July 24, 2024 10:08 AM July 24, 2024 10:08 AM
11
নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় সম্পৰ্কত শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ মন্তব্য
শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰতি আদৰণি জনাই কৈছে যে অৱশেষত সত্যৰ জয় হ'ল। নীট সন্দৰ্ভত সর্বোচ্চ ন্যায়ালয়ৰ ৰায় সম্পর্কে সাংবাদিকক সম্বোধন কৰি শ্ৰীপ্ৰধানে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ স্বচ্ছ, বিসংগতিবিহীন আ...