October 7, 2024 11:13 AM October 7, 2024 11:13 AM
16
হাৰিয়ানাত ৯০টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে ৯০টা ভোটগণনা কেন্দ্ৰ স্থাপন
● হাৰিয়ানাত ৯০টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে ৯০টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কয় যে, ২২ খন জিলাৰ সদৰসমূহত এই কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। কাল্ল্কা আৰু পঞ্চকুলা সমষ্টিৰ ভোটগণনা পঞ্চকুলাত, নাৰায়ণগড়, আম্বালা কেন্টনমেণ্ট, আম্বালা চিটী আৰু মুল্লান...