ৰাষ্ট্ৰীয়

September 2, 2024 8:22 PM

views 23

জম্মু-কাশ্মীৰত বৈষ্ণোদেৱী মন্দিৰলৈ যোৱা পথৰ ভূমিস্খলন তীর্থযাত্রী নিহত

জম্মু-কাশ্মীৰত পাঞ্চি হেলিপেডৰ সমীপত মাতা বৈষ্ণোদেৱী মন্দিৰলৈ যোৱা পথৰ ভূমিস্খলন হোৱাৰ ফলত দুগৰাকী মহিলা তীর্থযাত্রী নিহত হোৱাৰ লগতে এটি কন্যা শিশু গুৰুতৰভাৱে আহত হয়। ভূমিস্খলনৰ ফলত পথছোৱাত এটা বৃহৎ শিল বাগৰি পৰাৰ ফলত এগৰাকী তীর্থযাত্রী ঘটনাস্থলীতে নিহত হয়। আনহাতে, চিকিৎসালয়ে লৈ যোৱা অৱস্থাতে আনগ...

September 2, 2024 8:19 PM

views 29

কৃষকসকলৰ বাবে ১৩,৯৬৬ কোটি টকাৰ ৭ খন আঁচনিত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে কৃষকসকলৰ জীৱন উন্নত কৰা তথা তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ বাবে ১৩ হাজাৰ ৯৬৬ কোটি টকাৰ ৭ খন আঁচনিত অনুমোদন জনাইছে। কেবিনেটে আজি ২ হেজাৰ ৮১৭ কোটি টকা ব্যয় সাপেক্ষ ডিজিটেল কৃষি অভিযানত অনুমোদন জনায়। নতুন দিল্লীত বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্...

September 2, 2024 8:15 PM

views 24

৩ দিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি কোলহাপুৰত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু ৩ দিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণসূচীৰে আজি কোলহাপুৰত উপস্থিত হয়। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে তেওঁক স্বাগতম জনায়। শ্ৰীমতী মুমুয়ে ইয়াৰ পাছত কৰবীৰ নিৱাসিনী শ্ৰীমহালক্ষ্মী মন্দিৰ দৰ্শন কৰি পুজা অৰ্চনা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিয়লি কোলহাপুৰৰ ৱানানগৰত শ্ৰীৱাৰণা ...

September 2, 2024 6:10 PM

views 29

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত পূবৰ দায়িত্বত থকা সচিব জয়দ্বীপ মজুমদাৰে ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়াই প্রথম দ্বিপাক্ষিক ব্রুনেই যাত্ৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত আৰু ব্রুনেইৰ মাজত কূ...

September 2, 2024 6:00 PM

views 8

নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে । দলে নতুন সদস্য ভর্তি আৰু দলটোৰ বৰ্তমানৰ সদস্যসকলক পুনৰ নবীকৰণ কৰাৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰিছে । প্রধানমন্ত্ৰীয়ে দলত তেওঁৰ সদস্যপদ নবীকৰণৰ বাবে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা প্ৰম...

September 2, 2024 3:39 PM

views 17

প্রধানমন্ত্ৰী মোদীয়ে দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব। বিজেপিয়ে নতুন সদস্য ভর্তি আৰু দলটোৰ বৰ্তমানৰ সদস্যসকলক পুনৰ নবীকৰণ কৰাৰ লক্ষ্যৰে এই অভিযান হাতত লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলত তেওঁৰ সদস্য নবীকৰণৰ বাবে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ড...

September 2, 2024 4:59 PM

views 15

প্রধানমন্ত্ৰী মোদীৰ ব্ৰুনেই আৰু ছিংগাপুৰ ভ্ৰমণ কাইলৈ আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত পূবৰ দায়িত্বত থকা সচিব জয়দ্বীপ মজুমদাৰে ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়াই প্রথম দ্বিপাক্ষিক ব্রুনেই যাত্ৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত আৰু ব্রুনেইৰ মাজত কূ...

September 2, 2024 9:06 AM

views 24

চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ’ব প্রধানমন্ত্ৰী মোদী

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কয় যে, ব্রুনেইৰ চুলতান হাজী হছনল বোলকিয়াৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদী কাইলৈ ব্ৰুনেৰ ডাৰুচ্ছালামত উপস্থিত ...

September 2, 2024 9:03 AM

views 31

অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাষাৰ বৰষুণৰ ফলত অভাৱনীয় পৰিস্থিতি

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ পৰা প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱা হ'ব বুলি ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীক আশ্বাস প্ৰদান কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰীমোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এ...

September 2, 2024 9:00 AM

views 27

আজিৰে পৰা আৰম্ভ বিজেপিৰ সদস্যতা ভর্তি অভিযান

■ বিজেপিৰ সদস্যতা ভর্তি অভিযান আজিৰে পৰা আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলত তেওঁৰ সদস্যতাৰ নবীকৰণৰ বাবে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা প্ৰমাণ-পত্ৰ গ্ৰহণেৰে এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। বৰ্তমানৰ দলৰ সকলো সদস্যই তেওঁলোকৰ সদস্যতাৰ নবীকৰণ কৰাব লাগিব। বিজেপিৰ সংবিধান অনুসৰি প্ৰতি ৫ৰ পৰা ৬...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।