August 17, 2024 10:54 AM August 17, 2024 10:54 AM
31
নতুন দিল্লীত আজি বিজেপিৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত বিষয়ববীয়াসকলৰ বৈঠক
নতুন দিল্লীত আজি বিজেপিৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত বিষয়ববীয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব। বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি জে পি নাড্ডাৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া বৈঠকত দলৰ সদস্যভর্তি অভিযান আৰু সাংগঠনিক নিৰ্বাচনৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ...