ৰাষ্ট্ৰীয়

August 14, 2024 12:12 PM August 14, 2024 12:12 PM

views 7

সন্ত্ৰাসবাদক সমূলঞ্চে উৎখাতৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদৃঢ় কৰাৰ আৱশ্যকতাত ভাৰত-অষ্ট্ৰেলিয়াৰ গুৰুত্ব আৰোপ

ভাৰত আৰু অষ্ট্ৰেলিয়াই সকলোধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিছে আৰু সন্ত্ৰাসবাদক সমূলঞ্চে উৎখাত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদৃঢ় কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী যুটীয়া কাৰ্যগোটৰ চতুৰ্দশ বৈঠকৰ অন্তত দুয়োখন দেশে এইদৰে বিবৃতি দি...

August 14, 2024 12:10 PM August 14, 2024 12:10 PM

views 5

হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ ভাৰতীয় নির্বাচন আয়োগ সাজু

ভাৰতীয় নির্বাচন আয়োগে হাৰিয়ানা আৰু কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, কালি নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু এছ এছ সন্ধুৰ সৈতে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে চণ্ডীগড়ৰ হাৰিয়ানাত আগ...

August 14, 2024 12:09 PM August 14, 2024 12:09 PM

views 5

ক্রীড়া ছালিচি আদালতৰ অস্থায়ী খণ্ড বিচাৰপীঠত ৱিনেশ ফোগটৰ আবেদনৰ ৰায়দান পুনৰ স্থগিত

ক্রীড়া ছালিচি আদালতৰ অস্থায়ী খণ্ড বিচাৰপীঠে পেৰিছ অলিম্পিকৰ মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাৰ মল্লযুদ্ধৰ ফাইনেলৰ বাবে অযোগ্য ঘোষণা কৰাৰ বিৰুদ্ধে ৱিনেশ ফোগটে জনোৱা আবেদনৰ ৰায়দান পুনৰ স্থগিত ৰাখিছে। সেই অনুসাৰে বিচাৰপীঠখনে ১৬ আগষ্টত ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৯ বজাত এই সন্দৰ্ভত ৰায়দান কৰিব। ক্রীড়া...

August 14, 2024 12:06 PM August 14, 2024 12:06 PM

views 4

মহাৰাষ্ট্ৰত প্রাকৃতিক দুৰ্যোগ প্ৰতিৰোধ প্রকল্পৰ বাবে ২৭৬৬ কোটি টকাৰ পুঁজিৰ অনুমোদন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই প্রাকৃতিক দুৰ্যোগ প্ৰতিৰোধৰ সৈতে জড়িত ১৯৫০টা প্রকল্প হাতত লোৱাৰ বাবে ২৭৬৬ কোটি টকাৰ পুঁজিৰ অনুমোদন জনাইছে। এই কামসমূহৰ ভিতৰত ভূমিস্খলন আৰু বানৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ, নলা নিৰ্মাণ আৰু খনন, বনানীকৰণ, পুখুৰী খনন, দলং নিৰ্মাণ আৰু মেৰামতি আদি অন্তৰ্ভ...

August 13, 2024 3:27 PM August 13, 2024 3:27 PM

views 13

৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান উদযাপন নাগপুৰ পৌৰ নিগমৰ

নাগপুৰ পৌৰ নিগমে যোৱা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে উদ্যম আৰু উৎসাহেৰে গ্ৰহণ কৰা হৰ ঘৰ তিৰংগা অভিযান উদযাপন কৰিছে। এই উদযাপনৰ অংশ হিচাপে আজি তিৰংগা মাৰাথন আয়োজন কৰা হয়। নাগপুৰ পৌৰ নিগমৰ সহকাৰী পৌৰ আয়ুক্ত প্রকাশ ৱাহেঁড়ে ছেইণ্ট উছুলা বিদ্যালয়ত অনুষ্ঠিত মাৰাথন দৌৰৰ পতাকা জোকা...

August 13, 2024 3:25 PM August 13, 2024 3:25 PM

views 18

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰশাসনে নিৰাপত্তা আৰু স্বাধীনতা দিৱসৰ অনুষ্ঠান সুকলমে উদযাপন কৰাৰ ক্ষেত্ৰত যাতে কোনো সুৰুঙা ৰৈ নাযায়, তাৰ নিশ্চিত ব্যৱস্থা হাতত লৈছে। স্বাধীনতা দিৱসৰ মূল অনুষ্ঠান...

August 13, 2024 3:22 PM August 13, 2024 3:22 PM

views 5

ষষ্ঠ ভাৰত-অষ্ট্ৰেলিয়া সামুদ্রিক সুৰক্ষা আলোচনা আজি কনবেৰাত অনুষ্ঠিত হয়

ষষ্ঠ ভাৰত-অষ্ট্ৰেলিয়া সামুদ্রিক সুৰক্ষা আলোচনা আজি কনবেৰাত অনুষ্ঠিত হয়। ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ নিৰস্ত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব মৌনপুই ছাইৱায় আৰু অষ্ট্ৰেলিয়াৰ দলটোক ছাৰাহ ষ্টৰীয়ে নেতৃত্ব দিছে। দ্বিপাক্ষিক এই আলোচনাত বিশ...

August 13, 2024 3:20 PM August 13, 2024 3:20 PM

views 26

দিল্লীত শ্বেইখ হাছিনাৰ দীৰ্ঘকালীন উপস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়ঃ মহম্মদ তৌহিদ হুছেইন

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কৈছে যে দিল্লীত শ্বেইখ হাছিনাৰ দীৰ্ঘকালীন উপস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দ্বিপাক্ষিক সম্পর্ক এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ই পৰস্পৰ স্বাৰ্থৰ ওপৰত আধ...

August 13, 2024 3:19 PM August 13, 2024 3:19 PM

views 3

আবাসী চিকিৎসক সন্থাৰ ৰাষ্ট্ৰজোৰা ধৰ্মঘটৰ সঁহাৰি জনাই মহাৰাষ্ট্ৰৰ চিকিৎসকৰ বিভিন্ন ৰাজহুৱা চিকিৎসালয়ত জৰুৰীকালীন সেৱাৰ বাহিৰে অন্যান্য চিকিৎসা সেৱাৰ পৰা বিৰত

আবাসী চিকিৎসক সন্থা Federation of Resident Doctors Association-এ চলাই থকা ৰাষ্ট্ৰজোৰা ধৰ্মঘটৰ প্ৰতি সঁহাৰি জনাই মহাৰাষ্ট্ৰৰ বিভিন্ন ৰাজহুৱা চিকিৎসালয়ত কৰ্মৰত আবাসী চিকিৎসকসকলে জৰুৰীকালীন সেৱাৰ বাহিৰে অন্যান্য চিকিৎসা সেৱাৰ পৰা বিৰত আছে। চিকিৎসা মহাবিদ্যালয়সমূহৰ জ্যেষ্ঠ শিক্ষক, অধ্যাপক আৰু চুক্তিভি...

August 13, 2024 3:15 PM August 13, 2024 3:15 PM

views 26

চৰকাৰে সাগৰীয় মাছ ধৰা জাহাজত মাছমৰীয়াসকলৰ ব্যৱসায় আৰু নিৰাপত্তা বৃদ্ধিৰ বাবে ১ লাখ নিৰ্দিষ্ট সঁহাৰি প্ৰেৰণ কৰিব পৰা আহিলা স্থাপন কৰিব

চৰকাৰে সাগৰীয় মাছ ধৰা জাহাজত মাছমৰীয়াসকলৰ ব্যৱসায় আৰু নিৰাপত্তা বৃদ্ধিৰ বাবে ১ লাখ নিৰ্দিষ্ট সঁহাৰি প্ৰেৰণ কৰিব পৰা আৰু সংকেত গ্ৰহণ কৰিব পৰা বৈদ্যুতিক আঁহিলা স্থাপন কৰিব। নতুন দিল্লীত অনুষ্ঠিত মীন খণ্ডত মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ সম্পৰ্কীয় আলোচনাচক্ৰত ভাগ লৈ কেন্দ্ৰীয় মীন ৰাজ্যিক মন্ত্ৰী ৰাজীৱ ৰ...