October 4, 2024 10:47 AM October 4, 2024 10:47 AM
7
আজিৰে পৰা ৬ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া কৌটিল্য অর্থনৈতিক বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব
■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা ৬ অক্টোবৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া কৌটিল্য অর্থনৈতিক বৈঠকত অংশগ্ৰহণ কৰিব। এইবাৰৰ সন্মিলনে সেউজ পৰিৱৰ্তনৰ বিনিয়োগ, ভূ-অর্থনৈতিক বিভাজন, বিকাশ তথা স্থিতিস্থাপকতা আৰু সংৰক্ষণৰ বাবে নীতিগত পদক্ষেপ আদিৰ দৰে বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ভাৰতীয় আৰ...