বিষয়া ড০ কে লক্ষ্মণে আজি শ্ৰীনবীনক নতুন দিল্লীত অৱস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰাৰ লগতে সংগঠন পৰ্ব অনুষ্ঠানত নিৰ্বাচনৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। শ্ৰ...

January 20, 2026 6:35 PM

views 24

কোকৰাঝাৰৰ কাৰিগাঁৱত সংঘটিত গণপ্ৰহাৰৰ ঘটনা সন্দৰ্ভত ১৯জন লোকক আটক; পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্যে কোকৰাঝাৰ-চিৰাঙত ইণ্টাৰনেট কৰ্তন

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত যোৱা নিশা সংঘটিত গণপ্ৰহাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১৯জন লোকক আটক কৰিছে। ঘটনাটো সন্দৰ্ভত সোধা-পোছা কৰাৰ বাবে এই লোককেইজনক আটক কৰা হৈছে বুলি জানিবলৈ দি জিলাখনৰ আৰক্ষী অধীক্ষক অক্ষদ গাৰ্গে কয় যে আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আইন-শৃংখলাজনিত পৰিস্থ...

January 20, 2026 6:33 PM

views 10

অসমৰ বিলুপ্তপ্ৰায় খাময়াং, টাইফাকে আৰু চিংফু ভাষাৰ ডিজিটেল সংৰক্ষণৰ বাবে আছু আৰু নন্দ তালুকদাৰ ফাউণ্ডেচনৰ বিশেষ পদক্ষেপ

অসমৰ বিলুপ্তপ্ৰায় খাময়াং, টাইফাকে আৰু চিংফু ভাষাৰ ডিজিটেল সংৰক্ষণৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰৰ ফাউণ্ডেচনে বিশেষ পদক্ষেপ লৈছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে তিনিওটা ভাষাত উপলভ্য তথ্যসমূহ অধ্যয়ন আৰু গৱেষণাৰ বাবে আজি ৰ...

January 20, 2026 6:32 PM

views 7

টংলাৰ কাষৰীয়া হাবিগাঁৱত আজিৰে পৰা পাঁচদিনীয়াকৈ নিখিল ৰাভা জাতীয় পৰিষদৰ শতবার্ষিকী

ওদালগুৰি জিলাৰ টংলাৰ কাষৰীয়া হাবিগাঁৱৰ শ্ৰীৰামচন্দ্ৰ ৰাভা সমন্বয় ক্ষেত্ৰত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে নিখিল ৰাভা জাতীয় পৰিষদৰ শতবার্ষিকী অনুষ্ঠিত হৈছে। অঞ্চলটোৰ ২০০ বিঘা ভূমিক সামৰি আয়োজন কৰা এই অনুষ্ঠানত আজি পুৱা পৰিষদৰ সভাপতি বাবুল চন্দ্ৰ ৰাভাই মূল পতাকা উত্তোলন কৰাৰ লগতে আন ১০০গৰাকী বিশ...

January 20, 2026 6:29 PM

views 17

গুৱাহাটীৰ মঠঘৰীয়াৰ অৰণ্য ভৱনত কৰ্মৰত বন বিষয়া কুশল কুমাৰ ডেকাৰ বাসভৱনত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান

গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াৰ অৰণ্য ভৱনত কৰ্মৰত বন বিষয়া কুশল কুমাৰ ডেকাৰ বাসভৱনত আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান চলায়। আয়ৰ সৈতে সামঞ্জস্য নথকা সম্পত্তিক লৈ বন বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰৰ ভিত্তিতে মুখ্যমন্ত্ৰীৰ তদাৰকী বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযান চলাইছে।

January 20, 2026 6:28 PM

views 10

অষ্টম অসম প্রিমিয়াৰ ক্লাব ক্ৰিকেট প্ৰতিযোগিতাত বড়িগাঁও উদয়ন সংঘৰ জয়লাভ

অসম ক্রিকেট সন্থাৰ সৌজন্যত আৰু মৰিগাঁও জিলা ক্রীড়া সন্থাৰ সহযোগিতাত জিলাখনৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত চলি থকা অষ্টম অসম প্রিমিয়াৰ ক্লাব ক্ৰিকেট প্ৰতিযোগিতাত মৰিগাঁও জিলা মণ্ডলৰ আজি অনুষ্ঠিত সপ্তমখন খেলত বড়িগাঁও উদয়ন সংঘই জয়লাভ কৰিছে। দলটোৱে ভূৰবন্ধা নৱজ্যোতি সংঘক ১১ ৰাণত পৰাজিত কৰে। উদয়ন ক্লাব...

January 20, 2026 11:58 AM

views 29

পৰহিলৈৰ পৰা ২৪ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত পৰহিলৈৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্রস্তুতি চলাইছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদর্শন দেখিবলৈ পোৱা য...

January 20, 2026 11:53 AM

views 10

কাছাৰত বুজন পৰিমাণৰ মাদক দ্রব্যসহ এজন লোকক আটক

কাছাৰ আৰক্ষীয়ে মাদকদ্রব্য বিৰোধী অভিযান চলাই কালি কাছুদাৰাম অঞ্চলৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্যসহ এজন লোকক আটক কৰে। জব্দ কৰা মাদকদ্রব্যখিনিৰ বজাৰ মূল্য প্রায় ২ কোটি টকা বুলি আৰক্ষীয়ে জনাইছে। এই সংক্রান্তত আৰক্ষীয়ে লোকজনক সোধাপোছা কৰিছে। ডিব্ৰুগড়ৰ চাবুৱা আৰক্ষীয়েও কালি অভিযান চলাই হাতীআলি টীয়হজলিয়া গ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।