September 28, 2024 10:53 AM September 28, 2024 10:53 AM
3
নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিৱেশন
ভাৰতে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিৱেশনত অনুষ্ঠিত জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ বিত্ত তথা স্বাস্থ্য টাস্ক ফ'ৰ্চৰ উচ্চ পৰ্যায়ৰ যুটীয়া বৈঠকত স্বাস্থ্যৰ সামাজিক নির্ণায়ক-এছ ডি এইচ উন্নত কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ কৰিছে। স্বাস্থ্য খণ্ডত বিনিয়োগক অগ্ৰাধিকাৰ দিয়াক কেন্দ্ৰ...