September 17, 2024 11:38 AM September 17, 2024 11:38 AM
4
ভূৱনেশ্বৰত ওড়িশা চৰকাৰৰ ধ্বজাবাহী উদ্যম সুভদ্রা আঁচনি মুকলি কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূৱনেশ্বৰত ওড়িশা চৰকাৰৰ ধ্বজাবাহী উদ্যম সুভদ্রা আঁচনি মুকলি কৰিব। সুভদ্রা আঁচনিখন ওড়িশা চৰকাৰে ৰূপায়ণ কৰিবলগীয়া এখন অন্যতম বৃহৎ মহিলাকেন্দ্রিক আঁচনিৰূপে পৰিগণিত হৈছে। এই আঁচনিখনে এক কোটিতকৈও অধিক মহিলাক সহায়ৰ হাত আগবঢ়াব। এই আঁচনিৰ জৰিয়তে ২১ৰ পৰা ৬০ বছৰ বয়সৰ...