ৰাষ্ট্ৰীয়

August 10, 2024 7:11 PM August 10, 2024 7:11 PM

views 6

কেৰালাৰ ৱায়নাডত ভূমিস্খলন প্রভাৱিত লোকসকলৰে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ৱায়নাড জিলাৰ এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু ভূমিস্খলন প্রভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। পৰিদৰ্শন কালত প্রধানমন্ত্ৰীয়ে ভূমিস্খলৰ ঘটনাত পিতৃ-মাতৃক হেৰুওৱা দুগৰাকী বিদ্যাৰ্থী আৰু আত্মীয়স্বজনক হেৰুওৱা ১০ গৰাকী লোকক সান্তনা দিয়ে। তেওঁ লগতে মেপ্পাডিৰ ...

August 10, 2024 7:06 PM August 10, 2024 7:06 PM

views 21

মূল বেংকিং খণ্ডৰ ওপৰত গুৰুত্ব আৰোপৰ আৱশ্যকতাত জোৰ দিয়া হৈছে : বিত্তমন্ত্রী

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে মূল বেংকিং খণ্ডৰ ওপৰত গুৰুত্ব আৰোপৰ আৱশ্যকতাত জোৰ দিছে। নতুন দিল্লীত আজি ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইৰ সঞ্চালক মণ্ডলীৰ সৈতে অনুষ্ঠিত বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীমতী সীতাৰমনে এই কথা প্ৰকাশ কৰে। তেওঁ বেংকসমূহক জমা আৰু ঋণ ৰাশিৰ সৈতে জড়িত মূল ...

August 10, 2024 6:05 PM August 10, 2024 6:05 PM

views 10

আজি বিশ্ব সিংহ দিৱস উদযাপন

আজি বিশ্ব সিংহ দিৱস উদযাপন কৰা হৈছে। গুজৰাটত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ উপস্থিতিত চাছন গীৰত বিশ্ব সিংহ দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ সৌৰাষ্ট্ৰ অঞ্চলৰ ১১ খন জিলাত এই দিৱস উদযাপনৰ বৃহৎ কাৰ্যসূচী লোৱা হৈছে। ইয়াত ১১ হেজাৰৰো অধিক শিক্ষা প্ৰতিষ্ঠানৰ ২১ লাখৰো অধিক লোকে অংশগ্রহণ কৰিব। একমাত্র গ...

August 10, 2024 5:59 PM August 10, 2024 5:59 PM

views 6

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক টিমোৰ লেষ্টেৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্রাণ্ড কলাৰ অব অৰ্ডাৰ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক আজি টিমোৰ লেষ্টেৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্রাণ্ড কলাৰ অব অৰ্ডাৰ প্ৰদান কৰা হয়। বৰ্তমান টিমোৰ লেষ্টে ভ্ৰমণলৈ যোৱা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক দেশখনৰ ৰাজধানী ডিলিত সেই দেশৰ ৰাষ্ট্ৰপতি জোছ ৰামোছ হোতাই এই সন্মান প্ৰদান কৰে।ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু টিমোৰ লেষ্টেৰ ৰাষ্ট্ৰপত...

August 10, 2024 1:28 PM August 10, 2024 1:28 PM

views 7

কোচবিহাৰ জিলাৰ ভাৰত-বাংলাদশ সীমান্তত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা ব্যর্থ সীমান্ত সুৰক্ষা বাহিনীৰ

সীমান্ত সুৰক্ষা বাহিনীয়ে বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ সহায়ত কালি পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ভাৰত-বাংলাদশ সীমান্তত অনুপ্ৰৱেশৰ এটা প্ৰচেষ্টা ব্যর্থ কৰে। সীমান্ত সুৰক্ষা বাহিনীৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে, পশ্চিমবংগৰ কোচবিহাৰৰ ভাৰত-বাংলাদেশ সীমান্তত ভাৰতত শৰণ লোৱাৰ উদ্দেশ্যে প্ৰায় এহেজাৰ বাংলাদেশী নাগৰিক আন্...

August 10, 2024 1:25 PM August 10, 2024 1:25 PM

views 13

নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় পর্যায়ত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্ৰীয় কেবিনেটে নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় পর্যায়ত অনুমোদন জনাইছে। কেবিনেটে লগতে ২০২৪-২৫ বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ ৰূপায়ণত অনুমোদন দিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে যোৱানিশা সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে, প্রধানমন্ত...

August 9, 2024 8:49 PM August 9, 2024 8:49 PM

views 16

বাজেট অধিবেশনক যথেষ্ট ফলপ্রসূ বুলি অভিহিত মন্ত্রী কিৰেণ বিজিজুৰ

সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ বিজিজুৱে বাজেট অধিবেশনক যথেষ্ট ফলপ্রসূ বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি বাজেট অধিবেশন সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীৰিজিজুৱে কয় যে এইবেলিৰ অধিবেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাত সুচাৰুৰূপে কাম-কাজ সম্পন্ন হয়। অধিবেশনৰ সময়ছোৱাত এদিনো কাম-কাজ সম্পূৰ্ণ...

August 9, 2024 8:44 PM August 9, 2024 8:44 PM

views 12

ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত যুটীয়া সমিতিৰ সদস্যৰ নামত প্ৰস্তাৱ

লোকসভাই আজি ৱাকফ সংশোধনী বিধেয়ক ২০২৪ চালি-জাৰি চোৱাৰ বাবে গঠন কৰিবলগীয়া যুটীয়া সমিতিৰ ২১-গৰাকী সদস্যৰ নাম সম্পর্কে এটা প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ অনুসৰি এই সমিতিৰ সদস্যসকলব ভিতৰত জগদম্বিকা পাল, নিশিকান্ত ডুবে, তেজস্বী সূর্যা, দিলীপ শ‍ইকীয়া, গৌৰৱ গগৈ, ইমৰাণ মাছুদ, মহম্মদ জাভেদ, কল্যাণ বেনাৰ্জী ...

August 9, 2024 8:38 PM August 9, 2024 8:38 PM

views 6

ভাৰত ত্যাগ আন্দোলনৰ আজি ৮১ সংখ্যক বাৰ্ষিকী

ভাৰত ত্যাগ আন্দোলনৰ আজি ৮১ সংখ্যক বাৰ্ষিকী। ১৯৪২ চনৰ ৯ আগষ্টত এই আন্দোলন আৰম্ভ কৰা হৈছিল। ভাৰত ত্যাগ আন্দোলনৰ বার্ষিকী উপলক্ষে প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে মহাত্মা গান্ধীৰ নেতৃত্বত এই আন্দোলনত অংশ লোৱা বীৰ সেনানীসকলৰ স্মৃতিত শ্রদ্ধা তৰ্পণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে প্রধানমন্ত্ৰীয়ে ভাৰত...

August 9, 2024 8:37 PM August 9, 2024 8:37 PM

views 10

ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ টিমোৰ লেষ্ট অভিমুখে ৰাওনা

ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মু নিউজিলেণ্ডৰ দুদিনীয়া সফল ভ্ৰমণ সামৰি টিমোৰ লেষ্ট অভিমুখে ৰাওনা হৈছে। ৰাষ্ট্ৰপতি মুর্মু কাইলৈ পুৱাৰ ভাগত টিমোৰ লেষ্টৰ ৰাজধানী ডিলিত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।