July 22, 2024 7:31 PM July 22, 2024 7:31 PM
11
সংসদত কাইলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল
সংসদৰ বাজেট অধিৱেশন আজি আৰম্ভ হৈছে। কাইলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল কৰিব। আজি বিত্তমন্ত্ৰীগৰাকীয়ে সদনত চলিত বিত্তীয় বৰ্ষৰ বাবে ৬ দশমিক ৫ৰ পৰা ৭ শতাংশ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ সম্ভাৱনাৰে অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। ইপিনে, সদনত কাইলৈ দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটে ...