ৰাষ্ট্ৰীয়

July 4, 2024 8:22 PM

views 22

৮ জুলাইত প্রধানমন্ত্ৰী মোদীৰ ৪ দিনীয়া ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ৮ জুলাইত ৪ দিনীয়া ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ২২ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্রহণ উদ্দেশ্যে শ্রী মোদী ৮ জুলাইত মস্কোত উপস্থিত হ'ব। দুয়োগৰাকী নেতাই সাম...

July 4, 2024 8:10 PM

views 39

সন্ত্ৰাসবাদৰ কোনো ৰূপকে ন্যায় সংগত বুলি ক’ব পৰা নাযায়ঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সন্ত্ৰাসবাদৰ কোনো ৰূপকে ন্যায় সংগত বুলি ক'ব পৰা নাযায়। তেওঁ কয় যে, আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে সন্ত্রাসবাদক আশ্রয় দিয়া আৰু সন্ত্ৰাসবাদী কার্যকলাপক মাফ কৰি দিয়া দেশসমূহক উদঙাই দি অকলশৰীয়া কৰিব লাগে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ বিদেশ মন্ত্ৰী ড০ এছ জয়শ...

July 4, 2024 3:06 PM

views 16

দেশত কয়লাৰ উৎপাদন বৃদ্ধি পাই যোৱা জুন মাহত ৮ কোটি ৬৬ লাখ ৩০ হাজাৰ টন হৈছে

■ দেশত কয়লাৰ উৎপাদন ১৪.৫ শতাংশ বৃদ্ধি পাই যোৱা জুনত ৮ কোটি ৬৬ লাখ ৩০ হাজাৰ টন হৈছে। যোৱা বছৰ এই একে সময়ছোৱাত এই পৰিমাণ ৭ কোটি ৩৯ লাখ ২০ হাজাৰ টন আছিল। কয়লা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ক'ল ইণ্ডিয়া লিমিটেডে ৮.৮৭ শতাংশৰ বৃদ্ধিৰে ৬ কোটি ৩১ লাখ টন কয়লা উৎপাদন কৰিছে। ইয়াৰ উপৰি জুনত...

July 4, 2024 3:01 PM

views 21

দিল্লীত ৪ দিনীয়াকৈ পুনৰ ব্যৱহাৰযোগ্য আৰু বহনক্ষম প্লাষ্টিক তথা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী শীৰ্ষক গোলকীয় অভিৱৰ্তন

■ ৰাসায়নিক আৰু পেট্‌’ কেমিকেল সচিব নিবেদিতা শুক্লা বার্মাই আজি নতুন দিল্লীত ৪ দিনীয়াকৈ আয়োজিত পুনৰ ব্যৱহাৰযোগ্য আৰু বহনক্ষম প্লাষ্টিক তথা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী শীর্ষক গোলকীয় অভিৱৰ্তন উদ্বোধন কৰে। এই অভিৱৰ্তনে উদ্যোগসমূহৰ নেতা, ষ্টার্টআপ আৰু পৰিবেশ বিশেষজ্ঞসকলক প্লাষ্টিক উদ্যোগৰ বহন ক্ষমতা লক...

July 4, 2024 2:55 PM

views 17

অষ্ট্ৰেলিয়াৰ উপ-প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰিছাৰ্ড মাৰ্লেছৰ সৈতে মন্ত্ৰী ৰাজনাথ সিঙৰ টেলিফোনিক বাৰ্তালাপ

■ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অষ্ট্ৰেলিয়াৰ উপ-প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰিছাৰ্ড মাৰ্লেছৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীসিঙে কয় যে, তেওঁলোকে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন দিশ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিভিন্ন ক্...

July 4, 2024 2:50 PM

views 18

স্বামী বিবেকানন্দৰ মৃত্যু তিথি উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী বিবেকানন্দৰ মৃত্যু তিথি উপলক্ষে তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে, স্বামী বিবেকানন্দৰ শিকনিসমূহে লক্ষ লক্ষ জনসাধাৰণক সাহস প্রদান কৰি আহিছে। তেওঁ কয় যে, স্বামী বিবেকানন্দৰ গভীৰ জ্ঞান আৰু জ্ঞান আহৰণৰ প্ৰতি ...

July 4, 2024 2:45 PM

views 31

চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

■ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি আস্তানাত চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই সীমান্ত অঞ্চলৰ বাকী থকা বিষয়সমূহৰ ক্ষেত্ৰত আগতীয়া সমাধান সম্পর্কে পর্যালোচনা কৰে। উভয় পক্ষই সামৰিক আৰু কূটনৈতিক দুয়োটা ক্ষেত্ৰতে প্ৰচেষ্টা দুগুণ বৃদ্ধি কৰি এই লক্ষ্যত উপনীত হোৱাৰ বাবে সমর্থন আগব...

July 4, 2024 2:38 PM

views 24

ভাৰতীয় সেনা অগ্নিবীৰ সকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ ৰাজনাথ সিং

■ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰতীয় সেনা অগ্নিবীৰ সকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীসিঙে অগ্নিবীৰ অজয় কুমাৰক প্ৰদান কৰা বেতন তথা অন্যান্য সা- সুবিধাসমূহৰ বিষয়ে ভাৰতীয় সেনা বাহিনীয়ে দিয়া স্পষ্টিকৰণ সম্পৰ্কে প্ৰকাশ কৰিছে। ভাৰতীয় সেনাই কৈছে ...

July 4, 2024 2:31 PM

views 28

খিতাপজয়ী ভাৰতীয় পুৰুষ ক্রিকেট দলক প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খিতাপজয়ী ভাৰতীয় পুৰুষ ক্রিকেট দলটোক আজি নতুন দিল্লীত সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে দলটো ৰাষ্ট্ৰীয় ৰাজধানীৰ ছেভেন লোক কল্যাণ মাৰ্গত থকা থকা প্রধানমন্ত্রী বাসগৃহত উপস্থিত হয়। উল্লেখযোগ্য যে কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই দলটোক আদৰণি জনাই কয় যে, সমগ্র দেশ...

July 4, 2024 1:12 PM

views 39

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে অহা দেওবাৰে হেমন্ত চোৰনৰ শপতগ্ৰহণ

ঝাৰখণ্ড মুক্তি মৰ্চা জে এম এমৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰনে অহা দেওবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চম্পাই চোৰনে কালি হেমন্ত চোৰেন পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ প্ৰশস্ত কৰি ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ পাছতে হেমন্ত চোৰন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।