ৰাষ্ট্ৰীয়

August 23, 2024 11:23 AM

views 36

প্রধানমন্ত্ৰী মোদীৰ ইউক্রেইন ভ্রমণে দেশখনত যুদ্ধৰ অৱসান ঘটিব : ৰাষ্ট্ৰসংঘৰ সচিব প্রধান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউক্রেইন ভ্রমণে দেশখনত যুদ্ধৰ অৱসান ঘটোৱাত অৰিহণা যোগাব বুলি ৰাষ্ট্ৰসংঘৰ সচিব প্রধানে আশা প্ৰকাশ কৰিছে। সচিব প্ৰধানগৰাকীৰ মুখপাত্র ষ্টিফান ডুজৰিকে এই কথা প্ৰকাশ কৰিছে। যুদ্ধ অব্যাহত থকাৰ মাজতে প্রধানমন্ত্ৰী মোদীৰ ইউক্রেইন ভ্রমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডুজৰিকে কয...

August 23, 2024 11:15 AM

views 11

দিনজোৰা ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইউক্রেইনলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে ইউক্রেইনত উপস্থিত হ'ব। ভ্রমণকালত শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলনস্কীৰ সৈতে আছুতীয়া আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এই বৈঠকত ইউক্রেইনৰ সংঘৰ্ষৰ সমাধান সূত্ৰ উলিওৱাৰ উপায়ক লৈ আলোচনা হ'ব। সংঘৰ্ষজৰ্জৰ দেশখন ভ্ৰমণৰ পূৰ্বে প্ৰধান...

August 22, 2024 8:14 PM

views 18

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ত তদন্তৰ স্থিতিৰ প্ৰতিবেদন দাখিল

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আই আৰু কলকাতা আৰক্ষীয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী আবাসীক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ত তদন্তৰ স্থিতিৰ প্ৰতিবেদন দাখিল কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পার্ডিৱালা আৰু...

August 22, 2024 7:16 PM

views 18

দেশজুৰি কাইলৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

দেশজুৰি কাইলৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হ'ব। দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে- চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পৰ্শ কৰা- ভাৰতৰ মহাকাশ গাথা। এই বিষয়বস্তুৱে মহাকাশ অন্বেষণে সমাজ আৰু প্ৰযুক্তিৰ ওপৰত বিস্তাৰ কৰা প্ৰভাৱক প্ৰতিফলিত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ ৰাষ্ট্ৰীয...

August 22, 2024 8:19 PM

views 25

ভাৰত আৰু পোলেণ্ডৰ পাৰস্পৰিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ

ভাৰত আৰু পোলেণ্ডে উভয় দেশৰ মাজৰ সম্পৰ্ক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। পোলেণ্ডৰ ৰাজধানী ৱাৰৰ্শ্বত আজি দেশখনৰ প্ৰধানমন্ত্রী ডনাল্ড টাস্কৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ পাছত এটা প্ৰেছ বিবৃতিযোগে শ্রী মোদীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয় যে, এই বছৰতে দেশ দুখনে পাৰস্প...

August 22, 2024 5:50 PM

views 24

অন্ধ্ৰপ্ৰদেশৰ আনকাপল্লীত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অন্ধ্ৰপ্ৰদেশৰ আনকাপল্লী জিলাৰ এটা কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে যে এই ঘটনাটোৰ বাবে তেওঁ গভীৰ আঘাত পাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আহতসকলৰ আশু আৰোগ্য কামনা কৰে৷ প...

August 22, 2024 5:48 PM

views 22

সন্ত্রাসবাদে কেৱল শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰতে নহয়, বিকাশৰ ক্ষেত্ৰতো ই বিশ্বজনীন বিপদ মাতি আনে বুলি আৰ ৰবিন্দ্ৰৰ মন্তব্য

ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সম্প্ৰসাৰণ আৰু পৰিষদত আফ্ৰিকাক উচিত স্থান দিয়াৰ ক্ষেত্ৰত বিৰোধিতা কৰাসকলৰ নিন্দা কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ অভিযানৰ প্ৰভাৰী ৰাষ্ট্রদূত আৰ ৰবিন্দ্ৰই কৈছে যে স্থায়ী সদস্যৰ শ্ৰেণীত আফ্ৰিকাৰ প্ৰতিনিধিত্ব সন্দৰ্ভত অস্বীকাৰ কৰি অহাটো পৰিষদৰ ...

August 22, 2024 5:46 PM

views 23

আজিৰেপৰা পূব মণ্ডলৰ অস্মিতা যোগাসন লীগ আৰম্ভ

বিহাৰৰ পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া প্ৰকল্পত আজিৰেপৰা পূব মণ্ডলৰ অস্মিতা যোগাসন লীগ আৰম্ভ হৈছে। তিনিদিনীয়াকৈ আয়োজিত এই পূব মণ্ডলৰ লীগ অহা ২৪ আগষ্টত সামৰণি পৰিব। বিহাৰ যোগাসন স্পৰ্টছ এছ'চিয়েচনে এই লীগৰ আয়োজন কৰিছে। পূব মণ্ডলৰ ৰাজ্যসমূহৰ ৫০০ গৰাকী মহিলা খেলুৱৈয়ে লীগত অংশগ্ৰহণ কৰিছে। এই ৰাজ্যকেইখন হৈ...

August 22, 2024 5:43 PM

views 26

আহানা জর্জ, আনয়া ভৱছাৰ, আৰু গুঞ্জন মন্ত্ৰী ২০২৪-ৰ ফিবা 3×3 ১৮ বছৰ অনুৰ্ধ্বৰ বাস্কেটবল বিশ্বকাপলৈ নিৰ্বাচিত

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মণ্ডাভিয়াই ২০২৪-ৰ ফিবা 3x3 ১৮ বছৰ অনুৰ্ধ্বৰ বাস্কেটবল বিশ্বকাপলৈ নিৰ্বাচিত হোৱাৰ বাবে আহানা জর্জ, আনয়া ভৱছাৰ, আৰু গুঞ্জন মন্ত্ৰীক অভিনন্দন জনাইছে। এই প্রতিযোগিতাখন চলিত মাহৰ ২৬ তাৰিখৰ পৰা হাংগেৰীৰ ডেৱেচেনত আৰম্ভ হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ...

August 22, 2024 5:40 PM

views 29

১৭ বছৰ অনুৰ্ধ বিশ্ব মল্লযুঁজ প্ৰতিযোগিতাত ৰোনাক দহিয়াৰ ব্ৰঞ্জৰ পদক অর্জন

ভাৰতৰ ৰোনাক দহিয়াই জর্ডানত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধ বিশ্ব মল্লযুঁজ প্ৰতিযোগিতাৰ ১১০ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক অর্জন কৰিছে। গুৰুত্বপূৰ্ণ পদক মেচখনত ডাহিয়াই তুৰ্কীৰ মল্লযুঁজাৰ ইমৰুল্লাহ কাপকানক ৬-১ ফলাফলত পৰাস্ত কৰে। ইয়াৰ লগে লগে ভাৰতে পুৰুষৰ গ্ৰীক-ৰোমান শাখাৰ চেম্পিয়নশ্বিপত দুটা ব্ৰঞ্জৰ পদক লাভ ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।