ৰাষ্ট্ৰীয়

August 4, 2024 7:55 PM August 4, 2024 7:55 PM

views 10

মধ্যপ্ৰদেশৰ সাগৰ জিলাত মন্দিৰৰ বেৰ খহি ৯ টি শিশুৰ মৃত্যু

মধ্যপ্ৰদেশৰ সাগৰ জিলাত আজি পুৱা এটা মন্দিৰৰ বেৰ খহি পৰাৰ ফলত ৯ টি শিশুৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হয়। শাহপুৰৰ হাৰদৌল বাবা মন্দিৰত এটা ধৰ্মীয় অনুষ্ঠান চলি থকাৰ মাজতে এই দুর্ঘটনাটো সংঘটিত হয়। আহত শিশুসকলৰ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহ...

August 4, 2024 6:09 PM August 4, 2024 6:09 PM

views 7

ৰাজ্যপালসকলক ৰাজভৱনত শাসনৰ আদৰ্শ আৰ্হি বিকশাই তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালসকলক ৰাজভৱনত শাসনৰ আদৰ্শ আৰ্হি বিকশাই তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ৰাজভৱনৰ কাম-কাজ ফলপ্রসূ কৰি তোলাৰ বাবে কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ অৰ্থে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা উচিত। তেওঁ লগতে কাম-কাজত প্ৰযুক্তিক আকোঁৱালি ল'বলৈ আৰু ডিজিট...

August 4, 2024 5:57 PM August 4, 2024 5:57 PM

views 8

কেৰালাৰ ভূমিস্খলন প্রভাৱিত বায়নাদত একেৰাহে ৬ দিন ধৰি উদ্ধাৰ অভিযান অব্যাহত

কেৰালাৰ ভূমিস্খলন প্রভাৱিত বায়নাদত আজি একেৰাহে ৬ দিন ধৰি উদ্ধাৰ অভিযান অব্যাহত আছে। এই অভিযানত কালি ৪ টা শৱদেহ উদ্ধাৰ হয়। ইয়াৰে ভিতৰত ৩ টা শৱদেহ নিলাম্বৰৰ চলিয়াৰ নৈৰ পৰা উদ্ধাৰ কৰা হয়। নৈখনিৰ পৰা ১৩ টা ক্ষত বিক্ষত অংগও উদ্ধাৰ কৰা হৈছে। শসস্ত্র বাহিনীসমূহৰ এহেজাৰ ২৬০ গৰাকী কৰ্মীয়ে প্ৰভাৱিত এলেক...

August 4, 2024 11:36 AM August 4, 2024 11:36 AM

views 8

৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্ফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত...

August 4, 2024 11:18 AM August 4, 2024 11:18 AM

views 11

৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনত বিদেশী প্ৰতিনিধিসকলৰ ভাৰতৰ কৃষি সম্ভাৱনা আৰু ইয়াৰ সামগ্ৰিক বিকাশ গাঁথাৰ শলাগ

৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনৰ বিদেশী প্ৰতিনিধিসকলে ভাৰতৰ কৃষি সম্ভাৱনা আৰু ইয়াৰ সামগ্ৰিক বিকাশ গাঁথাৰ শলাগ লৈছে। ছদিনীয়া এই সন্মিলনত অংশগ্ৰহণ কৰা বিভিন্ন ৰাষ্ট্ৰৰ বিশিষ্ট প্রতিনিধিসকলে কৃষিখণ্ডত ভাৰতৰ সাফল্য আৰু উদ্ভাৱনসমূহৰ ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দি...

August 4, 2024 11:04 AM August 4, 2024 11:04 AM

views 6

ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি

ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনৰ কালি ৰাষ্ট্ৰপতি ভৱনত সামৰণি পৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সামৰণি মন্তব্যত পাৰস্পৰিক শিকনৰ মনোভাৱেৰে সৰ্বাত্মক আলোচনাৰ বাবে ৰাজ্যপালসকলে চলোৱা সমূহীয়া প্ৰচেষ্টাৰ শলাগ লয়। জনসাধাৰণৰ কল্যাণ আৰু ৰাজ্যপালৰ কাৰ্যালয়ৰ কাম-কাজ উন্নত কৰি তোলাৰ বাবে লাভ কৰা পৰামৰ্...

August 4, 2024 10:59 AM August 4, 2024 10:59 AM

views 13

অসমত টাটাৰ অর্ধপৰিবাহী গোটৰ নিৰ্মাণ কাৰ্যৰ জৰিয়তে দৈনিক ৪ কোটি ৮৩ লাখ অর্ধপৰিবাহী চিপ উৎপাদনৰ লক্ষ্যঃ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, অসমৰ মৰিগাঁৱত টাটাৰ অর্ধপৰিবাহী গোটৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। নতুন দিল্লীত কালি এই প্ৰকল্পৰ সৱিশেষ প্ৰকাশ কৰি শ্ৰীবৈষ্ণৱে কয় যে, ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে এই প্ৰকল্পটো স্থাপন কৰা হ'ব আৰু ইয়াৰ জৰিয়তে ১৫ হাজাৰ প্ৰত্যক্ষ...

August 3, 2024 9:00 PM August 3, 2024 9:00 PM

views 5

ৰাজহুৱা খণ্ডৰ বীমা কোম্পানীসমূহক কেৰালাৰ ভূমিস্খলন প্ৰভাৱিত লোকসকললৈ যথাসম্ভৱ সহায় আগবঢ়াবলৈ কৈছে চৰকাৰে

চৰকাৰে ৰাজহুৱা খণ্ডৰ বীমা কোম্পানীসমূহক কেৰালাৰ ভূমিস্খলন প্ৰভাৱিত লোকসকললৈ যথাসম্ভৱ সহায় আগবঢ়াবলৈ কৈছে যাতে বীমা দাবীসমূহ শীঘ্ৰে নিষ্পত্তি কৰিব পৰা যায় আৰু ধনাদায় দিব পৰা যায়। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে কৈছে যে, ভাৰতীয় জীৱন বীমা নিগমক প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ পলিচীধাৰকসকলক শীঘ্...

August 3, 2024 8:59 PM August 3, 2024 8:59 PM

views 8

আজি চতুর্দশ ভাৰতীয় অংগদান দিৱস, নতুন দিল্লীত অংগদান সজাগতা কাৰ্যসূচীৰ আয়োজন

সমগ্র দেশতে আজি চতুর্দশ ভাৰতীয় অংগদান দিৱস পালন কৰা হৈছে। এই উপলক্ষে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় অংগ আৰু কলা সংৰোপণ সংস্থাই নতুন দিল্লীত অংগদান সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে মস্তিষ্ক মৃত্যু ঘোষণা ...

August 3, 2024 8:58 PM August 3, 2024 8:58 PM

views 8

ভাৰতক বিশ্বৰ তৃতীয় সর্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশৰূপে গঢ়ি তোলাত পৰ্যটন ক্ষেত্র চালিকা শক্তি হোৱাৰ সম্ভাৱনা আছেঃ গজেন্দ্ৰ সিং শেখাৱট

কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটে কৈছে যে, ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সর্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত পৰ্যটন ক্ষেত্র চালিকা শক্তি হোৱাৰ সম্ভাৱনা আছে। গ্ৰেটাৰ নয়দাত আজি সপ্তম আন্তঃৰাষ্ট্ৰীয় আতিথ্য প্ৰদৰ্শন উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।