ৰাষ্ট্ৰীয়

August 5, 2024 12:19 PM

views 20

মহাৰাষ্ট্ৰৰ পুনেত পুনৰ ৭ গৰাকী ব্যক্তি জিকা ভাইৰাছত আক্ৰান্ত

মহাৰাষ্ট্ৰৰ পুনে চহৰত পুনৰ ৭ গৰাকী ব্যক্তিৰ দেহত জিকা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। এই সাতগৰাকী নতুন ৰোগীৰ ভিতৰত আছে পাঁচগৰাকী গৰ্ভৱতী মহিলা, এজন ১৮ বছৰীয়া যুৱক আৰু এগৰাকী ৪০ বছৰীয়া পুৰুষ। জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি পুনে জিলাত বৰ্তমানলৈকে ৭২ গৰাকী ব্যক্তি জিকা ভাইৰাছত আক্ৰান্ত হৈছে...

August 5, 2024 12:17 PM

views 16

হাৰিয়ানাৰ সকলো শস্য ন্যূনতম সমর্থন মূল্যত ক্রয় কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনীয়ে ৰাজ্যখনৰ সকলো শস্য ন্যূনতম সমর্থন মূল্যত ক্রয় কৰাৰ কথা ঘোষণা কৰিছে। কুৰুক্ষেত্ৰত বিজেপিৰ বিজয় শংখনাদ ৰেলীত ভাষণ দি তেওঁ কয় যে, চৰকাৰে বৰ্তমান ন্যূনতম সমর্থন মূল্যত ১৪ বিধ শস্য ক্রয় কৰিছে। ৰাজ্য চৰকাৰে ১৩৩ কোটি টকা ব্যয় সাপেক্ষ আবিয়ানা নামেৰে পৰিচিত বি...

August 5, 2024 12:10 PM

views 16

দেশৰ অভিলেখ গেছ উৎপাদনক উন্নত ভাৰতৰ লক্ষ্যৰ পদক্ষেপ বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নত ভাৰতৰ সংকল্পত উপনীত হ'বলৈ দেশৰ শক্তিখণ্ডত আত্মনিৰ্ভৰশীলতা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে। দেশৰ অভিলেখ গেছ উৎপাদনক উন্নত ভাৰতৰ লক্ষ্যৰ এটা পদক্ষেপ বুলি তেওঁ অভিহিত কৰে। এই সাফল্যৰ বাবে প্রধানমন্ত্ৰীগৰাকীয়ে দেশ-বাসীক অভিনন্দন জ্ঞাপন কৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম...

August 4, 2024 7:58 PM

views 20

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ছণ্ডীগড়ৰ মণিমাজৰাত পানী যোগানৰ  পাইলট প্রকল্প উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ছণ্ডীগড়ৰ মণিমাজৰাত সপ্তাহৰ আটাইকেইদিন ২৪ ঘণ্টাই কার্যক্ষম হোৱাকৈ পানী যোগানৰ এটা পাইলট প্রকল্প উদ্বোধন কৰে। এই পানী যোগান প্ৰকল্পটোৰ পৰা মণিমাজৰাৰ প্ৰায় এক লাখ লোক উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই প্ৰকল্পটোৰ বাবে প্ৰায় ৭৫ কোটি টকা ব্...

August 4, 2024 7:55 PM

views 24

মধ্যপ্ৰদেশৰ সাগৰ জিলাত মন্দিৰৰ বেৰ খহি ৯ টি শিশুৰ মৃত্যু

মধ্যপ্ৰদেশৰ সাগৰ জিলাত আজি পুৱা এটা মন্দিৰৰ বেৰ খহি পৰাৰ ফলত ৯ টি শিশুৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হয়। শাহপুৰৰ হাৰদৌল বাবা মন্দিৰত এটা ধৰ্মীয় অনুষ্ঠান চলি থকাৰ মাজতে এই দুর্ঘটনাটো সংঘটিত হয়। আহত শিশুসকলৰ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহ...

August 4, 2024 6:09 PM

views 16

ৰাজ্যপালসকলক ৰাজভৱনত শাসনৰ আদৰ্শ আৰ্হি বিকশাই তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালসকলক ৰাজভৱনত শাসনৰ আদৰ্শ আৰ্হি বিকশাই তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ৰাজভৱনৰ কাম-কাজ ফলপ্রসূ কৰি তোলাৰ বাবে কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ অৰ্থে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা উচিত। তেওঁ লগতে কাম-কাজত প্ৰযুক্তিক আকোঁৱালি ল'বলৈ আৰু ডিজিট...

August 4, 2024 5:57 PM

views 26

কেৰালাৰ ভূমিস্খলন প্রভাৱিত বায়নাদত একেৰাহে ৬ দিন ধৰি উদ্ধাৰ অভিযান অব্যাহত

কেৰালাৰ ভূমিস্খলন প্রভাৱিত বায়নাদত আজি একেৰাহে ৬ দিন ধৰি উদ্ধাৰ অভিযান অব্যাহত আছে। এই অভিযানত কালি ৪ টা শৱদেহ উদ্ধাৰ হয়। ইয়াৰে ভিতৰত ৩ টা শৱদেহ নিলাম্বৰৰ চলিয়াৰ নৈৰ পৰা উদ্ধাৰ কৰা হয়। নৈখনিৰ পৰা ১৩ টা ক্ষত বিক্ষত অংগও উদ্ধাৰ কৰা হৈছে। শসস্ত্র বাহিনীসমূহৰ এহেজাৰ ২৬০ গৰাকী কৰ্মীয়ে প্ৰভাৱিত এলেক...

August 4, 2024 11:36 AM

views 16

৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্ফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত...

August 4, 2024 11:18 AM

views 21

৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনত বিদেশী প্ৰতিনিধিসকলৰ ভাৰতৰ কৃষি সম্ভাৱনা আৰু ইয়াৰ সামগ্ৰিক বিকাশ গাঁথাৰ শলাগ

৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনৰ বিদেশী প্ৰতিনিধিসকলে ভাৰতৰ কৃষি সম্ভাৱনা আৰু ইয়াৰ সামগ্ৰিক বিকাশ গাঁথাৰ শলাগ লৈছে। ছদিনীয়া এই সন্মিলনত অংশগ্ৰহণ কৰা বিভিন্ন ৰাষ্ট্ৰৰ বিশিষ্ট প্রতিনিধিসকলে কৃষিখণ্ডত ভাৰতৰ সাফল্য আৰু উদ্ভাৱনসমূহৰ ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দি...

August 4, 2024 11:04 AM

views 16

ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি

ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনৰ কালি ৰাষ্ট্ৰপতি ভৱনত সামৰণি পৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সামৰণি মন্তব্যত পাৰস্পৰিক শিকনৰ মনোভাৱেৰে সৰ্বাত্মক আলোচনাৰ বাবে ৰাজ্যপালসকলে চলোৱা সমূহীয়া প্ৰচেষ্টাৰ শলাগ লয়। জনসাধাৰণৰ কল্যাণ আৰু ৰাজ্যপালৰ কাৰ্যালয়ৰ কাম-কাজ উন্নত কৰি তোলাৰ বাবে লাভ কৰা পৰামৰ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।