July 25, 2024 8:19 PM July 25, 2024 8:19 PM
8
লোকসভাত আজি কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ
লোকসভাত আজি কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ চৰণজিৎ সিং চন্নীয়ে এইবাৰৰ বাজেটে জনসাধাৰণক নিৰাশ কৰা বুলি অভিযোগ তোলে। তেওঁ লগতে সংসদ ভৱনৰ ডº বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থানান্তৰনৰ বিষয় লৈ প্ৰশ্ন উত্থাপন কৰে। এইবাৰৰ বাজেটত পাঞ্জাবৰ সৈতে মাহীআইৰ দৰে আচৰ...