আঞ্চলিক সংবাদ

May 8, 2024 12:07 PM

views 34

২০ মে’ৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ

মানস ৰাষ্ট্ৰীয় উদ্যানত অহা ২০ মে'ৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্রই এই বিষয়ে ঘোষণা কৰে। আনহাতে, ৫ জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হ'ব বুলিও কোৱা হৈছে। পুনৰ জাননী নিদিয়া পৰ্যন্...

May 8, 2024 12:03 PM

views 33

আজি বিশ্ব ৰেডক্ৰছ দিৱস

আজি বিশ্ব ৰেডক্ৰছ দিৱস। মানৱ সমাজৰ দুখ-কষ্ট, আতৰ্জনৰ চিকিৎসা সেৱাৰ বাবে আৰম্ভ কৰা ৰেডক্ৰছ নামৰ এই মহান সংস্থাটো ১৯০১ চনত প্ৰথম শান্তিৰ ন'বেল বঁটা বিজয়ী ছুইজাৰলেণ্ডৰ নাগৰিক জিন হেনৰী ডুনান্তৰ জন্মদিন উপলক্ষে বিশ্বজুৰি পালন কৰা হয়।

May 8, 2024 12:01 PM

views 32

আজি বিশ্ব থেলাছেমিয়া দিৱস

আজি বিশ্ব থেলাছেমিয়া দিৱস। থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰিবলৈ প্ৰতিবছৰে ৮ মে'ৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। ৰক্তৰ বিসংগতি সম্পৰ্কীয় এই জটিল ৰোগবিধৰ বিষয়ে সজাগ আৰু সতর্কতাৰ লগতে এনে ৰোগীক চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ ...

May 11, 2024 3:13 PM

views 31

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইবাখনো ৰে’ল ২ মিনিট অতিৰিক্তভাৱে ৰখোৱাৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ছোৱাত যাত্ৰীৰ অভাৱনীয় ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ বাবে কেইবাখনো ৰে'ল ২ মিনিট অতিৰিক্তভাৱে ৰখোৱাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আজি হাওৰা- ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছৰ বিজনী-কৈঠালকুছি, পুৰী-কামাখ্যা এক্সপ্ৰেছৰ বিজনী-সৰভোগ-পাঠশালা-টিহু-নলবাৰী, টম্বা...

May 8, 2024 11:55 AM

views 28

তুৱাৰাম খনিকৰ ২০২৪ বৰ্ষৰ দামোদৰ দেৱ বঁটাৰ বাবে মনোনীত

মাজুলীৰ আউনীআটি সত্ৰৰ ২০২৪ বৰ্ষৰ দামোদৰ দেৱ বঁটাৰ বাবে তুৱাৰাম খনিকৰক মনোনীত কৰা হৈছে। শ্রীশ্রী আউনীআটি সত্ৰই ২০১২ চনৰ পৰা সাহিত্য-সংস্কৃতি, সংবাদ তথা অসমৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিসকললৈ এই বঁটা প্ৰদান কৰি আহিছে।

May 8, 2024 11:53 AM

views 30

আজি মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি

আজি মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি। বৈষ্ণৱ ধৰ্ম তথা সত্ৰ সংস্কৃতিৰ অন্যতম প্ৰৱৰ্তক মহাপুৰুষ শ্ৰী আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহত এই তিথি পালন কৰিবলৈ লোৱা হৈছে। মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে মহাপুৰুষজনাই স্থাপন কৰা আদি সত্ৰ হিচাপে খ্যাত পাটবাউসী সত্ৰত ৭ দিনীয়াকৈ ...

May 8, 2024 11:51 AM

views 43

ৰাজ্যত কালি শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন

অসমৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কালি ৰাজ্যৰ চাৰিটা সমষ্টিত শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হয়। নির্বাচন আয়োগে কালি মাজনিশা প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত ৮১.৭-১ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। প্ৰতিকূল বতৰৰ মাজতো কালি ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ অন্তৰ্গত ভোট...

May 8, 2024 11:30 AM

views 23

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৬৪.৫-৮ শতাংশ ভোটদাতাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি প্রায় ৬৪.৫-৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমত ৮১.৭-১ শতাংশ, বিহাৰত ৫৮.১-৮ শতাং...

May 7, 2024 9:36 PM

views 26

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত যোৱা নিশা এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। জিলাখনৰ আওজাৰগুৰি গাওঁৰ ধনীৰাম নাৰ্জাৰী নামৰ লোকজনৰ হাতীৰ আক্ৰমণত মৃত্যু হোৱাৰ লগতে আন এজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, যোৱা নিশা অঞ্চলটোৰ এটা পৰিয়ালৰ বাৰ...

May 7, 2024 8:38 PM

views 34

প্রতিকূল বতৰ, শাৰীৰিক বাধা নেওচি নাগৰিকৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

প্রতিকূল বতৰকো নেওচি আজি ৰাজ্যৰ ৪টা সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদাতাই ব্যাপক উছাহ, উদ্দীপনাৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আদর্শ ভোটগ্রহণ কেন্দ্ৰসমূহত প্ৰথমবাৰৰ বাবে ভোটদান কৰা নতুন ভোটাৰক গামোচা পিন্ধাই আদৰণি জনোৱা হয়। একেদৰে ভোটকেন্দ্ৰসমূহত পুৰুষ-মহিলা আৰু দিব্যাংগ, গৰ্ভৱতী মহিলা, জ্যেষ্ঠ ন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।