ৰাষ্ট্ৰীয়

September 15, 2024 8:08 PM September 15, 2024 8:08 PM

views 14

ছান্থাল পৰগানা আৰু ক’লহান অঞ্চলৰ জনগাঁথনি দ্রুতহাৰত পৰিৱৰ্তনৰ লগতে এই অঞ্চলসমূহত ৰোহিঙ্গীয়া আৰু বাংলাদেশীৰ অনুপ্ৰৱেশে ভাবুকি হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে, ছান্থাল পৰগানা আৰু ক'লহান অঞ্চলৰ জনগাঁথনি দ্রুতহাৰত পৰিৱৰ্তন হৈ আছে আৰু এই অঞ্চলসমূহত ৰোহিঙ্গীয়া আৰু বাংলাদেশীৰ অনুপ্ৰৱেশ ভাবুকি স্বৰূপ হৈ পৰিছে। তেওঁ কয় যে, এই অঞ্চলসমূহত অনুপ্ৰৱেশ বৃদ্ধি হোৱাৰ বিপৰীতে জনজাতিৰ জনসংখ্যা হ্ৰাস পাই আহিছে। জামছেদপুৰৰ গোপাল ...

September 15, 2024 7:48 PM September 15, 2024 7:48 PM

views 7

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ তথা  প্ৰাক্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ মণ্ডলক ৩ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ

পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ তথা তালা আৰক্ষী থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ মণ্ডলক আজি ৩ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। দুয়োজন অভিযুক্তকে আজি শিয়ালদহ আদালতত হাজিৰ কৰোৱা হয়। উল্লেখযোগ্য যে দুয়োজন অভিযুক্তকে কালি নিশা আৰ জি কৰ চিকিৎসা...

September 15, 2024 7:26 PM September 15, 2024 7:26 PM

views 8

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাঁচীত ভার্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাঁচীত ভার্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন মোকলাই দিয়ে। হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ ৩২ কোটি টকা ডিজিটেল ব্যৱস্থাৰে হস্তান্তৰিক কৰা হয়। ইয়াৰ উপৰি ৩২ হাজাৰ বাসগৃহৰ আৱণ্টনপত্ৰ বিতৰণ কৰা হয়। হিতাধিকাৰীসকলৰ বাবে ...

September 15, 2024 6:51 PM September 15, 2024 6:51 PM

views 7

চতুর্থ গোলকীয় জৈৱ ভাৰত ২০২৪ সন্মিলন নতুন দিল্লীত সফলতাৰে সম্পন্ন

চতুর্থ গোলকীয় জৈৱ ভাৰত ২০২৪ সন্মিলন কালি নতুন দিল্লীত সফলতাৰে সম্পন্ন হয়। এই তিনিদিনীয়া সন্মিলনৰ মূল বিষয়বস্তু আছিল জৈৱ প্ৰযুক্তিগত উদ্ভাৱন আৰু জৈৱ সামগ্ৰী নিৰ্মাণৰ সম্ভাৱনা আৰু জৈৱ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ। দেশৰ জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰৰ কেইবাটাও ষ্টাৰ্ট আপ প্রতিষ্ঠানে এই সন্মিলনত ১১ বিধ সা-সামগ্ৰী...

September 15, 2024 6:18 PM September 15, 2024 6:18 PM

views 4

অভিযন্তা ছাৰ এম বিশ্বেশ্বৰৈয়াৰ জয়ন্তী উপলক্ষে দেশজুৰি অভিযন্তা দিৱস পালন

আজি অভিযন্তা দিৱস। মহান অভিযন্তা ছাৰ এম বিশ্বেশ্বৰৈয়াৰ জয়ন্তীৰ লগত সংগতি ৰাখি পালন কৰা এই দিৱস উপলক্ষে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রযুক্তি খণ্ডৰ বিশেষজ্ঞসকলক শুভেচ্ছা জনায়। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে প্রগতি, উদ্ভাৱন আৰু জটিল প্...

September 15, 2024 8:33 PM September 15, 2024 8:33 PM

views 8

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা দুদিনৰ পাছত পদত্যাগৰ ঘোষণা

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা দুদিনৰ পাছত পদ ত্যাগ কৰিব বুলি ঘোষণা কৰিছে। আজি দলৰ কাৰ্যালয়ত অনুষ্ঠিত এটা কাৰ্যসূচীত আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে এই সিদ্ধান্ত অৱগত কৰে। শ্ৰীকেজৰিৱালে অহা কেইদিনমানৰ ভিতৰতে আম আদমী পাৰ্টীৰ বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত কৰি নতুন মুখ্যমন্ত...

September 15, 2024 5:59 PM September 15, 2024 5:59 PM

views 22

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ৰাঁচী বিমান বন্দৰৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে ৬ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাঁচী বিমান বন্দৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৬ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। পূৰ্বতে জামছেদপুৰৰ পৰা এই বন্দে ভাৰত ৰেলগাড়ীকেইখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰাৰ কথা আছিল যদিও ধাৰাষাৰ বৰষুণৰ বাবে প্রধানমন্ত্ৰী জামছেদপুৰত উপস্থিত হ'ব নোৱাৰাত ৰাঁচীৰ পৰাই...

September 15, 2024 11:54 AM September 15, 2024 11:54 AM

views 18

উপভোক্তাসকলক সুলভ মূল্যত পিঁয়াজ উপলভ্য কৰোৱাৰ বাবে  চৰকাৰৰ পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্রহণ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে উপভোক্তাসকলক সুলভ মূল্যত পিঁয়াজ উপলভ্য কৰোৱাৰ বাবে পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্রহণ কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে বৰ্ধিত চাহিদা জড়িত পৰিস্থিতি আৰু মূল্য ধাৰাৰ ভিত্তিত পিঁয়াজৰ নিৰ্দিষ্ট আৰু স্থিৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে লগ লাগ...

September 15, 2024 11:51 AM September 15, 2024 11:51 AM

views 18

তিনিদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি তিনিদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণলৈ যাব। শ্ৰী মোদীয়ে আজি ঝাৰখণ্ডলৈ যাব আৰু জামছেদপুৰৰ টাটা নগৰ ৰে'লৱে ষ্টেচনৰ পৰা টাটা নগৰ-পাটনা বন্দে ভাৰত ৰে'ল গাড়ীকে ধৰি ৬ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ীৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰিব। ৰে'ল নেটৱৰ্ক...

September 14, 2024 8:43 PM September 14, 2024 8:43 PM

views 3

সুলভ মূল্যত উপভোক্তাসকলক পিঁয়াজ উপলভ্য কৰোৱাৰ বাবে চৰকাৰৰ পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্ৰহণ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে উপভোক্তাসকলক সুলভ মূল্যত পিঁয়াজ উপলভ্য কৰোৱাৰ বাবে পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্ৰহণ কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে বৰ্ধিত চাহিদা জড়িত পৰিস্থিতি আৰু মূল্য ধাৰাৰ ভিত্তিত পিঁয়াজৰ নিৰ্দিষ্ট আৰু স্থিৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে লগ লাগ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।